• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱা টোপনিৰ পৰা উঠি শৰীৰত এইকেইটা লক্ষণে দেখা দিয়ে? সাৱধান, নিঃশব্দে ডায়বেটিছে শৰীৰত ঠাই লৈছে, জানি থওক লক্ষণ

পুৱা টোপনিৰ পৰা উঠি শৰীৰত এইকেইটা লক্ষণে দেখা দিয়ে? সাৱধান, নিঃশব্দে ডায়বেটিছে শৰীৰত ঠাই লৈছে, জানি থওক লক্ষণ

2 weeks ago
অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই

অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই

12 mins ago
পূৰ্বৰে পৰাই সংকেত দিয়ে ডায়বেটিছে! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব আপুনি?

পূৰ্বৰে পৰাই সংকেত দিয়ে ডায়বেটিছে! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব আপুনি?

43 mins ago
যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?

যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?

1 hour ago
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন

4 hours ago
নতুন দিল্লীৰ কাঢ়া পদক্ষেপ, ভাৰতীয় বিমানবন্দৰত কামৰ অনুমোদন বাতিল পাক বন্ধু তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনৰ

নতুন দিল্লীৰ কাঢ়া পদক্ষেপ, ভাৰতীয় বিমানবন্দৰত কামৰ অনুমোদন বাতিল পাক বন্ধু তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনৰ

4 hours ago
১৮ বছৰীয়া যুৱকেই টাৰ্গেট! সংগমৰ মাজেৰে সমাজসেৱা কৰিবলৈ আগবাঢ়িছে এইগৰাকী মডেল

১৮ বছৰীয়া যুৱকেই টাৰ্গেট! সংগমৰ মাজেৰে সমাজসেৱা কৰিবলৈ আগবাঢ়িছে এইগৰাকী মডেল

5 hours ago
সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

6 hours ago
ট্ৰাম্পৰ মন্তব্যৰ পাছতেই ভাৰতত বন্ধ হ’ব নেকি আইফোন উৎপাদন? কি কৈছে এপলৰ শীৰ্ষ কৰ্মকৰ্তাই?

ট্ৰাম্পৰ মন্তব্যৰ পাছতেই ভাৰতত বন্ধ হ’ব নেকি আইফোন উৎপাদন? কি কৈছে এপলৰ শীৰ্ষ কৰ্মকৰ্তাই?

7 hours ago
দেশজুৰি চাঞ্চল্য, দাঁতৰ ডাক্তৰে কৰিলে ৫০ শতাংশ ৰেহাইত ‘হেয়াৰ ট্ৰান্সপ্লাণ্ট’, দুগৰাকী নিহত

দেশজুৰি চাঞ্চল্য, দাঁতৰ ডাক্তৰে কৰিলে ৫০ শতাংশ ৰেহাইত ‘হেয়াৰ ট্ৰান্সপ্লাণ্ট’, দুগৰাকী নিহত

7 hours ago
জুনত ৩ ৰাশিৰ লোকৰ ভাগ্যোদয়, জীৱনলৈ আহিব অপাৰ ধন

জুনত ৩ ৰাশিৰ লোকৰ ভাগ্যোদয়, জীৱনলৈ আহিব অপাৰ ধন

8 hours ago
পুনৰ কোভিড-১৯, এছিয়াৰ বহু দেশত বিয়পিল, কেৱল হংকঙতেই ৩১ নিহত

পুনৰ কোভিড-১৯, এছিয়াৰ বহু দেশত বিয়পিল, কেৱল হংকঙতেই ৩১ নিহত

9 hours ago
বৰষুণে বিধি পথালি দিলে কি হ’ব ফাইনেল খেল, কোনে নিব পদক

বৰষুণে বিধি পথালি দিলে কি হ’ব ফাইনেল খেল, কোনে নিব পদক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 16, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৱা টোপনিৰ পৰা উঠি শৰীৰত এইকেইটা লক্ষণে দেখা দিয়ে? সাৱধান, নিঃশব্দে ডায়বেটিছে শৰীৰত ঠাই লৈছে, জানি থওক লক্ষণ

পুৱা টোপনিৰ পৰা উঠি শৰীৰত এইকেইটা লক্ষণে দেখা দিয়ে? সাৱধান, নিঃশব্দে ডায়বেটিছে শৰীৰত ঠাই লৈছে

editor by editor
May 3, 2025
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
পুৱা টোপনিৰ পৰা উঠি শৰীৰত এইকেইটা লক্ষণে দেখা দিয়ে? সাৱধান, নিঃশব্দে ডায়বেটিছে শৰীৰত ঠাই লৈছে, জানি থওক লক্ষণ
0
SHARES
5.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত কেইবা দশকত ভাৱিব নোৱৰা ধৰণে বৃদ্ধি হৈছে ডায়বেটিছ আক্ৰান্তৰ সংখ্যা৷ বহুতৰে ধাৰণা যে ডায়বেটিছ বয়স্কসকলৰ ৰোগ৷ কিন্তু বৰ্তমান ৩০ পাৰ নৌহওঁতেই ব্লাড ছুগাৰত ভূগি আছে৷ নেপথ্যত অনিয়ন্ত্ৰিত জীৱনযাপন, শৰীৰচৰ্চাৰ অভাৱ, অতিৰিক্ত দুশ্চিন্তাসহ একাধিক কাৰণ৷ শৰীৰত শৰ্কৰাৰ পৰিমাণ বঢ়াবলৈ আৰম্ভ কৰিলে বহু জটিল সমস্যাই শৰীৰত সমস্যা বঢ়াই৷ সেয়ে ডায়বেটিছৰ লক্ষণ বুজাটো অতি জৰুৰী৷

বিশেষকৈ পুৱা টোপনিৰ পৰা উঠাৰ পাছতেই শৰীৰত কিছু উপসৰ্গই দেখা দিয়ে৷ যি ঠিক সময়ত চিহ্নিত কৰিলে প্ৰাথমিক অৱস্থাতেই ডায়বেটিছক নিয়ন্ত্ৰণত ৰখা সম্ভৱপৰ হৈ উঠে৷ কি কি লক্ষণে দেখা দিলে সতৰ্ক হ’ব আপুনি?

ডিঙি শুকাই যোৱা

পুৱাই টোপনিৰ পৰা ওঠাৰ পাছত যদি ডিঙি শুকাই যায় আৰু বাৰে বাৰে পানী খাবলৈ ইচ্ছা হয় তেতিয়াই বুজিব ডায়বেটিছৰ কাৰণেই এয়া হ’ব পাৰে৷ ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়িলে শৰীৰত পানীশূন্যতাই দেখা দিয়ে৷

বাৰে বাৰে প্ৰস্ৰাৱ

যদি মূত্ৰ ত্যাগৰ কাৰণে আপুনি নিশা বাৰে বাৰে উঠিব লাগে আৰু পুৱা ক্লান্ত অনুভৱ কৰে তেতিয়া সেয়া ব্লাড ছুগাৰ বাঢ়ি যোৱাৰ লক্ষণ হ’ব পাৰে৷ প্ৰকৃততে শৰীৰে মূত্ৰৰ মাধ্যমেৰে অতিৰিক্ত গ্লুকজ বাহিৰ কৰি দিয়াৰ চেষ্টা কৰে৷

ক্লান্তি

পৰ্যাপ্ত টোপনিৰ পাছতো যদি আপোনাৰ পুৱা ক্লান্ত লাগে তেতিয়া কোনো কামতেই এনাৰ্জি নাপায় তেতিয়াই শৰীৰত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যোৱাৰ বাবে হ’ব পাৰে৷ বিপাকক্ৰিয়াৰ ভাৰসাম্য নাথাকিলে এনে হ’ব পাৰে৷

চকুৰে জিলমিল দেখা

যদি টোপনিৰ পৰা উঠি স্পষ্টকৈ নেদেখে বা চকু জিলমিল লাগে তেতিয়া তাৰ আঁৰতো ডায়াবেটিছ হ’ব পাৰে৷ শৰীৰত ছুগাৰৰ মাত্ৰাৰ হেৰফেৰ হ’লে চকুৰ ওপৰত প্ৰভাৱ পৰে৷

হাত ভৰি অসাৰ লগা

টোপনিৰ পৰা ওঠাৰ পাছত যদি হাত ভৰি নচলা যেন লাগে ঝিনঝিননি উঠে তেতিয়া সেয়া নিউৰোপেথিৰ লক্ষণ হ’ব পাৰে৷ যি ডায়বেটিছে নাৰ্ভ ক্ষতিগ্ৰস্থ হোৱাৰ কাৰণে হ’ব পাৰে৷

মুড ছুইং, বিৰক্তি

কোনো কাৰণ অবিহনে যদি পুৱাই বিৰক্তি অনুভৱ, ঘনে ঘনে মুড ছুইং হ’লে সেয়া ৰক্ত শৰ্কৰাৰ ভাৰসাম্যৰ হেৰফেৰৰ কাৰণে হ’ব পাৰে৷

বমি বমি ভাৱ

পুৱাই উঠি যদি বমি বমি ভাৱ আহে তেতিয়া অৱশ্যেই চিকিৎসকৰ পৰামৰ্শ লওক৷ কাৰণ এইসমূহ ডায়বেটিছৰ কাৰণে হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই
স্বাস্থ্য

অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই

May 16, 2025
পূৰ্বৰে পৰাই সংকেত দিয়ে ডায়বেটিছে! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব আপুনি?
জীৱনশৈলী

পূৰ্বৰে পৰাই সংকেত দিয়ে ডায়বেটিছে! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব আপুনি?

May 16, 2025
যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?
জীৱনশৈলী

যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?

May 16, 2025
নতুন দিল্লীৰ কাঢ়া পদক্ষেপ, ভাৰতীয় বিমানবন্দৰত কামৰ অনুমোদন বাতিল পাক বন্ধু তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনৰ
জীৱনশৈলী

নতুন দিল্লীৰ কাঢ়া পদক্ষেপ, ভাৰতীয় বিমানবন্দৰত কামৰ অনুমোদন বাতিল পাক বন্ধু তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনৰ

May 16, 2025
Next Post
ছফৱান গেঙেই কৰিছে এই নাৰকীয় কাণ্ড! হিন্দু নেতা সুহাছ শেঠিৰ জীৱন কঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ ৮ মুছলমান যুৱক

ছফৱান গেঙেই কৰিছে এই নাৰকীয় কাণ্ড! হিন্দু নেতা সুহাছ শেঠিৰ জীৱন কঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ ৮ মুছলমান যুৱক

শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনত ভাগ্য উদয় হ’ব এই ৪ৰাশিৰ! মে মাহতেই বাঢ়িব বেংক বেলেন্স

শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনত ভাগ্য উদয় হ’ব এই ৪ৰাশিৰ! মে মাহতেই বাঢ়িব বেংক বেলেন্স

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.