• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪০০ বাহনেৰে ছাইৰেন বজাই ৩০০ কিঃমিঃ কনভয় সহিতে যাত্ৰা কৰি গেৰুৱা বসন সলাই কংগ্ৰেছী হ’ল জ্যোতিৰাদিত্য সিন্ধেৰ ঘনিষ্ঠ বৈজনাথ সিং

৪০০ বাহনেৰে ছাইৰেন বজাই ৩০০ কিঃমিঃ কনভয় সহিতে যাত্ৰা কৰি গেৰুৱা বসন সলাই কংগ্ৰেছী হ’ল জ্যোতিৰাদিত্য সিন্ধেৰ ঘনিষ্ঠ বৈজনাথ সিং

3 years ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

7 minutes ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

29 minutes ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

1 hour ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

2 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

3 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

4 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

5 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

5 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

6 hours ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

6 hours ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

7 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৪০০ বাহনেৰে ছাইৰেন বজাই ৩০০ কিঃমিঃ কনভয় সহিতে যাত্ৰা কৰি গেৰুৱা বসন সলাই কংগ্ৰেছী হ’ল জ্যোতিৰাদিত্য সিন্ধেৰ ঘনিষ্ঠ বৈজনাথ সিং

editor by editor
June 15, 2023
in ভাৰত, ৰাজনীতি
0
৪০০ বাহনেৰে ছাইৰেন বজাই ৩০০ কিঃমিঃ কনভয় সহিতে যাত্ৰা কৰি গেৰুৱা বসন সলাই কংগ্ৰেছী হ’ল জ্যোতিৰাদিত্য সিন্ধেৰ ঘনিষ্ঠ বৈজনাথ সিং
0
SHARES
88
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজনীতিত নচলে কি? ৪০০ গাড়ীৰ কনভয় লৈ ঘৰৰ লৰা ঘৰলৈ উভতিছে। কংগ্ৰেছৰ পৰা গেৰুৱা হোৱা বৈজনাথ সিঙে পুনৰ কংগ্ৰেছ দললৈ উভতি আহিছে। মধ্যপ্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বে সদলবলে কংগ্ৰেছলৈ ঘূৰি অহিছে বৈজনাথ। বৈজনাথৰ এই উভটনি যাত্ৰাই মোক্ষম আঘাত হানিছে বিজেপি দলত। ২০২১ চনত জ্যোতিৰাদিত্য সিন্ধেৰ সৈতে বিজেপিত যোগদান কৰিছিল বৈজনাথ সিঙে। কিন্তু ২ বছৰ পাৰ হ’ল কি নহ’ল মোহভংগ হ’ল বৈজনাথৰ। শেষত বৈজনাথে সিদ্ধান্ত ল’লে যে তেওঁ পুনৰ কংগ্ৰেছলৈ উভতি যাব। সিদ্ধান্তমতেই বৈজনাথে ৪০০ বাহনৰ কনভয় লৈ ছাইৰেণ বজাই কংগ্ৰেছত যোগদান কৰে বৈজনাথে। বৃহস্পতিবাৰে পুৱাই বৈজনাথৰ সমদলে দৃষ্টি কাঢ়িছে সকলোৰে।

বৈজনাথ সিঙৰ পত্নী কমলা যাদৱো শিৱপুৰী জিলা পঞ্চায়তৰ অধ্যক্ষ আছিল। কিন্তু চৰ্চালৈ অহা অনুসৰি বৈজনাথ যাদৱৰ শিৱপুৰৰ স্থানীয় বিজেপি কৰ্মকৰ্তাৰ সৈতে মন মিলা নাছিল। সেইবাৰেই বৈজনাথে বিজেপি ত্যাগ কৰাৰ সিদ্ধান্ত লয়।

৪০০ গাড়ীৰে শিৱপুৰৰ পৰা ভূপাললৈ যাত্ৰা

শিৱপুৰীৰ পৰা ভূপাললৈকে বৈজনাথ সিঙে ৩০০ কিলোমিটাৰ পথ ছাইৰেণ বজাই ৪০০ গাড়ী লৈ যাত্ৰা কৰি কংগ্ৰেছত যোগদান কৰে। ২০২১ চনত বিজেপিৰ শিৱৰাজ সিং চৌহান অহাৰ সময়তেই বৈজনাথে বিজেপিৰ সদস্য হৈছিল। সিন্ধে চৰকাৰ গঠন কৰাৰ পাছত সিন্ধেক কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। কিন্তু এইসমূহে বৈজনাথক সন্তুষ্ট কৰিব পৰা নাছিল। মানসিক অশান্তিত ভাৰাক্ৰান্ত হৈয়ে পুনৰ কংগ্ৰেছলৈ ওভতি অহাৰ সিদ্ধান্ত লয় বৈজয়ন্তই।

বৈজনাথে বিজেপি ত্যাগ কৰি আজি অৰ্থাৎ বৃহস্পতিবাৰে কংগ্ৰেছলৈ উভতিছে। বৈজনাথক এই যাত্ৰাত সম্ভাষণ জনাইছে মধ্যপ্ৰদেশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কমল নাথে। কংগ্ৰেছৰ আন এজন জ্যেষ্ঠ নেতা দিগ্বীজয় সিঙেও সম্ভাষণ জনাই পুৰণি সতীৰ্থক।

ইপিনে, ৪০০ গাড়ীৰ কনভয় দেখি ভূপালৰ নাগৰিকৰো চকু কপালত উঠিছে। কনভয় ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যোৱাৰ সময়ত বহু লোকে ম’বাইলত এই দৃশ্য বন্দী কৰিছে। বৈজনাথ কংগ্ৰেছলৈ উভতি যোৱাৰ বিষয়টোতকৈয়ো চৰ্চা লাভ কৰিছে তেওঁৰ কনভয়ে। বিজেপিয়েও এই বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে, ‘ছাইৰেণ বজাই কোনোবা দলত যোগদান কৰিবলৈ যোৱাটো সঠিক কাম কেনেকৈ হ’ব? কোনে তেওঁলোকক এইদৰে ছাইৰেণ বজাই যাত্ৰা কৰিবলৈ অনুমতি দিলে?’

উল্লেখ্য যে বিজেপিয়ে কৰা এই মন্তব্যৰ প্ৰত্তুত্ত্যৰ দিছে এতিয়া মধ্যপ্ৰদেশ কংগ্ৰেছে। কংগ্ৰেছৰ কৰ্মীয়ে ইয়াৰ উত্তৰত কয় যে, ‘বিজেপিয়ে সংকট দেখিলে নিজা নিজা আইন বহু উলিয়াই, তেনে আইন কেৱল তেওঁলোকেহে বুজে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
Next Post
ঢাকাত প্ৰতি ৪০ মিনিটত ১টাকৈ বিবাহবিচ্ছেদ হয়! কিয় বৃদ্ধি হৈছে বিবাহবিচ্ছেদৰ সংখ্যা?

ঢাকাত প্ৰতি ৪০ মিনিটত ১টাকৈ বিবাহবিচ্ছেদ হয়! কিয় বৃদ্ধি হৈছে বিবাহবিচ্ছেদৰ সংখ্যা?

১৪বছৰত বিয়া, ১৮ বছৰত দুই সন্তানৰ মাতৃ, বাল্যবিবাহে শিক্ষাজীৱন কাঢ়ি লোৱা অম্বিকা এতিয়া আইপিএছ বিষয়া

১৪বছৰত বিয়া, ১৮ বছৰত দুই সন্তানৰ মাতৃ, বাল্যবিবাহে শিক্ষাজীৱন কাঢ়ি লোৱা অম্বিকা এতিয়া আইপিএছ বিষয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.