• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেষ ৰাশিত গজলক্ষ্মী ৰাজযোগ! ধন উপাৰ্জনৰ পথ মুকলি ৩ ৰাশিৰ জাতকৰ

মেষ ৰাশিত গজলক্ষ্মী ৰাজযোগ! ধন উপাৰ্জনৰ পথ মুকলি ৩ ৰাশিৰ জাতকৰ

2 years ago
এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

28 minutes ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

9 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

9 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

9 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

10 hours ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

11 hours ago
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

12 hours ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

12 hours ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

13 hours ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

13 hours ago
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

15 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মেষ ৰাশিত গজলক্ষ্মী ৰাজযোগ! ধন উপাৰ্জনৰ পথ মুকলি ৩ ৰাশিৰ জাতকৰ

মেষ ৰাশিত গজলক্ষ্মী ৰাজযোগ! ধন উপাৰ্জনৰ পথ মুকলি ৩ ৰাশিৰ জাতকৰ

editor by editor
April 25, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মেষ ৰাশিত গজলক্ষ্মী ৰাজযোগ! ধন উপাৰ্জনৰ পথ মুকলি ৩ ৰাশিৰ জাতকৰ
0
SHARES
507
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৫ এপ্ৰিলত মেষ ৰাশিত তৈয়াৰ হৈছে গজলক্ষ্মী যোগ। জ্যোতিষ অনুসৰি শুক্ৰ আৰু বৃহস্পতিৰ যুঁটিৰ ফলত এই যোগ তৈয়াৰ হৈছে। ২৫ এপ্ৰিলত মেষ ৰাশিত শুক্ৰই প্ৰৱেশ কৰিছে। ইয়াতেই ভ্ৰমণ কৰিছে বৃহস্পতিয়ে। যাৰ ফলত মঙলত মঙলৰ আধিপত্য যুক্ত মেষ ৰাশিত দৈত্য আৰু দেৱগুৰু দ্বয়ৰ যুঁটি তৈয়াৰ হৈছে।

এই যুঁটিৰ কাৰণেই অতিশুভ গজলক্ষ্মী ৰাজযোগৰ সৃষ্টি হয়। ১ মে বৃহস্পতিৰ ৰাশি পৰিবৰ্তনৰ সৈতে শুভ যোগ ভংগ হ’ব। জ্যোতিষ গণনা অনুসৰি তিনি ৰাশিৰ জাতকৰ বাবে গজলক্ষ্মী ৰাজযোগ অত্যন্ত শুভ। তালিকাত কোন কোন?

মেষ ৰাশি

মেষ ৰাশিৰ লগ্ন স্থানত গজলক্ষ্মী ৰাজযোগ তৈয়াৰ হৈছে। এই ৰাশিৰ জাতকৰ জীৱনত আনন্দ আহিব। সমস্ত ক্ষেত্ৰত সাফল্য অৰ্জন কৰা সম্ভৱ হ’ব। সমাজত মান-সন্মান বৃদ্ধি পাব এই ৰাশিৰ জাতকৰ। পদ-প্ৰতিষ্ঠা বাঢ়িব। ব্যৱসায়ীসকলেও লাভাম্বিত হ’ব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। পিতৃ-মাতৃৰ সহযোগিতা লাভ কৰিব। নিজৰ লক্ষ্য লাভত সফল হ’ব এই ৰাশিৰ জাতক। পৰিয়ালত আনন্দৰ পৰিবেশ থাকিব।

মকৰ ৰাশি

গজলক্ষ্মী যোগ মকৰ ৰাশিৰ জাতকৰ বাবে কোনো আশীৰ্বাদতকৈ কম নহয়। এই ৰাশিৰ জাতকে সুখ লাভ কৰিব। লক্ষ্মীৰ আৰাধনা কৰিলে প্ৰতি ক্ষেত্ৰত সাফল্য অৰ্জন কৰিব।  পদোন্নতিৰ প্ৰৱল সুযোগ আছে। শহুৰৰ ঘৰৰ পৰা আৰ্থিক সাহায্য অৰ্জন কৰিব পাৰে। কেৰিয়াৰত উন্নতি হ’ব। কামত মনোনিৱেশ কৰিব। ইয়াৰ ফলত লক্ষ্য লাভ কৰিব পাৰিব মকৰ ৰাশিৰ জাতকে। কৰ্মক্ষেত্ৰত পদোন্নতি সম্ভৱ। পৰিয়ালৰ সৈতে ভাল সময় কটাব।

কুম্ভ ৰাশি

জ্যোতিষ অনুসৰি গজলক্ষ্মী যোগ কুম্ভ ৰাশিৰ জাতকৰ বাবে লাভজনক। জীৱনৰ প্ৰতিটো চেলেঞ্জ দূৰ হ’ব। লক্ষ্মীৰ আশীৰ্বাদত ভাগ্যৰ সংগ পাব। সমস্ত কামত সাফল্য লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে। সামান্য পৰিশ্ৰম কৰিলেই শুভ ফল পাব। পৰিয়ালৰ সৈতে ভাৱল সময় কটাব। চাকৰিয়াল জাতকৰ বাবে এই ৰাজযোগ অত্যন্ত শুভ। লক্ষ্মীৰ আশীৰ্বাদত আকস্মিক ধন লাভ কৰিব পাৰিব। ইয়াৰোপৰি সঞ্চয় কৰিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

August 1, 2026
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক
জীৱনশৈলী

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

July 31, 2026
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক
জীৱনশৈলী

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

July 31, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

July 31, 2026
Next Post
এই শিক্ষা বিষতকৈ কম নহয়, ধ্বংস কৰি দিয়ে জীৱন! গীতাত কোনকেইটা বিষয়ক লৈ সাৱধানবাণী দিছে শ্ৰীকৃষ্ণই

এই শিক্ষা বিষতকৈ কম নহয়, ধ্বংস কৰি দিয়ে জীৱন! গীতাত কোনকেইটা বিষয়ক লৈ সাৱধানবাণী দিছে শ্ৰীকৃষ্ণই

বৃহস্পতিবাৰে ভুলতো নকৰিব এই ৮কাম, ৰুষ্ট হ’ব বিষ্ণু, বাঢ়িব বৃহস্পতিৰ অশুভ প্ৰভাৱ

বৃহস্পতিবাৰে ভুলতো নকৰিব এই ৮কাম, ৰুষ্ট হ’ব বিষ্ণু, বাঢ়িব বৃহস্পতিৰ অশুভ প্ৰভাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.