• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিধ্বংসী বানৰ পৰা কেদাৰনাথ মন্দিৰক ৰক্ষা কৰিছিল এটা বিশালকায় শিলে! কিন্তু ক’ৰ পৰা কেনেকৈ নামি আহিছিল এই ঈশ্বৰৰ পাথৰ?

বিধ্বংসী বানৰ পৰা কেদাৰনাথ মন্দিৰক ৰক্ষা কৰিছিল এটা বিশালকায় শিলে! কিন্তু ক’ৰ পৰা কেনেকৈ নামি আহিছিল এই ঈশ্বৰৰ পাথৰ?

1 year ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

3 hours ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

3 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

4 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

4 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

5 hours ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

6 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

6 hours ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

7 hours ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

8 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

9 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিধ্বংসী বানৰ পৰা কেদাৰনাথ মন্দিৰক ৰক্ষা কৰিছিল এটা বিশালকায় শিলে! কিন্তু ক’ৰ পৰা কেনেকৈ নামি আহিছিল এই ঈশ্বৰৰ পাথৰ?

বিধ্বংসী বানৰ পৰা কেদাৰনাথ মন্দিৰক ৰক্ষা কৰিছিল এটা বিশালকায় শিলে! কিন্তু ক’ৰ পৰা কেনেকৈ নামি আহিছিল এই ঈশ্বৰৰ পাথৰ?

editor by editor
May 28, 2025
in ভাৰত, লেখা
0
বিধ্বংসী বানৰ পৰা কেদাৰনাথ মন্দিৰক ৰক্ষা কৰিছিল এটা বিশালকায় শিলে! কিন্তু ক’ৰ পৰা কেনেকৈ নামি আহিছিল এই ঈশ্বৰৰ পাথৰ?
0
SHARES
640
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুধৰ্মত এটি অত্যন্ত গুৰুত্বপূৰ্ণ তীৰ্থস্থান হৈছে কেদাৰনাথ৷ উত্তৰাখণ্ডৰ চাৰধামৰ অন্যতম এই মন্দিৰ৷ মন্দাকিনী নদীৰ ধাৰত অৱস্থিত এই তীৰ্থস্থানত মহাদেৱ স্বয়ম্ভূ হৈছিল বুলি শাস্ত্ৰত উল্লেখ আছে৷ ২০১৩ চনৰ বিধ্বংসী বানত মাৰাত্মকভাৱে ক্ষতিগ্ৰস্থ হৈছিল এই তীৰ্থক্ষেত্ৰ৷ ১০০ বছৰীয়া ইতিহাসত এনে বিধ্বংসী প্ৰাকৃতিক দুৰ্যোগ উত্তৰাখণ্ডত কাহানিও অহা নাছিল৷ ২০১৩ চনৰ বিধ্বংসী বানে তচনচ কৰি পেলাইছিল কেদাৰনাথৰ চৌপাশ৷ সকলো শেষ হৈ গ’লেও আশ্চৰ্যজনকভাৱে বাচি গৈছিল কেদাৰনাথ মন্দিৰ৷ মন্দিৰৰ গাত এটা আঁচোৰো পৰা নাছিল এই বানৰ৷ অথচ মন্দিৰৰ পিছফালে থকা পাহাৰৰ পৰাই নামি আহিছিল পানীৰ ঢল৷

এটা বিশালকায় শিল পাহাৰৰ পৰা নামি আহি কেদাৰনাথ মন্দিৰৰ ঠিক পিছফালে ৰৈ যায়৷ এই শিলেই ওপৰৰ পৰা নামি অহা পানীৰ ঢল মন্দিৰৰ গাত লাগিবলৈ নিদিলে৷ এই শিলটোক তেতিয়াৰে পৰাই ভীম শিলা নামেৰে এই শিল পৰিচিত৷ কেদাৰনাথলৈ যোৱা হাজাৰ হাজাৰ যাত্ৰীৰ প্ৰায়সংখ্যকেই এই বিপৰ্যয়ত প্ৰাণ হেৰুৱাইছিল৷ বাচি গৈছিল কেৱল মন্দিৰৰ ভিতৰত থকা কেইশমান লোকহে৷ পাছলৈ সেইসকল লোকক হেলিকপ্টাৰেৰে তললৈ নমাই অনা হয়৷ এয়াৰলিফ্ট নকৰা পৰ্যন্ত জীয়াই থকা তীৰ্থযাত্ৰীসকলে মন্দিৰ প্ৰাংগনৰ ভিতৰতে আশ্ৰয় লৈ আছিল৷ কিন্তু এই বিপৰ্যৰ মাজতে ক’ৰ পৰা কেনেকৈ এটা শিল নামি আহিছিল সেই লৈ বিজ্ঞানীমহলে চলাইছিল বিশেষ পৰীক্ষা৷ কিন্তু আচৰিত ধৰণে পৰীক্ষাত কোনোধৰণৰ তথ্য লাভ কৰা নাছিল বিজ্ঞানীয়ে৷ এই  দুৰ্যোগক সেয়ে ভগৱানৰেই লীলা বুলি মানি লৈছিল বহুসংখ্যক লোকেই৷ উত্তৰাখণ্ডৰ বহু লোকেই আকৌ এই দুৰ্যোগৰ কাৰণ কি সেই কথাও বাখ্যা কৰিছে৷

এই দুৰ্যোগক কুসংস্কাৰেই ক’ব নে ক-ইনছিডেঞ্চ ক’ব সেয়া আপোনাৰ নিজা সিদ্ধান্ত৷ আনহাতে উত্তৰাখণ্ডৰ একাংশ লোকে দাবী কৰে যে, দেৱীয়ে কালৰূপ ধাৰণ কৰি এই ধ্বংসকাৰ্য চলাইছিল৷ অৰ্থাৎ দেৱীয়ে প্ৰতিশোধ লৈছিল৷ কিন্তু কিয় দেৱী ক্ষুদ্ধ হৈছিল? ১৬ জুনৰ সন্ধিয়া এটা জলবিদ্যুৎ প্ৰকল্পৰ বাবে শ্ৰীনগৰৰ গড়ৱালৰ কাষত অৱস্থিত এটা প্ৰাচীন মন্দিৰৰ পৰা দেৱীৰ মূৰ্তি পেলাই দিয়া হৈছিল৷ মূৰ্তিটো আঁতৰাই দিয়াৰ কেইঘণ্টামান পাছতেই কেদাৰনাথত হঠাৎ ডাৱৰ বিস্ফোৰণ ঘটে৷ সেই বিস্ফোৰণৰ ফলত সম্পূৰ্ণৰূপে শেষ হৈ যায় কেদাৰনাথৰ চৌপাশৰ লগতে কেইবাখনো গাওঁ৷ শেষ হৈ যায় ৬০০০ গৰাকী লোকৰ জীৱন৷

ভিএইচপি প্ৰধান অশোক সিংগালে কৈছিল, ‘জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল বহুলোকে৷ মূৰ্তিটো উঠাই দিয়াৰ বাবে বিৰোধীতা কৰিছিল বহুজনে৷ কিন্তু ১৬ তাৰিখে সকলোবোৰ বাধা নেওচি বিশেষ মন্দিৰটোৰ পৰা দেৱীৰ মূৰ্তিটো আঁতৰাই দিয়া হয়৷ আৰু সেই স্থানত জলবিদ্যুৎ প্ৰকল্পৰ বিশেষ কাৰ্যালয় নিৰ্মাণৰো পৰিকল্পনা কৰা হৈছিল৷ এই ঘটনাক লৈ সেয়ে ক্ষোভ উজাৰি দেৱীয়ে ধ্বংস কৰি পেলাইছিল কেদাৰনাথ চৌহদ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!
জীৱনশৈলী

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

July 25, 2026
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক
জীৱনশৈলী

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

July 25, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

July 25, 2026
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

July 25, 2026
Next Post
মুখ্যমন্ত্ৰীৰ অভিযোগ স্বীকাৰ, ‘মই পাকিস্তানলৈ গৈছিলো, পত্নীয়ো গৈছিল, চাকৰিয়ো কৰিছিল’

মুখ্যমন্ত্ৰীৰ অভিযোগ স্বীকাৰ, 'মই পাকিস্তানলৈ গৈছিলো, পত্নীয়ো গৈছিল, চাকৰিয়ো কৰিছিল'

কোনে ডিজাইন কৰিছিল অপাৰেচন সিন্দূৰৰ ল’গ’, দুগৰাকী সেনা ইয়াৰ মূলতে

কোনে ডিজাইন কৰিছিল অপাৰেচন সিন্দূৰৰ ল'গ', দুগৰাকী সেনা ইয়াৰ মূলতে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.