• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়াৰ নিয়মাৱলী নহয় যেন কোভিড সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ এখন নতুন SOP, বিয়াৰ নামতো কোটি কোটি টকাৰ ব্যৱসায় বিকি -কেটৰিনাৰ

বিয়াৰ নিয়মাৱলী নহয় যেন কোভিড সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ এখন নতুন SOP, বিয়াৰ নামতো কোটি কোটি টকাৰ ব্যৱসায় বিকি -কেটৰিনাৰ

5 years ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

37 minutes ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

2 hours ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

3 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

4 hours ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

4 hours ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

5 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

18 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

18 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

18 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

19 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

20 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিয়াৰ নিয়মাৱলী নহয় যেন কোভিড সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ এখন নতুন SOP, বিয়াৰ নামতো কোটি কোটি টকাৰ ব্যৱসায় বিকি -কেটৰিনাৰ

editor by editor
December 9, 2021 - Updated on December 10, 2021
in অসম, ক'ভিড-১৯, গুৱাহাটী, বিনোদন, ভাৰত
0
বিয়াৰ নিয়মাৱলী নহয় যেন কোভিড সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ এখন নতুন SOP, বিয়াৰ নামতো কোটি কোটি টকাৰ ব্যৱসায় বিকি -কেটৰিনাৰ
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি ৯ ডিচেম্বৰ, কাইলৈ ১০ ডিচেম্বৰ অৰ্থাৎ কাইলৈ কেটৰিণা কাঈফ আৰু বিকি কৌশলৰ বিয়া। সকলো ফালে চৰ্চাৰ তুংগত বিকি –কেটৰিনাৰ বিয়ালৈ কাক কাক, মাতিল কাক কাক নামাতিল।

বিকি-কেটৰিণাৰ বিয়াৰ চিঠি (চিঠিখন ভালকৈ চাওক। এগৰাকী বিশেষ ব্যক্তিৰ নাম আছে।)

বিয়া ক’ত পাতিব, খাবলৈ কি দিব , বা পিন্ধিবই বা কি লাগিব তাকলৈ  চিন্তা-ভাৱনাৰ অন্ত নাই একাংশৰ। ৰাজস্থানৰ এক পুৰণি ফৰ্টত বিবাহৰ বিশেষ আয়োজন চলিছে বিকি -কেটৰিনাৰ।

জয়পুৰৰ পৰা বিশেষ হেলিকপ্টাৰে বিবাহ অনুষ্ঠানত উপস্থিত হ’ব দৰা বিকি আৰু কইনা কেটৰিনা। নিমন্ত্ৰিত অতিথি হিচাপে বিবাহ অনুষ্ঠানত উপস্থিত থাকিব দুই পৰিয়ালৰ লগতে তেনেই কম সংখ্যক লোক। ইফালে, এক তৃতীয়াংশ বলিউদৰ ষ্টাৰ-ছুপাৰষ্টাৰক নিমন্ত্ৰন দিয়া হৈছে বিশেষ বিবাহ অনুষ্ঠানলৈ।

তাতো একাংশ অনুৰাগীয়ে বিভিন্ন মাধ্যমত খুচৰি ফুৰিছে যে প্ৰাক্তন প্ৰেমীক ছালমান খানক মাতিল নে নামাতিল? ৰনবীৰ কাপোৰক মাতিল নে নামাতিল ? শেষত খবৰ আহিল বুলে কেটৰিণা-বিকিৰ বিয়া লাইভৰ বাবে copy right ক্ৰয় কৰিছে বোলে কেৱল আমাজন প্ৰাইমে।

প্ৰায় ১০০ কোটি টকাত বিয়াৰ লাইভ টেলিকাষ্টৰ বিক্ৰি কৰি এইয়া আচলতে বিবাহ নে বিয়াৰ নামত বেপাৰ ইয়াক লৈয়ো বিভিন্নজনৰ প্ৰশ্ন। মুঠতে বিকি-কেটৰিণাৰ বিয়াক লৈ ভাৱনাৰ অন্ত নাই দেশৰ একাংশ লোকৰ।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelkatrina kaifvicky katrina weddingvicky kaushal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন
ভাৰত

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

July 10, 2026
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম
ভাৰত

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

July 10, 2026
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট
অসম

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

July 10, 2026
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স
বিনোদন

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

July 10, 2026
Next Post
নানানটা প্ৰতিবন্ধকতাৰ পিছতো ভাইৰেল হ’ল বিকি-কেটৰিণাৰ দৰা-কইনা হিচাপে প্ৰথম খন বিশেষ ফটো 

নানানটা প্ৰতিবন্ধকতাৰ পিছতো ভাইৰেল হ’ল বিকি-কেটৰিণাৰ দৰা-কইনা হিচাপে প্ৰথম খন বিশেষ ফটো 

জেনেৰেল বিপিন ৰাৱাটলৈ আজি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব দেশবাসীয়ে, দিল্লীৰ কেণ্টনমেণ্টত বিয়লি সম্পন্ন হ’ব শেষকৃত্য

জেনেৰেল বিপিন ৰাৱাটলৈ আজি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব দেশবাসীয়ে, দিল্লীৰ কেণ্টনমেণ্টত বিয়লি সম্পন্ন হ’ব শেষকৃত্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.