• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছফৱান গেঙেই কৰিছে এই নাৰকীয় কাণ্ড! হিন্দু নেতা সুহাছ শেঠিৰ জীৱন কঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ ৮ মুছলমান যুৱক

ছফৱান গেঙেই কৰিছে এই নাৰকীয় কাণ্ড! হিন্দু নেতা সুহাছ শেঠিৰ জীৱন কঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ ৮ মুছলমান যুৱক

1 year ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

52 minutes ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

2 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

3 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

11 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

11 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

12 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

13 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

13 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

14 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

15 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

15 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ছফৱান গেঙেই কৰিছে এই নাৰকীয় কাণ্ড! হিন্দু নেতা সুহাছ শেঠিৰ জীৱন কঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ ৮ মুছলমান যুৱক

ছফৱান গেঙেই কৰিছে এই নাৰকীয় কাণ্ড! হিন্দু নেতা সুহাছ শেঠিৰ জীৱন কঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ ৮ মুছলমান যুৱক

editor by editor
May 3, 2025
in অপৰাধ, জীৱনশৈলী
0
ছফৱান গেঙেই কৰিছে এই নাৰকীয় কাণ্ড! হিন্দু নেতা সুহাছ শেঠিৰ জীৱন কঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ ৮ মুছলমান যুৱক
0
SHARES
919
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্ণাটকৰ মাংগালুৰুত বৃহস্পতিবাৰে নিশা এক আক্ৰমণত বজৰং দলৰ প্ৰাক্তন সদস্য সুহাছ শেঠিয়ে প্ৰাণ হেৰুৱাইছে৷ আক্ৰমণৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈছে সামাজিক মাধ্যমত৷ আৰক্ষীয়ে জনাইছে যে নিশা ৮ বাজি ২৭ মিনিটত সুহাছ আৰু পাঁচজন সংগীয়ে এখন বাহনেৰে যাত্ৰা কৰাৰ সময়তে দুখন বাহনেৰে অহা ৫-৬টা আক্ৰমণকাৰীৰ পদে বাট ভেটি ধৰে৷ সুহাছক তৰোৱাল আৰু ধৰাল অস্ত্ৰৰে আঘাত কৰি পলাই যায় দুষ্কৃতিকাৰীৰ দলটো৷ লগে লগেই এ জে হাস্পতালত ভৰ্তি কৰোৱাৰ পাছত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷

এই ঘটনাৰ পাছতেই হাস্পতালত হিন্দুত্ববাদী কৰ্মীয়ে ভিৰ কৰে৷ বিজেপি সাংসদ নলিন কুমাৰ কাটিল, বিধায়ক ভাৰত শেঠিকে ধৰি কেইবাজনো হিন্দুত্ববাদী নেতা উপস্থিত হৈছে হাস্পতালত৷ হিন্দু সংগঠন বিশ্ব হিন্দু পৰিষদে শুকুৰবাৰে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজা পৰ্যন্ত মাংগালুৰু বন্ধৰ আহ্বান জনাইছিল৷ আইন শৃংখলা বৰ্তাই ৰাখিবলৈ এলেকাজুৰি ১৪৪ ধাৰাও জাৰি কৰা হৈছে৷ সুহাছ শেঠি ২০২২ চনত মুছলমান যুৱক মহম্মদ ফাজিল হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে চিহ্নিত হৈছিল৷ সেই হত্যাৰেই প্ৰতিশোধ লোৱা বুলি প্ৰায়সংখ্যকেই ধাৰণা কৰিছে৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমেও এই বাতৰি প্ৰকাশ কৰি সেই সন্দেহেই ব্যক্ত কৰিছে৷

https://timesofindia.indiatimes.com/city/mangaluru/8-arrested-in-killing-of-hindu-activist-suhas-shetty/articleshow/120844319.cms

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে ঘটনাক লৈ বিশেষ তদন্ত কমিটি গঠন কৰিছে৷ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়, ‘তদন্ত চলিছে দোষী হাৰি যাব নোৱাৰে৷ আমাৰ আহ্বান সকলো পক্ষই শান্তি বৰ্তাই ৰাখক৷’ সুহাছক আক্ৰমণ কৰি হত্যা কৰাৰ সন্দেহত আৰক্ষীৰ তদন্তকাৰী কমিটিয়ে ৮ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে৷ ঘটনাৰ মূল অভিযুক্ত আব্দুল চফৱান, ফাজিলৰ ভাতৃ আদিল, নিয়াজ, মুজাম্মিল, কলন্দৰ শ্বাফি, ৰিজৱান, ৰঞ্জিত আৰু নাগৰাজক গ্ৰেপ্তাৰ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

October 14, 2026
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
Next Post
শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনত ভাগ্য উদয় হ’ব এই ৪ৰাশিৰ! মে মাহতেই বাঢ়িব বেংক বেলেন্স

শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনত ভাগ্য উদয় হ’ব এই ৪ৰাশিৰ! মে মাহতেই বাঢ়িব বেংক বেলেন্স

গজকেশৰী ৰাজযোগৰ দুৰ্দান্ত লাভ, আগন্তুক সপ্তাহ শুভ হ’ব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

গজকেশৰী ৰাজযোগৰ দুৰ্দান্ত লাভ, আগন্তুক সপ্তাহ শুভ হ’ব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.