• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যোৰহাটৰ অনিমেশ হত্যাকাণ্ডৰ দৰে অনুৰূপ ঘটনা, ২০জনক দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়

4 years ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

18 hours ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

19 hours ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

20 hours ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

21 hours ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

22 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

23 hours ago
মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

যোৰহাটৰ অনিমেশ হত্যাকাণ্ডৰ দৰে অনুৰূপ ঘটনা, ২০জনক দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়

editor by editor
December 9, 2021
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
যোৰহাটৰ অনিমেশ হত্যাকাণ্ডৰ দৰে অনুৰূপ ঘটনা, ২০জনক দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়
0
SHARES
6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ছাত্ৰজন সেই সময়ত আছিল বিদ্যালয়ত। তেনে সময়তে ছাত্ৰজনক ঘেৰি ধৰিলে প্ৰায় ২০ -২৫ জনীয়া এটা উগ্ৰ উদণ্ড দলে। উদণ্ড দলটোৱে ঘেৰি ধৰি এফালৰ পৰা মাৰ-পিট কৰাৰ আৰম্ভ কৰিলে ছাত্ৰজনক। আৰু এটা সময়ত লেৱেযান হৈ ছাত্ৰজনে কৰুণভাৱে মৃত্যুক ঠাইতে সাৱতি লব লগা হয়। ২০১৯ চনত এই ঘটনা সংঘটিত হৈছিল বাংলাদেশত। সেই সময়ত ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা  জলচুক্তি সন্ধিৰ সম্পৰ্কত সামাজিক মাধ্যমত প্ৰায় ২২ বছৰীয়া ফাৰহাদ নামৰ ছাত্ৰজনে এটা বিশেষ পোষ্ট কৰিছিল। আৰু সেই বিশেষ পোষ্টৱেই যেন ছাত্ৰজনৰ মৃত্যুৰ মূল কাৰণ হৈ পৰিল। যি পোষ্টৰ বাবেই প্ৰায় ২৫/৩০ জনীয়া দলে অতি নিৰ্মম ভাৱে মৰিয়াই হত্যা কৰিছিল ফাৰহাদক। শেষত বাংলাদেশৰ এখন বিশেষ আদালতে ইয়াৰে ২০জন অপৰাধীক মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়াৰ লগতে ৫ জন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ দিয়ে। তেনে অনুৰূপ ঘটনা সংঘতিত হ’ল আমাৰ অসমৰ যোৰহাট চহৰটো। কিন্তু যোৰহাটৰ অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ অপৰাধীকেইজনক এনে শাস্তি প্ৰদান কৰিব পাৰিব নে ভাৰতীয় ন্যায় ব্যৱস্থাই?

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channeldeath sentencesstudent death
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?
অসম

June 4, 2026
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ
বাণিজ্য

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

June 4, 2026
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক
জীৱনশৈলী

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

June 4, 2026
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?
বাণিজ্য

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

June 4, 2026
Next Post
CDS বিপিন ৰাৱাটৰ পত্নী হিচাপে নহয়, নিজৰ ব্যক্তিত্বৰে উজলি উঠা মধুলীকা ৰাৱাট কোন আছিল?

বিয়াৰ নিয়মাৱলী নহয় যেন কোভিড সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ এখন নতুন SOP, বিয়াৰ নামতো কোটি কোটি টকাৰ ব্যৱসায় বিকি -কেটৰিনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন