• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্য-বুধৰ মহামিলনত খুলিব ভাগ্যৰ দুৱাৰ! বুধাদিত্য ৰাজযোগত ৪ ৰাশিৰ বাঢ়িব বেংক বেলেন্স, হাত মুঠিত সাফল্য কোন কোন ৰাশিৰ?

সূৰ্য-বুধৰ মহামিলনত খুলিব ভাগ্যৰ দুৱাৰ! বুধাদিত্য ৰাজযোগত ৪ ৰাশিৰ বাঢ়িব বেংক বেলেন্স, হাত মুঠিত সাফল্য কোন কোন ৰাশিৰ?

1 year ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

22 minutes ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

1 hour ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

2 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

3 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

3 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

4 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

4 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

5 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

6 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

6 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

14 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্য-বুধৰ মহামিলনত খুলিব ভাগ্যৰ দুৱাৰ! বুধাদিত্য ৰাজযোগত ৪ ৰাশিৰ বাঢ়িব বেংক বেলেন্স, হাত মুঠিত সাফল্য কোন কোন ৰাশিৰ?

সূৰ্য-বুধৰ মহামিলনত খুলিব ভাগ্যৰ দুৱাৰ! বুধাদিত্য ৰাজযোগত ৪ ৰাশিৰ বাঢ়িব বেংক বেলেন্স, হাত মুঠিত সাফল্য কোন কোন ৰাশিৰ?

editor by editor
May 4, 2025
in জীৱনশৈলী, ভাৰত
0
সূৰ্য-বুধৰ মহামিলনত খুলিব ভাগ্যৰ দুৱাৰ! বুধাদিত্য ৰাজযোগত ৪ ৰাশিৰ বাঢ়িব বেংক বেলেন্স, হাত মুঠিত সাফল্য কোন কোন ৰাশিৰ?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সময়ৰ ব্যৱধানত প্ৰত্যেক গ্ৰহই স্থান পৰিবৰ্তন কৰে, যি বিভিন্ন ৰাশিৰ জাতক-জাতিকাই জীৱনত প্ৰভাৱ পেলাই৷ তাৰ মাজতেই কেতিয়াবা কেতিয়াবা গ্ৰহ নক্ষত্ৰৰ মিলন ৰাজযোগ তৈয়াৰ হয়৷ সূৰ্য আৰু বুধৰ মহামিলনত তৈয়াৰ হয় বুধাদিত্য ৰাজযোগ৷ জ্যোতিষশাস্ত্ৰত যি সমস্ত ৰাজযোগৰ বৰ্ণনা পোৱা গৈছে তাৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ হৈছে বুধাদিত্য ৰাজযোগ৷

বৰ্তমান গ্ৰহৰ ৰজা সূৰ্য মেষ ৰাশিত আছে৷ অন্যহাতে গ্ৰহৰ ৰাজপুত্ৰ হিচাপে পৰিচিত বুধে প্ৰতি ১৫ দিনৰ অন্তৰে অন্তৰে তাৰ ৰাশি পৰিবৰ্তন কৰে৷ বুধে আগন্তুক ৭ মেত মেষ ৰাশিত প্ৰৱেশ কৰিব৷ আৰু এই দুটি গ্ৰহৰ সংযোগত বুধাদিত্য ৰাজযোগ তৈয়াৰ হৈছে৷ যাৰ শুভ প্ৰভাৱ পৰিছে ৪ৰাশিৰ ওপৰত৷ কোন কোন ৰাশিৰ কঁপাল খুলিব? জানি থওক সবিশেষ৷

কৰ্কট ৰাশি

বুধাদিত্য যোগ কৰ্কট ৰাশিৰ বাবে লাভজনক হ’ব৷ কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফল পাব৷ নিজৰ লক্ষ্য স্থিৰ ৰাখি আগুৱাই যাওক৷ সাফল্য আহিবই৷ মে মাহৰ শেষৰ ফালে জীৱনত যাৱতীয় সমস্যাৰ সমাধান বিচাৰি পাব৷ কামৰ জগতত খ্যাতি বাঢ়িব৷

তুলা ৰাশি

২০২৫ত সকলো ধৰণৰ সৌভাগ্য লাভ কৰিব তুলা ৰাশিৰ মানুহে৷ নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে৷ বহু দিন ধৰি পাবলগীয়া টকা এই সময়ত লাভ কৰিব৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ যি কোনো সিদ্ধান্ত ভাৱিচিন্তি লওক৷

মকৰ ৰাশি

সূৰ্যৰ মিলনত মকৰ ৰাশিৰ কেৰিয়াৰত উন্নতিৰ সম্ভাৱনা আছে৷ বৈবাহিক জীৱন সুখৰ হব৷ চাকৰিজীৱীয়ে নতুন দায়িত্ব পাব পাৰে৷ কামৰ মাধ্যমেৰে সকলোৰে মন জয় কৰিব৷ কৰ্মক্ষেত্ৰত কামত সন্তুষ্টি পাব৷

কুম্ভ ৰাশি

বুধাদিত্য ৰাজযোগত সুদিন উভতি আহিব কুম্ভ ৰাশিৰ৷ জীৱনৰ সকলো ক্ষেত্ৰতেই উন্নতিৰ সুযোগ আহিব৷ চাকৰিয়ালে কামৰ প্ৰশংসা পাব৷ সমাজত সন্মান, প্ৰতিপত্তি বাঢ়িব৷ নিজৰ ব্যৱহাৰেৰে সকলোৰে মন জয় কৰিব পাৰিব৷ ব্যৱসায়ত বৃহৎ লাভৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?
শিক্ষা

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

September 16, 2026
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে
প্ৰযুক্তি

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

September 16, 2026
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি
জীৱনশৈলী

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

September 16, 2026
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
Next Post
নিপা ভাইৰাছৰ টিকা তৈয়াৰৰ পথত আগুৱাইছে ভাৰত, কিমান বিপজ্জনক এই ভাইৰাছ?

নিপা ভাইৰাছৰ টিকা তৈয়াৰৰ পথত আগুৱাইছে ভাৰত, কিমান বিপজ্জনক এই ভাইৰাছ?

উপবাসে থাকিলেই ৰোগমুক্তি! পিতৃ-মাতৃৰ চাপতেই উপবাসে থাকি প্ৰাণ হেৰুৱালে ৩ বছৰীয়া শিশুৱে

উপবাসে থাকিলেই ৰোগমুক্তি! পিতৃ-মাতৃৰ চাপতেই উপবাসে থাকি প্ৰাণ হেৰুৱালে ৩ বছৰীয়া শিশুৱে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.