• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিম্ৰতলৈ ফুলৰ থোপা আৰু চিঠি বিগ বিৰ, অভিষেক-নিম্ৰতৰ নামতেই নেকি এই উপহাৰ !

1 year ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

20 minutes ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

1 hour ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

3 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

4 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

5 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

6 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

21 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

22 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

23 hours ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

নিম্ৰতলৈ ফুলৰ থোপা আৰু চিঠি বিগ বিৰ, অভিষেক-নিম্ৰতৰ নামতেই নেকি এই উপহাৰ !

editor by editor
November 12, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
নিম্ৰতলৈ ফুলৰ থোপা আৰু চিঠি বিগ বিৰ, অভিষেক-নিম্ৰতৰ নামতেই নেকি এই উপহাৰ !
0
SHARES
130
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিম্ৰতলৈ ফুলৰ থোপা আৰু চিঠি বিগ বিৰ, অভিষেক-নিম্ৰতৰ নামতেই নেকি এই উপহাৰ !

অভিষেক-নিম্ৰতৰ মাজৰ গুজৱৰ সময়তে এইবাৰ অমিতাভ বচ্চনৰ এক বিশেষ খবৰে গৰম কৰি তুলিছে মনোৰঞ্জন জগত। অভিষেক বচ্চনৰ সৈতে নিম্ৰতৰ মাজত সম্পৰ্ক থকা বুলি ওলোৱাৰ পাছতে এইবাৰ অমিতাভ বচ্চনৰ এটা ফুলৰ থোপা আৰু এখন চিঠিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

নিম্ৰতলৈ অমিতাভ বচ্চনে প্ৰেৰণ কৰিলে এটা ফুলৰ থোপা আৰু এখন চিঠি। অৱশ্যে নিম্ৰতলৈ এই উপহাৰ প্ৰশংসাসুচক হিচাপে প্ৰেৰণ কৰে অমিতাভ বচ্চনে।

২০২২ চনত মুক্তি পোৱা বোলচবি ‘দশবী’ত কৰা কামৰ বাবে এই প্ৰসংশাৰ উপহাৰ বিগ বি অমিতাভ বচ্চনৰ। সেই বোলচবিখনত নিম্ৰত আৰু অভিষেক বচ্চনে একেলগে কাম কৰিছিল। অভিষেকৰ সৈতে একেলগে কাম কৰা সেই ছবিত নিম্ৰতৰ অভিনয়ৰ প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰে বিগ বি। যাৰ বাবে অভিনেত্ৰীগৰাকীলৈ প্ৰেৰণ কৰে ফুলৰ থোপাৰ লগতে এখন চিঠি।

উল্লেখ্য যে, বৰ্তমানে বলীউডত গুজৱ ওলাই আছে যে, বিশ্ব সুন্দৰী ঐশ্বৰ্যৰ সৈতে বিচ্ছেদ হোৱাৰ দিশে অভিষেক। তাৰ সলনি নিম্ৰত কৌৰৰ সৈতে নাম সাঙোৰ খাইছে অভিষেকৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Abhishek BachanAmitabh Bachanbig bBig TownNimrat Kaur
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
জীৱনশৈলী

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
Next Post
বিহাৰৰ পৰা তিনিচুকীয়াৰ আত্মীয়ৰ বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪জনে

চেম্পিয়নছ ট্ৰফিত ভাৰত-পাকিস্তান খেলৰ ভৱিষ্যৎ কি? ICCৰ বিশেষ পৰিকল্পনা, পাকিস্তান সৈমান হব’নে

চেম্পিয়নছ ট্ৰফিত ভাৰত-পাকিস্তান খেলৰ ভৱিষ্যৎ কি? ICCৰ বিশেষ পৰিকল্পনা, পাকিস্তান সৈমান হব'নে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন