• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জেনেৰেল বিপিন ৰাৱাটলৈ আজি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব দেশবাসীয়ে, দিল্লীৰ কেণ্টনমেণ্টত বিয়লি সম্পন্ন হ’ব শেষকৃত্য

জেনেৰেল বিপিন ৰাৱাটলৈ আজি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব দেশবাসীয়ে, দিল্লীৰ কেণ্টনমেণ্টত বিয়লি সম্পন্ন হ’ব শেষকৃত্য

5 years ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

6 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

6 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

7 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

8 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

9 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

9 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

10 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

10 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

11 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

11 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

12 hours ago
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জেনেৰেল বিপিন ৰাৱাটলৈ আজি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব দেশবাসীয়ে, দিল্লীৰ কেণ্টনমেণ্টত বিয়লি সম্পন্ন হ’ব শেষকৃত্য

editor by editor
December 10, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিশ্ব, ভাৰত
0
জেনেৰেল বিপিন ৰাৱাটলৈ আজি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব দেশবাসীয়ে, দিল্লীৰ কেণ্টনমেণ্টত বিয়লি সম্পন্ন হ’ব শেষকৃত্য
0
SHARES
289
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি সম্পন্ন হ’ব সদ্যপ্ৰয়াত প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল বিপিন ৰাৱাটৰ অন্ত্যেষ্টিক্ৰিয়া৷ দিল্লীৰ কেণ্টনমেণ্টত ৰাৱটসহ ১৩ গৰাকী নিহতৰ শেষকৃত্য সম্পন্ন কৰা হ’ব৷ বিপিন ৰাৱাটসহ তামিলনাডুৰ অনাকাংক্ষিত হেলিকপ্টাৰ দুৰ্ঘটনাৰ বাবে আজিও শোকস্তব্ধ সমগ্ৰ দেশ৷

জেনেৰেল ৰাৱাট, তেওঁৰ পত্নী আৰু ১১ গৰাকী সেনাৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰে দেশে৷ আজি অন্তিম বাৰলৈ আটাইকেইগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰিব দেশবাসীয়ে৷ বৃহস্পতিবাৰে বিয়লি দিল্লীলৈ অনা হয় আটাইকেইগৰাকী ব্যক্তিৰ নশ্বৰ দেহ৷ পালাম বিমান বন্দৰত ৰাৱটসহ ১৩ নিহত নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

প্ৰধানমন্ত্ৰীৰ লগতে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে শ্ৰদ্ধাঞ্জলি জনায় আটাইকেইগৰাকীক৷ আজি দিনৰ ১১ বজাৰ পৰা ১২.৩০ বজালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে অনুমতি প্ৰদান কৰা হৈছে৷ ১২.৩০ বজাৰ পৰা ১.৩০ বজালৈ সামৰিক বাহিনীৰ লোকৰ বাবে শ্ৰদ্ধঞ্জলিৰ সময় ধাৰ্য কৰা হৈছে ৷

ইয়াৰ পাছত ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰিব বিপিন ৰাৱাটৰ৷ আজি দেশৰ বিভিন্ন স্থানত নিহতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে দেশবাসীয়ে৷

Paid my last respects to Gen Bipin Rawat, his wife and other personnel of the Armed Forces. India will never forget their rich contribution. pic.twitter.com/LAq83VfoBf

— Narendra Modi (@narendramodi) December 9, 2021

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aligarh muslim universityasom live 24assam ka tazza khabarassam live 24axom live 24bipin rawatmadhulekha rawat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড
বিনোদন

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

September 28, 2026
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!
প্ৰযুক্তি

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

September 28, 2026
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট
বিনোদন

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

September 28, 2026
Next Post
অমিক্ৰণ সন্দৰ্ভত বিশেষ সতৰ্কবাণী বিশ্ব স্বাস্থ্য সংস্থাৰ, ভাৰততো শীঘ্ৰেই কোভিডৰ তৃতীয় ঢৌৰ আশংকা

অমিক্ৰণ সন্দৰ্ভত বিশেষ সতৰ্কবাণী বিশ্ব স্বাস্থ্য সংস্থাৰ, ভাৰততো শীঘ্ৰেই কোভিডৰ তৃতীয় ঢৌৰ আশংকা

who-will-be-the-next-cds-after-bipin-rawat

কোন হ'ব দেশৰ নতুন CDS? নাম প্ৰায় নিশ্চিত হৈছে। কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.