• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বন্ধ হোৱাটো খাটাং এই ১৫টা বেংক, আপোনাৰো এইকেইটা বেংকত ধন জমা আছে নেকি? কি হ’ব সেই ধনৰ?

বন্ধ হোৱাটো খাটাং এই ১৫টা বেংক, আপোনাৰো এইকেইটা বেংকত ধন জমা আছে নেকি? কি হ’ব সেই ধনৰ?

11 months ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

2 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

2 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

2 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

3 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

3 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

4 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

4 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

4 hours ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

5 hours ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

6 hours ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

7 hours ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বন্ধ হোৱাটো খাটাং এই ১৫টা বেংক, আপোনাৰো এইকেইটা বেংকত ধন জমা আছে নেকি? কি হ’ব সেই ধনৰ?

বন্ধ হোৱাটো খাটাং এই ১৫টা বেংক, আপোনাৰো এইকেইটা বেংকত ধন জমা আছে নেকি? কি হ’ব সেই ধনৰ?

editor by editor
May 3, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
বন্ধ হোৱাটো খাটাং এই ১৫টা বেংক, আপোনাৰো এইকেইটা বেংকত ধন জমা আছে নেকি? কি হ’ব সেই ধনৰ?
0
SHARES
13.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
১মে’ৰ পৰা গ্ৰামীণ বেংকৰ সংখ্যা ৪৩ৰ পৰা কমাই ২৮কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ চৰকাৰে এক ৰাজ্য এক আৰ আৰ বি নীতিত সেউজ সংকেত দিয়াৰ পাছতেই এই সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে৷ কোনোৱে যদি দেশৰ এই ৪৩টা আঞ্চলিক বেংকৰ গ্ৰাহক তেন্তে সেইসকলৰ ধন কি হ’ব? ৪৩ টা বিশেষ বেংকৰ আটাইকেইটাই আছে অন্ধ্ৰপ্ৰদেশ, উত্তৰপ্ৰদেশ, পশ্চিমবংগ, বিহাৰ, গুজৰাট, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা আৰু ৰাজস্থানত৷
আঞ্চলিক বেংকসমূহৰ পৰিসেৱা আৰু ভাল কৰাৰ বাবে এই সিদ্ধান্ত লৈছে চৰকাৰে৷ গ্ৰামীন এলেকাৰ বেংকিং পৰিসেৱা আৰু উন্নত আৰু নিৰ্ভৰযোগ্য কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১১ খন ৰাজ্যত পৰিচালিত  ১৫ টা আঞ্চলিক গ্ৰামীন বেংক RRBৰ একীভূত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ এই সিদ্ধান্তৰ পাছতেই ১ মে ২০২৫ৰ পৰা দেশত  RRBৰ সংখ্যা ৪৩ৰ পৰা কমি ২৮লৈ আহিছে৷

কোন ৰাজ্যসমূহ একীভূত হ’ব?

বিজ্ঞাপ্তি অনুসৰি, অন্ধ্ৰপ্ৰদেশ, উত্তৰপ্ৰদেশ, পশ্চিমবংগ, বিহাৰ, গুজৰাট, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা আৰু ৰাজস্থানসহ প্ৰতিখন ৰাজ্যত কেৱল এটা RRB বেংক থাকিব৷ প্ৰতিখন ৰাজ্যত থকা সমস্ত RRBএখনত একীভূত কৰি এক শক্তিশালী বেংক তৈয়াৰ হব যিয়ে গ্ৰামীন এলেকাৰ বেংকিং পৰিসেৱা প্ৰদানৰ বাবে কাম কৰিব৷ একীভূতকৰণ কেনেকৈ হ’ব?
১. চৈতন্য গোদাবৰী গ্ৰামীন বেংক, অন্ধ্ৰ প্ৰগতি গ্ৰামীন বেংক, সপ্তগিৰি গ্ৰামীণ বেংক, অন্ধ্ৰপ্ৰদেশ গ্ৰামীণ বিকাশ বেংকক একীভূত কৰি অন্ধ্ৰপ্ৰদেশ গ্ৰামীণ বেংক গঠিত হব৷ ইয়াৰ প্ৰধান কাৰ্যালয় হব অমৰাবতীত আৰু পৃষ্ঠপোষক বেংক হব ইউনিয়ন বেংক অফ ইণ্ডিয়া৷
২. বৰোদা ইউ পি বেংক, আৰ্যাবৰ্ত বেংক আৰু ইউপি গ্ৰামীণ বেংক একত্ৰিত হৈ গ্ৰামীণ বেংক তৈয়াৰ হব৷ যাৰ প্ৰধান কাৰ্যালয় হব লক্ষ্ণৌত৷
৩. পশ্চিমবংগত বঙ্গীয় গ্ৰামীণ বিকাশ বেংক, পশ্চিমবংগ গ্ৰামীণ বেংক আৰু উত্তৰবংগ আঞ্চলিক গ্ৰামীণ বেংক একত্ৰিত হৈ পশ্চিমবংগ গ্ৰামীণ বেংক গঠন কৰা হব৷
৪. বিহাৰত দক্ষিণ বিহাৰ গ্ৰামীণ বেংক আৰু উত্তৰ বিহাৰ গ্ৰামীণ বেংকক একীভূত কৰি বিহাৰ গ্ৰামীণ বেংক গঠন কৰা হব৷ পৃষ্ঠপোষক হব পঞ্জাৱ নেশ্ব্যনেল বেংক৷
৫. গুজৰাটত, বৰোদা গুজৰাট গ্ৰামীণ বেংক আৰু সৌৰাষ্ট্ৰ গ্ৰামীণ বেংকক একীভূত কৰি গুজৰাট গ্ৰামীণ বেংক গঠন কৰা হব৷
৬. জম্মু আৰু কাশ্মীৰত জম্মু আৰু কাশ্মীৰ গ্ৰামীণ বেংক, এলাকুই গ্ৰামীণ বেংক একীভূত হৈ জম্মু আৰু কাশ্মীৰ গ্ৰামীণ বেংক তৈয়াৰ হব৷ প্ৰধান কাৰ্যালয় হ’ব জম্মুত৷
৭. একেধৰণে কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা আৰু ৰাজস্থানৰ দুটাকৈ গ্ৰামীণ বেংক  RRBত একত্ৰিত হব৷ RRB ৰ অনুমোদিত মূলধন হ’ব ২০০০কোটি টকা৷ নতুন বেংকসমূহৰ ব্যৱস্থাপনা আৰু কাৰ্যক্ৰম আৰু দক্ষ হব যাৰ ফলত গ্ৰাহকে আৰু ভাল পৰিসেৱা পাব৷

প্ৰধান মূলধন বিনিয়োগ উদ্যোগ

চৰকাৰে ২০২১-২২ চনত RRBসমূহক পুনৰ্গঠনৰ বাবে ৫,৪৪৫কোটি টকাৰ মূলধন বিনিয়োগৰ পৰিকল্পনা কৰিছিল যাতে এই বেংকসমূহৰ মূলধনৰ প্ৰবাহ বৃদ্ধি পাব পাৰে৷ ১৯৭৬ চনৰ RRB আইনৰ অধীনত আঞ্চলিক গ্ৰামীণ বেংকসমূহ প্ৰতিষ্ঠা হৈছিল৷ তেওঁলোকৰ লক্ষ্য হৈছে গ্ৰামীণ এলেকাৰ ক্ষুদ্ৰ কৃষক, শ্ৰমিক আৰু কাৰিগৰসকলৰ ঋণ আৰু আৰ্থিক পৰিসেৱা প্ৰদান কৰা৷ ২০১৫ চনৰ সংশোধন আইনৰ পাছত RRBসমূহে অনান্য উৎসৰ পৰাও মূলধন সংগ্ৰহ কৰিব পাৰে৷ এই বেংকসমূহত কেন্দ্ৰীয় চৰকাৰৰ ৫০শতাংশ অংশীদাৰিত্ব আছে তাতেই ৩৫ শতাংশ বেংকসমূহৰ আৰু ১৫শতাংশ ৰাজ্য চৰকাৰসমূহৰ অংশীদাৰিত্ব আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
জীৱনশৈলী

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

March 27, 2026
Next Post
কা* সূত্ৰ, স* গম ভংগীক লৈ আলোচনা, মহিলাক অন্তৰ্বাস খুলিবলৈ বাধ্য কৰাকে ধৰি একাধিক বিতৰ্কিত কাম! বিতৰ্কত অটিটি প্লেটফৰ্মৰ ৰিয়েলিটি শ্ব’ ‘হাউছ এৰেষ্ট’

কা* সূত্ৰ, স* গম ভংগীক লৈ আলোচনা, মহিলাক অন্তৰ্বাস খুলিবলৈ বাধ্য কৰাকে ধৰি একাধিক বিতৰ্কিত কাম! বিতৰ্কত অটিটি প্লেটফৰ্মৰ ৰিয়েলিটি শ্ব’ ‘হাউছ এৰেষ্ট’

পুৱা টোপনিৰ পৰা উঠি শৰীৰত এইকেইটা লক্ষণে দেখা দিয়ে? সাৱধান, নিঃশব্দে ডায়বেটিছে শৰীৰত ঠাই লৈছে, জানি থওক লক্ষণ

পুৱা টোপনিৰ পৰা উঠি শৰীৰত এইকেইটা লক্ষণে দেখা দিয়ে? সাৱধান, নিঃশব্দে ডায়বেটিছে শৰীৰত ঠাই লৈছে, জানি থওক লক্ষণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.