• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই শিক্ষা বিষতকৈ কম নহয়, ধ্বংস কৰি দিয়ে জীৱন! গীতাত কোনকেইটা বিষয়ক লৈ সাৱধানবাণী দিছে শ্ৰীকৃষ্ণই

এই শিক্ষা বিষতকৈ কম নহয়, ধ্বংস কৰি দিয়ে জীৱন! গীতাত কোনকেইটা বিষয়ক লৈ সাৱধানবাণী দিছে শ্ৰীকৃষ্ণই

2 years ago
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

23 minutes ago
এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

1 hour ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

10 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

10 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

10 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

11 hours ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

12 hours ago
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

13 hours ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

13 hours ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

14 hours ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

14 hours ago
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই শিক্ষা বিষতকৈ কম নহয়, ধ্বংস কৰি দিয়ে জীৱন! গীতাত কোনকেইটা বিষয়ক লৈ সাৱধানবাণী দিছে শ্ৰীকৃষ্ণই

এই শিক্ষা বিষতকৈ কম নহয়, ধ্বংস কৰি দিয়ে জীৱন! গীতাত কোনকেইটা বিষয়ক লৈ সাৱধানবাণী দিছে শ্ৰীকৃষ্ণই

editor by editor
April 25, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
এই শিক্ষা বিষতকৈ কম নহয়, ধ্বংস কৰি দিয়ে জীৱন! গীতাত কোনকেইটা বিষয়ক লৈ সাৱধানবাণী দিছে শ্ৰীকৃষ্ণই
0
SHARES
558
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে মহাবীৰ অৰ্জুনক দিয়া শ্ৰীকৃষ্ণৰ উপদেশসমূহেই উল্লেখ আছে শ্ৰীমদ ভগবত্‍ গীতাত। গীতা হৈছে হিন্দুসকলৰ অত্যন্ত পবিত্ৰ ধৰ্মগ্ৰন্থ। হাজাৰ হাজাৰ বছৰ পাছতো গীতাৰ বাণী আমাৰ জীৱনত আজিও কাৰ্যকৰী। গীতাই আমাক জীৱনৰ সঠিক পথৰ সন্ধান দিয়ে। গীতাৰ উপদেশ যথাযথভাৱে মানি চলিলে জীৱনত উন্নতি খাটাং।

গীতা এনে এখন গ্ৰন্থ যিয়ে মানুহক শিকাই কেনেকৈ জীৱনটো চলাব লাগে। আমাক ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ শিকাই গীতাই। কেৱল জীৱনকালতে নহয় মৃত্যুৰ পাছতো গীতাৰ বাণী আমাৰ জীৱনত সমানেই কাৰ্যকৰী হয়। গীতা হৈছে জীৱনৰ সম্পূৰ্ণ দৰ্শন যি অনুসৰণ কৰিলে মানুহৰ আৰু কোনো ধৰণৰ অভাৱ নাথাকে। গীতাৰ কেইটামান উপদেশ জানি থওক।

গীতাৰ অমূল্য উপদেশ

গীতাত কোৱা হৈছে যে বেছিভাগ মানুহৰ মনত শিক্ষাৰ পৰা অহংকাৰৰ উদয় হয়। আৰু যি শিক্ষাই মনত অহংকাৰৰ জন্ম দিয়ে সেই শিক্ষা বিষৰ সমান। এই শিক্ষাই আমাৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়ে। অন্যহাতে যি শিক্ষাই আমাক নম্ৰতা আৰু ভদ্ৰতাৰ পাঠ শিকাই সেই শিক্ষা হৈছে অমৃতৰ সমান। গীতাত শ্ৰীকৃষ্ণই কৈছে যে নিজৰ সম্ভাৱনাক চিনি নাপায় মুখ ঘূৰাই আঁতৰি অহাটোৱে জীৱনৰ আটাইতকৈ ডাঙৰ পৰাজয়।

মানুহে নাজানে প্ৰত্যেকজন মানুহৰ মাজতেই বিপুল সম্ভাৱনা লুকাই থাকে। এই সম্ভাৱনাক কামত লগালেই জীৱনত উন্নতি হয়, আপুনি আশা কৰা ধৰণেই জীৱনক উপভোগ কৰিব পাৰে। গীতা অনুসৰি সুখৰ সময়ত আমি উচিত ধৰ্ম কৰ্ম কৰা আৰু অন্যলোকক সহায়ৰ হাত আগবঢ়াই দিয়া উচিত। এই কাম কৰিলে আমাৰ বিপদৰ সময়ত অন্য় লোকে আমাক সহায় কৰিবলৈ আগুৱাই আহিব।

যদি কোনোৱে তোমাৰ ধৰ্ম আৰু তোমাৰ আত্মসন্মানৰ ক্ষতি কৰাৰ চেষ্টা কৰে সেই সময়ত খং প্ৰকাশ কৰাটো পূণ্যৰ কাম। যি ধৈৰ্য্যই তোমাৰ ধৰ্ম আৰু তোমাৰ আত্মসন্মানক ৰক্ষা কৰিব নোৱাৰে সেই ধৈৰ্য্যই মহাপাপ। গীতাত শ্ৰীকৃষ্ণই কৈছে যে কাকো কেতিয়াও যাচি উপদেশ দিব নালাগে।

কেতিয়াও কাকো মিছা কথা নক’ব। অতীতত কেতিয়া কি ভাল সময় পাৰ হৈছে এইসমূহ কথা ৰোমন্থন কৰি সময় নষ্ট নকৰিব। কাৰণ ইয়াৰ ফলত আপোনাৰ দুখ বাঢ়িব। গীতাত শ্ৰীকৃষ্ণই লগতে কৈছে ভাল মানুহৰ সৈতে ভালকৈ থাকক কিন্তু বেয়া মানুহৰ সৈতে ভাল হ’বলৈ নাযাব। কাৰণ হীৰাৰেহে হীৰা কাটিব পাৰি আৰু লোহাৰে লোহা কটা যায়।

শ্ৰী কৃষ্ণৰ পৰামৰ্শ অনুসৰি কাম কৰিলে আমি জীৱনত ভাল ফল লাভ কৰিমেই। ভাল কাম কৰিলে ভাল ফল পোৱা যাব আৰু বেয়া কাম কৰিলে বেয়া ফলেই পাব সেই কথাও গীতাত স্পষ্টকৈ উল্লেখ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?
জীৱনশৈলী

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

August 1, 2026
এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

August 1, 2026
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক
জীৱনশৈলী

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

July 31, 2026
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক
জীৱনশৈলী

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

July 31, 2026
Next Post
বৃহস্পতিবাৰে ভুলতো নকৰিব এই ৮কাম, ৰুষ্ট হ’ব বিষ্ণু, বাঢ়িব বৃহস্পতিৰ অশুভ প্ৰভাৱ

বৃহস্পতিবাৰে ভুলতো নকৰিব এই ৮কাম, ৰুষ্ট হ’ব বিষ্ণু, বাঢ়িব বৃহস্পতিৰ অশুভ প্ৰভাৱ

তেওঁৰ গীতত ডুবিব নে জীৱনধাৰাত? সাধাৰণ যেন লগা অসাধাৰণ অৰিজিতৰ আজি ওপজা দিন

তেওঁৰ গীতত ডুবিব নে জীৱনধাৰাত? সাধাৰণ যেন লগা অসাধাৰণ অৰিজিতৰ আজি ওপজা দিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.