অসম লাইভ ২৪ঃ পুনৰ ৪টা ৰাষ্ট্ৰীয়কৃত বেংক বেচৰকাৰীকৰণৰ যো-জা চলাইছে কেন্দ্ৰই। বিক্ৰী হ’ব পাৰে বেংক অব মহাৰাষ্ট্ৰ, বেংক অব ইণ্ডিয়া, ইণ্ডিয়ান অভাৰচীজ বেংক আৰু চেণ্ট্ৰেল বেংক। বিক্ৰীৰ বাবে নির্বাচিত ৪টা বেংকৰ ২টা ২০২১-২২ বর্ষত বিক্ৰী কৰা হ’ব পাৰে। ইয়াৰ পূর্বে ১০ টা ৰাষ্ট্ৰীয়কৃত বেংক একত্ৰীকৰণ হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















