খুজি-মাগি খোৱা মহিলাৰ নামত ৫ লাখ টকাৰ ঋণৰ বোজা। মহিলাৰ অজ্ঞাতে দালাল চক্ৰই আত্মসাৎ কৰিলে ধন। অনাদায় কিস্তি জাননীৰ পিছত পোহৰলৈ আহে সমগ্ৰ তথ্য।