দিল্লীৰ প্ৰসিদ্ধ গুৰুদ্বাৰ বাংলা ছাহিব। বাংলা ছাহিবত চলি অহা প্ৰথাই আকর্ষণ কৰিছে দেশবাসীক। সলনি হ’ল বাংলা ছাহিবৰ ৰন্ধন প্ৰণালী।