• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনত ভাগ্য উদয় হ’ব এই ৪ৰাশিৰ! মে মাহতেই বাঢ়িব বেংক বেলেন্স

শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনত ভাগ্য উদয় হ’ব এই ৪ৰাশিৰ! মে মাহতেই বাঢ়িব বেংক বেলেন্স

1 year ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, সাংবাদিকক ধমক অমৃতপ্ৰভাৰ অধিবক্তাৰ

17 minutes ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

40 minutes ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

2 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

3 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

4 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

12 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

12 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

13 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

14 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

14 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

15 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনত ভাগ্য উদয় হ’ব এই ৪ৰাশিৰ! মে মাহতেই বাঢ়িব বেংক বেলেন্স

শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনত ভাগ্য উদয় হ’ব এই ৪ৰাশিৰ! মে মাহতেই বাঢ়িব বেংক বেলেন্স

editor by editor
May 3, 2025
in জীৱনশৈলী
0
শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনত ভাগ্য উদয় হ’ব এই ৪ৰাশিৰ! মে মাহতেই বাঢ়িব বেংক বেলেন্স
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
প্ৰতিটো গ্ৰহই এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ৰাশি পৰিবৰ্তন কৰে৷ ৰাশিৰ ওপৰিও নক্ষত্ৰও সময়ে সময়ে পৰিবৰ্তন কৰে৷ জ্যোতিষ গণনা অনুসৰি মে মাহত স্থান পৰিবৰ্তন কৰিব শুক্ৰদেৱে৷ জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি মে মাহত ধন আৰু ঐশ্বৰ্যৰ দাতা শুক্ৰই নক্ষত্ৰ পৰিবৰ্তন কৰিব৷ যেতিয়া শুক্ৰই নক্ষত্ৰ পৰিবৰ্তন কৰিব তেতিয়া কেইবাটাও ৰাশিৰ ওপৰত ইয়াৰ ভাল আৰু বেয়া প্ৰভাৱ পৰিব পাৰে৷ কুণ্ডলীত শুক্ৰৰ শুভ দৃষ্টিয়ে ব্যক্তিক ধনী কৰি তোলে৷ ব্যক্তিক প্ৰতিটো কামতেই সাফল্য দিয়ে আৰু কষ্ট দূৰ কৰে৷
আগন্তুক ১৬ মে’ত বুধৰ নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰদেৱে৷ শুক্ৰই ৰেৱতী নক্ষত্ৰত প্ৰৱেশ কৰিব আৰু ৩১ মে পৰ্যন্ত এই ৰাশিতেই থাকিব৷ শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনৰ প্ৰভাৱ পৰিব ১২ ৰাশিৰ জাতক জাতিকাৰ ওপৰত৷ ইয়াৰ ফলত বিশেষভাৱে লাভৱান হ’ব এই ৪ৰাশিৰ জাতক জাতিকা৷

বৃষ ৰাশি

শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনৰ ফলত ইতিবাচক প্ৰভাৱ পৰিব বৃষ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত৷ দীৰ্ঘদিন ধৰি কোনো ধন পাবলগীয়া থাকিলে এই সময়ত লাভ কৰিব৷ আৰ্থিক অৱস্থা ভাল হ’ব৷ আয়ৰ নতুন নতুন উৎস তৈয়াৰ হ’ব৷ ধন ঐশ্বৰ্য দ্ৰুত বৃদ্ধি পাব৷

কৰ্কট ৰাশি

শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তন কৰাৰ ফলত ভাল প্ৰভাৱ পৰিব কৰ্কট ৰাশিৰ জাতক জাতিকাৰ ওপৰত৷ যানবাহন সংক্ৰান্তিয় বিষয়ত প্ৰচুৰ সাফল্য আহিব পাৰে৷ চাকৰিয়ালৰ বাবে এই সময় খুবেই ভাল৷ প্ৰতিটো কামতেই সাফল্য আৰ্জিত হ’ব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক জাতিকাৰ ভাগ্য খুলিব শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনৰ ফলত৷ আধ্যাত্মিকতাৰ দিশত আগ্ৰহ বাঢ়িব৷ ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব পাৰে৷ ব্যৱসায়ত কোনো ডাঙৰ চুক্তি পাব পাৰে৷ আৰ্থিক অৱস্থা মজবুত হ’ব৷

মকৰ ৰাশি

শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তন কৰাৰ ফলত মকৰ ৰাশিৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব৷ আত্মবিশ্বাস দ্ৰুতভাৱে বৃদ্ধি পাব৷ আকস্মিক ধন লাভৰ যোগ থাকিব৷ সন্তানৰ পক্ষৰ পৰা কোনো শুভ সংবাদ পাব পাৰে৷ ইয়াৰোপৰি বুদ্ধিমত্তাত ক্ষমতা বৃদ্ধি পাব৷ ব্যৱসায় ক্ষেত্ৰত কোনো ডাঙৰ লাভ হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

October 14, 2026
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
Next Post
গজকেশৰী ৰাজযোগৰ দুৰ্দান্ত লাভ, আগন্তুক সপ্তাহ শুভ হ’ব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

গজকেশৰী ৰাজযোগৰ দুৰ্দান্ত লাভ, আগন্তুক সপ্তাহ শুভ হ’ব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মেৰ পৰা উন্নতি খাটাং এই ৪ৰাশিৰ জাতক জাতিকাৰ

ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মেৰ পৰা উন্নতি খাটাং এই ৪ৰাশিৰ জাতক জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.