• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মেৰ পৰা উন্নতি খাটাং এই ৪ৰাশিৰ জাতক জাতিকাৰ

ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মেৰ পৰা উন্নতি খাটাং এই ৪ৰাশিৰ জাতক জাতিকাৰ

1 year ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

1 hour ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

2 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

2 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

2 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

3 hours ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

3 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

9 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

9 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

10 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

11 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

11 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মেৰ পৰা উন্নতি খাটাং এই ৪ৰাশিৰ জাতক জাতিকাৰ

ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মেৰ পৰা উন্নতি খাটাং এই ৪ৰাশিৰ জাতক জাতিকাৰ

editor by editor
May 4, 2025
in জীৱনশৈলী
0
ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মেৰ পৰা উন্নতি খাটাং এই ৪ৰাশিৰ জাতক জাতিকাৰ
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষত ৰাহুক ছায়া গ্ৰহ বুলি কোৱা হয়৷ এই গ্ৰহে সকলো সময়তে বক্ৰী চলনত গোচৰ কৰে৷ ৰাহুৱে এটা এটা ৰাশিত ১৮ মাহ অৱস্থান কৰে৷ বৰ্তমান ৰাহু আছে মীন ৰাশিত৷ আগন্তুক ১৮ মেৰ সন্ধিয়া ৭ বাজি ৩৫ মিনিট ৰাহুৱে মীন এৰি কুম্ভ ৰাশিত গোচৰ কৰিব৷ জানি থওক ৰাহুৰ গোচৰৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

মেষ ৰাশি

ৰাহুৰ গোচৰ লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ বৰ্তমান শনিৰ চাৰে সাতি দশা চলিছে মেষ ৰাশিত৷ এই অৱস্থাত ৰাহুৰ গোচৰত স্বস্তিৰ বতাহ ব’ব মেষ ৰাশিৰ জাতকৰ জীৱনত৷ কেৰিয়াৰত উন্নতি কৰাৰ একাধিক সুযোগ পাব৷ আৰ্থিকভাৱেও লাভৱান হ’ব মেষ ৰাশিৰ জাতক৷ বিদেশ যাত্ৰা কৰিব পাৰে৷ সাংসৰিক জীৱনত সুখ থাকিব৷

মিথুন ৰাশি

ৰাহুৰ গোচৰত বিশেষ লাভৱান হ’ব মিথুন ৰাশিৰ জাতক৷ এই সময়ত আপুনি নিজৰ ধ্বংস হোৱা কাম নিজেই ঠিক কৰিব পাৰিব৷ নতুন বাহন ক্ৰয় কৰাৰো যোগ আছে৷ ৰাহুৰ প্ৰভাৱত উপাৰ্জন বাঢ়িব মিথুন ৰাশিৰ জাতকৰ৷ সাফল্য পাবলৈ আৰু কিছু পৰিশ্ৰম কৰিব লাগিব আপুনি৷ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব৷

কৰ্কট ৰাশি

১৮ মেৰ পৰা জীৱনলৈ শুভ পৰিবৰ্তন আহিব কৰ্কট ৰাশিৰ জাতকৰ৷ আপুনি নিজৰ সকলো কামেই সফলভাৱে সম্পন্ন কৰিব পাৰিব৷ অফিচৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ সমৰ্থন আপুনি পাব৷ আত্মীয়ৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিব পাৰে এই সময়ত৷ কোনো ডাঙৰ চেলেঞ্জৰ মুখামুখি হ’ব পাৰে৷

ধনু ৰাশি

ৰাহুৰ গোচৰৰ প্ৰভাৱত ভাল সময় আহিব ধনু ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত সাহস আৰু আত্মবিশ্বাসৰ সৈতে তুংগত থাকিব ধনু ৰাশিৰ জাতক৷ পৰিয়ালৰ লোকৰ সৈতে তীৰ্থযাত্ৰাত যাব পাৰে৷ সকলো কামতেই প্ৰচুৰ এনাৰ্জি থাকিব৷ বিদেশ যাত্ৰাৰ যোগ আছে৷ কেৰিয়াৰত উন্নতিৰ শীৰ্ষত উপনীত হব ধনু ৰাশিৰ জাতক৷ সংগীৰ সৈতে সম্পৰ্ক মধুৰ হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?
জীৱনশৈলী

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

October 10, 2026
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস
জীৱনশৈলী

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

October 10, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

October 10, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

October 10, 2026
Next Post
মে মাহত উন্নতি খাটাং, ৩ৰাশিৰ হাতলৈ আহিব ভাৱিব নোৱাৰা ধন, ঘৰ, গাড়ী ক্ৰয়ৰ সপোন পূৰণ হ’ব কোন কোন ৰাশিৰ জাতকৰ?

মে মাহত উন্নতি খাটাং, ৩ৰাশিৰ হাতলৈ আহিব ভাৱিব নোৱাৰা ধন, ঘৰ, গাড়ী ক্ৰয়ৰ সপোন পূৰণ হ’ব কোন কোন ৰাশিৰ জাতকৰ?

সূৰ্য-বুধৰ মহামিলনত খুলিব ভাগ্যৰ দুৱাৰ! বুধাদিত্য ৰাজযোগত ৪ ৰাশিৰ বাঢ়িব বেংক বেলেন্স, হাত মুঠিত সাফল্য কোন কোন ৰাশিৰ?

সূৰ্য-বুধৰ মহামিলনত খুলিব ভাগ্যৰ দুৱাৰ! বুধাদিত্য ৰাজযোগত ৪ ৰাশিৰ বাঢ়িব বেংক বেলেন্স, হাত মুঠিত সাফল্য কোন কোন ৰাশিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.