• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যাদুকৰী উদ্ভিদ, ঘৰত ৰুই গৰমৰ পৰা পৰিত্ৰাণ লাভ কৰক, লগতে লাভ কৰক বিশুদ্ধ বায়ু 

2 years ago
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

6 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

7 hours ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

8 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

9 hours ago
গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

10 hours ago
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

11 hours ago
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যাদুকৰী উদ্ভিদ, ঘৰত ৰুই গৰমৰ পৰা পৰিত্ৰাণ লাভ কৰক, লগতে লাভ কৰক বিশুদ্ধ বায়ু 

editor by editor
April 24, 2024
in জীৱনশৈলী, বিবিধ
0
যাদুকৰী উদ্ভিদ, ঘৰত ৰুই গৰমৰ পৰা পৰিত্ৰাণ লাভ কৰক, লগতে লাভ কৰক বিশুদ্ধ বায়ু 
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যাদুকৰী উদ্ভিদ, ঘৰত ৰুই গৰমৰ পৰা পৰিত্ৰাণ লাভ কৰক, লগতে লাভ কৰক বিশুদ্ধ বায়ু

বায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে। সকলোফালে কেৱল গৰম আৰু গৰম। জুন জুলাই মাহ বাকি থকা অৱস্থাতে এই এপ্ৰিল মাহতেই ৪০ ডিগ্ৰীৰ ওচৰা ওচৰি হৈছে তাপমাত্ৰা।

এনে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে ফেন, এচি, কুলাৰ আদি বিভিন্ন ব্যৱস্থা কৰে। আমি ঘৰৰ ভিতৰৰ উষ্ণতা হ্ৰাস কৰি শীতল অনুভৱ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰোঁ, কিন্তু যিমানেই কৃত্ৰিম পদ্ধতি গ্ৰহণ নকৰোঁ কিয়, প্ৰাকৃতিক সামগ্ৰীৰ সৈতে তুলনা কৰিব নোৱাৰি।

কেৱল ডাঙৰ ডাঙৰ গছবোৰেই নহয়, আনকি ঘৰৰ ভিতৰত লগোৱা টাৱত গজা গছবোৰো শীতলীকৰণত বহু সহায়ক।তেনেই এবিধ উদ্ভিত আছে যিয়ে গ্ৰীষ্মকালত যাদুৰ দৰে কাম কৰা। সৰু পাত্ৰত ৰুব পৰা এই গছজোপাৰ ঘৰখন ঠাণ্ডা কৰি ৰখাৰ শক্তি আছে।

দেখাত অতি ধুনীয়া এই উদ্ভিদ এসময়ত আফ্ৰিকান দেশত পোৱা গৈছিল যদিও ইয়াৰ উপকাৰ ইমানেই আচৰিত যে এতিয়া ভাৰততো ইয়াক সহজে পোৱা যায আৰু সহজে ৰুপ পৰা যায়। আনকি ডাঙৰ ডাঙৰ ইণ্টেৰিয়ৰ ডিজাইনাৰ আৰু উদ্যান শস্য বিশেষজ্ঞসকলেও ইয়াৰ বৈশিষ্ট্যৰ বাবে এই গছজোপা ঘৰৰ ভিতৰত ৰোপণ কৰিবলৈ পৰামৰ্শ দিয়ে।

এই উদ্ভিদ জোপাৰ নাম স্নেক প্লাণ্ট তথা সাপ উদ্ধিদ। ইয়াৰ পাতত ভাইপাৰ সাপৰ দেহৰ দৰে ডিজাইন থকাৰ বাবে ইয়াৰ নাম সাপ উদ্ভিদ। অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদে স্নেক প্লাণ্ট সন্দৰ্ভত কৈছে যে, এই উদ্ভিদৰ যত্ন অতি সহজ। ইয়াৰ বাবে বেছি পানী বা সাৰৰ প্ৰয়োজন নহয় আৰু ইয়াক ঘৰৰ ভিতৰতো সহজে ৰোপণ কৰিব পাৰি।

ইয়াৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে। ই বায়ু বিশুদ্ধ কৰে, বায়ুৰ পৰা বিষাক্ত প্ৰদূষক আঁতৰায়। ঘৰত স্থাপন কৰিলে মানুহে উশাহ ল’বলৈ বিশুদ্ধ বায়ু লাভ কৰে। ই এটা প্ৰাকৃতিক হিউমিডিফায়াৰ। কেৱল এয়াই নহয়, যদি ইয়াক কোঠা বা ঘৰৰ বহু টবত ৰোপণ কৰা হয়, তেন্তে ই কিছু পৰিমাণে উষ্ণতা সাধাৰণ কৰি ৰখাতো সহায় কৰে।

প্ৰদূষণৰ বিৰুদ্ধে কাম কৰা এই উদ্ভিদে এলাৰ্জিক উপাদানসমূহো শোষণ কৰে। মানসিক স্বাস্থ্য আৰু শান্তিৰ ক্ষেত্ৰত ই ফলপ্ৰসূ। ইয়াৰ সৌন্দৰ্য্যৰ বাবে ইয়াক চাবলৈও ভাল লাগে। ইয়াৰ বাহিৰেও বাস্তুৰ লগত জড়িত বহু কথাও এই সন্দৰ্ভত পোহৰলৈ আহে। য’ত ইয়াৰ পাতৰ ডিজাইনৰ বাবে ইয়াক ভাগ্যৱান উদ্ভিদ বুলি গণ্য কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: filter indoor airmental health BoosterSnake Plant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?
জীৱনশৈলী

March 25, 2026
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত
জীৱনশৈলী

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

March 25, 2026
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো
চিনেমা

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

March 25, 2026
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?
জীৱনশৈলী

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

March 25, 2026
Next Post
মেষ ৰাশিত গজলক্ষ্মী ৰাজযোগ! ধন উপাৰ্জনৰ পথ মুকলি ৩ ৰাশিৰ জাতকৰ

এই শিক্ষা বিষতকৈ কম নহয়, ধ্বংস কৰি দিয়ে জীৱন! গীতাত কোনকেইটা বিষয়ক লৈ সাৱধানবাণী দিছে শ্ৰীকৃষ্ণই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন