• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘যুদ্ধ আসন্ন, ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ নিশ্চিত!’ কেতিয়া আক্ৰমণ কৰিব ৰাছিয়াই?

‘যুদ্ধ আসন্ন, ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ নিশ্চিত!’ কেতিয়া আক্ৰমণ কৰিব ৰাছিয়াই?

4 years ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

25 minutes ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

1 hour ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

2 hours ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

2 hours ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

2 hours ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

2 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

3 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

3 hours ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

4 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

4 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

4 hours ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘যুদ্ধ আসন্ন, ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ নিশ্চিত!’ কেতিয়া আক্ৰমণ কৰিব ৰাছিয়াই?

editor by editor
February 19, 2022
in বিশ্ব, ৰাজনীতি
0
‘যুদ্ধ আসন্ন, ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ নিশ্চিত!’ কেতিয়া আক্ৰমণ কৰিব ৰাছিয়াই?
0
SHARES
215
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগ্ৰাসী ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাটো নিশ্চিত! ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমি পুটিনে ইউক্ৰেইন আক্ৰমণ কৰা সিদ্ধান্ত লৈছে৷ ইতিমধ্যে ইউক্ৰেইন আক্ৰমণৰ সকলো পৰিকল্পনা প্ৰস্তুত কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে৷

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বিডেনৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ কৰিছে সংবাদ সংস্থা ৰয়টাৰ-এ৷

জ’ বিডেনৰ দাবী যে আৰু দুই এদিনৰ ভিতৰতে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিব৷ ইফালে ব্ৰিটিছ সংবাদ সংস্থা বিবিচি-এ প্ৰকাশ কৰা মতে মাৰ্কিন গুপ্তচৰৰ তথ্যৰ ভিত্তিত জ’ বিডেনে এই দাবী কৰিছে৷ বিডেনৰ মতে ৰাছিয়াই ভুৱা সংকটৰ সৃষ্টি কৰি ইউক্ৰেইন আক্ৰমণৰ প্ৰস্তুতি চলাইছে আৰু ইউক্ৰেইনৰ ৰাজধানী কীয়েভকো আক্ৰমণ কৰিব৷

আমেৰিকাই দাবী কৰিছে যে ৰাছিয়াই ইউক্ৰেইন সীমান্তত ১ লাখ ৬৯ হাজাৰ পৰা ১ লাখ ৯০ হাজাৰ সৈন্য মোতায়েন কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত প্ৰকাশ পোৱা অনুসৰি ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ ৪০ৰ পৰা ৫০ শতাংশ সম্ভাৱনা আছে৷

সূত্ৰৰ মতে মস্কোৱে ইউক্ৰেইন সীমান্তৰ সমীপত ১২৫ টা বেটেলিয়ন অতি কৌশলেৰে মোতায়েন কৰিছিল৷ সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি স্বাভাৱিক অৱস্থাত ৬০ টা বেটেলিয়ন মজুত ৰখাৰ বিপৰীতে ফেব্ৰুৱাৰীৰ আৰম্ভণিৰে পৰা ইয়াৰ পৰিমাণ ৮০ টালৈ বৃদ্ধি কৰা হৈছে।

ইফালে আমেৰিকাৰ এই দাবী নস্যাৎ কৰিছে মস্কোৱে৷ অৱশ্যে মস্কোৱে ইউক্ৰেইনৰ NATOত যোগদানৰ বিৰোধিতাত অটল আছে৷

ইউক্ৰেইনে NATOত যোগদান নকৰে বুলি নিশ্চিতি প্ৰদান কৰিবলৈও মস্কোৱে দাবী জনাইছে৷ অৰ্থাৎ ৰাছিয়াই ইউক্ৰেইনৰ NATOত যোগদান কেতিয়াও মানি নলয়৷

যুদ্ধ বিশেষজ্ঞসকলৰ মতে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বিডেনৰ এই দাবীয়ে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ সম্ভাৱনাক প্ৰকট কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalrussiaRussia Ukraine clashukraine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?
স্বাস্থ্য

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?
জীৱনশৈলী

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

March 30, 2026
Next Post
পুনৰ হিজাব কাণ্ড : ‘মৰি যাম, কিন্তু হিজাব নেৰো’, হিজাব পিন্ধি নিলম্বিত ৫৮ ছাত্ৰী

পুনৰ হিজাব কাণ্ড : ‘মৰি যাম, কিন্তু হিজাব নেৰো’, হিজাব পিন্ধি নিলম্বিত ৫৮ ছাত্ৰী

১৫ বছৰে সৰু প্ৰেমিক, মাহে ১৫ লাখ টকাৰ দৰমহা; প্ৰেমিকে কৰিব লাগে এইসমূহ কাম

১৫ বছৰে সৰু প্ৰেমিক, মাহে ১৫ লাখ টকাৰ দৰমহা; প্ৰেমিকে কৰিব লাগে এইসমূহ কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.