• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেলফী লবলৈ হেতাওপৰা, লাখৰ ঘৰত এই বিশেষ ছাগলীটোৰ দাম

ছেলফী লবলৈ হেতাওপৰা, লাখৰ ঘৰত এই বিশেষ ছাগলীটোৰ দাম

2 years ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

58 minutes ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

2 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

11 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

11 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

12 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

12 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

13 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

13 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

14 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

15 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

ছেলফী লবলৈ হেতাওপৰা, লাখৰ ঘৰত এই বিশেষ ছাগলীটোৰ দাম

editor by editor
June 13, 2024
in উত্তৰ-পূব, জীৱনশৈলী, বিবিধ, ভাৰত
0
ছেলফী লবলৈ হেতাওপৰা, লাখৰ ঘৰত এই বিশেষ ছাগলীটোৰ দাম
0
SHARES
361
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

bakra-eid-2024-agra-mandi-goat-of-more-than-one-and-half-lakhs

ছেলফী লবলৈ হেতাওপৰা, লাখৰ ঘৰত এই বিশেষ ছাগলীটোৰ দাম

১৭ জুনত ঈদ উল আজহা অৰ্থাৎ বকৰী ঈদ পালন কৰা হ’ব, যাৰ বাবে এতিয়া বজাৰত ভিৰ কৰিছে বিভিন্ন ধৰণৰ দামী দামী ছাগলীৰে। ১০ হাজাৰ টকাৰ পৰা ২ লাখ পৰ্যন্ত উঠিছে ছাগলীৰ দাম। তাৰে মাজৰ এনে কিছু ছাগলীয়ো আছে, যাৰ সৈতে এখন চেলফি উঠিবলৈ হেতাউপৰা লগাইছে মানুহে।

দেশৰ ঠায়ে ঠায়ে এতিয়া ঈদ বিশেষ বজাৰ বহা দেখা গৈছে। আগ্ৰাতো বিশেষ বজাৰ বহাা দেখা গৈছে । ইয়াত প্ৰতি বছৰে বকৰী ঈদৰ উৎসৱত লাখ লাখ টকাৰ ছাগলী ক্ৰয় কৰা হয়। এইবাৰো বজাৰত সৰ্বাধিক মূল্যৰ ছাগলী ১.৫৫ লাখ টকা।

দুটা ছাগলীৰ দাম ২.৫০ লাখ টকাত ৰখা হৈছে। লাখ টকা মূল্যৰ এই ছাগলীটো চাবলৈ ভিৰ কৰা লোকৰ সমাগম হোৱাৰ বিপৰীতে বজাৰতে একাংশ লোকে ছাগলীটোৰ সৈতে চেলফি লোৱা দেখা গৈছে।

ছাগলী বিক্ৰেতাৰ লগত এই বিষয়ে কথা পাতোতে ছাগলীটো সন্দৰ্ভত কয় যে, এই ছাগলীটোৱে পিয়াহ লাগিলে ঠাণ্ডা পানীয় খায়, আৰু ভোকত থাকিলে নিৰ্বাচিত কুঁহিয়াৰৰ উপৰিও ফলমূল, কাজু আৰু আলমণ্ড খায়। এই কাৰণেই ছাগলীটো স্বাস্থ্যবান আৰু ইয়াৰ দাম লাখ লাখ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bakra EidBakridEid al-Adha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে
জীৱনশৈলী

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

October 6, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

October 6, 2026
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
Next Post
কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ড, পান জপাদি আছিল শ্ৰমিক, যাাৰ বাবেই প্ৰাণ হেৰুৱালে ৪৯ গৰাকীয়ে, ইয়াৰে ৪০গৰাকীয়েই ভাৰতীয়

কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ড, পান জপাদি আছিল শ্ৰমিক, যাাৰ বাবেই প্ৰাণ হেৰুৱালে ৪৯ গৰাকীয়ে, ইয়াৰে ৪০গৰাকীয়েই ভাৰতীয়

অতিকে শোকাৱহ, ২৭০ যাত্ৰী কঢ়িয়াই নিয়া নাও দুৰ্ঘটনাগ্ৰস্ত, ৮০ জনে হেৰুৱালে প্ৰাণ

অতিকে শোকাৱহ, ২৭০ যাত্ৰী কঢ়িয়াই নিয়া নাও দুৰ্ঘটনাগ্ৰস্ত, ৮০ জনে হেৰুৱালে প্ৰাণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.