• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তেওঁৰ গীতত ডুবিব নে জীৱনধাৰাত? সাধাৰণ যেন লগা অসাধাৰণ অৰিজিতৰ আজি ওপজা দিন

তেওঁৰ গীতত ডুবিব নে জীৱনধাৰাত? সাধাৰণ যেন লগা অসাধাৰণ অৰিজিতৰ আজি ওপজা দিন

2 years ago
সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

3 minutes ago
বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

42 minutes ago
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

1 hour ago
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

2 hours ago
এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

3 hours ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

12 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

12 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

12 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

12 hours ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

14 hours ago
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

14 hours ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তেওঁৰ গীতত ডুবিব নে জীৱনধাৰাত? সাধাৰণ যেন লগা অসাধাৰণ অৰিজিতৰ আজি ওপজা দিন

তেওঁৰ গীতত ডুবিব নে জীৱনধাৰাত? সাধাৰণ যেন লগা অসাধাৰণ অৰিজিতৰ আজি ওপজা দিন

editor by editor
April 25, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
তেওঁৰ গীতত ডুবিব নে জীৱনধাৰাত? সাধাৰণ যেন লগা অসাধাৰণ অৰিজিতৰ আজি ওপজা দিন
0
SHARES
176
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তেওঁৰ গীতত ডুবিব নে জীৱনধাৰাত? অনুৰাগীয়ে আজিও বিচাৰ কৰিব নোৱাৰে। কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বৰ সংগীতপ্ৰেমী তেওঁৰ গীতত মুগ্ধ। আজি সেই সাধাৰণ যেন লগা অসাধাৰণ ব্যক্তিজনৰ ওপজা দিন। ওপজা দিনতেই জানি থওক সাধাৰণ যেন লগা অৰিজিতৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান?

অতিকৈ সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা অৰিজিত সিঙৰ সা-সম্পত্তিৰ কথা জানিলে আপুনিও আচৰিত হব।  ১ঘন্টাৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ অৰিজিত সিঙে লয় প্ৰায় ডেৰ কোটি টকাৰ মাননি।বলিউড ছবিসমূহত বৰ্তমান অৰিজিত সিঙৰ যদি এটা গান নাথাকে, তেন্তে প্ৰায় আধৰুৱা বুলিয়ে ক’ব পাৰি। এটা গানত কন্ঠ নিগৰাবলৈ অৰিজিত সিঙে লয় ৮-১০ লাখ টকাৰ মাননি। ৩৬বছৰীয়া অৰিজিত সিঙৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৭মিলিয়ন ডলাৰ । ভাৰতীয় হিচাপত প্ৰায় ৫৫ কোটি টকাৰ সম্পত্তিৰ মালিক অৰিজিত সিং। কিন্তু এই সকলোবোৰ থাকিলেও, অতি সাধাৰণভাৱে জীৱন কটাই ভাল পায় কন্ঠশিল্পীগৰাকীয়ে।

প্ৰায়ে খোজ কঢ়া বা স্কুটীত দেখা পোৱা অৰিজিত সিঙৰ আছে বহুকেইখন বিলাসী বাহন। হামাৰ, ৰেঞ্জ ৰভাৰ, মাৰ্চিডিজৰ দৰে বাহন আছে অৰিজিত সিঙৰ গেৰেজত। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বছৰত প্ৰায় ২০ৰ পৰা ২৫কোটি টকা উপাৰ্জন কৰে অৰিজিত সিঙে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা
জীৱনশৈলী

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

August 1, 2026
বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি
বিশ্ব

বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

August 1, 2026
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!
নিয়োগ

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

August 1, 2026
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?
জীৱনশৈলী

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

August 1, 2026
Next Post
ভাৰতত থাকিলেও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব! আলিয়া, নৰা, জেকলিন, কেটৰীনাই কিয়  কাহানিও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব ভাৰতত?

ভাৰতত থাকিলেও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব! আলিয়া, নৰা, জেকলিন, কেটৰীনাই কিয় কাহানিও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব ভাৰতত?

৫জন ভোটাৰৰ বাবে এটা ভোটকেন্দ্ৰ! লাডাখৰ হাড়ভঙা ঠাণ্ডাত দুৰ্গম পাহাৰ ভাঙি আৰম্ভ হৈছে পুলিং অফিচাৰৰ যাত্ৰা

৫জন ভোটাৰৰ বাবে এটা ভোটকেন্দ্ৰ! লাডাখৰ হাড়ভঙা ঠাণ্ডাত দুৰ্গম পাহাৰ ভাঙি আৰম্ভ হৈছে পুলিং অফিচাৰৰ যাত্ৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.