• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
BIG BOSSলৈ অহাৰ প্ৰস্তুতি ৰিয়া চক্ৰৱর্তীৰ

BIG BOSSলৈ অহাৰ প্ৰস্তুতি ৰিয়া চক্ৰৱর্তীৰ

6 years ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

33 minutes ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

2 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

2 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

2 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

3 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

4 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

12 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

13 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

13 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

14 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

14 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

BIG BOSSলৈ অহাৰ প্ৰস্তুতি ৰিয়া চক্ৰৱর্তীৰ

editor by editor
October 13, 2020
in চিনেমা
0
BIG BOSSলৈ অহাৰ প্ৰস্তুতি ৰিয়া চক্ৰৱর্তীৰ
0
SHARES
257
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সম্প্ৰতি ১ লাখ টকা দি মুক্তি পালে ৰিয়া চক্ৰৱর্তীয়ে। কিন্তু ভাতৃ সৌভিক চক্ৰৱর্তী এতিয়াও জে’লত বন্দী। বিশেষ সূত্ৰৰ খবৰ অনুসৰি প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী আৰু বলিউডৰ ড্ৰাগছ চক্ৰৰ মূল কাণ্ডাৰী ৰিয়া চক্ৰৱর্তী অতি শীঘ্ৰে আহিব বিগবছ হাউছলৈ। উল্লেখযোগ্য যে সকলো জল্পনা-কল্পনাৰ অৱসান পেলাই কালার্ছত আৰম্ভ হৈছে চলমান খান সঞ্চালিত বিগবছ ছিজন-১৪। আৰু এতিয়া সেই বিগবছত পদার্পণ কৰিবলৈ প্ৰস্তুতি চলাইছে ৰিয়া চক্ৰৱর্তীয়ে। এই খবৰে আনন্দিত কৰি তুলিছে ৰিয়া চক্ৰৱর্তীৰ পৰিয়ালৰ লোকসকলক। চলিত বছৰত বিগবছৰ বিভিন্ন নিয়ম সলনি কৰা হৈছে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত বলিউডৰ বহু পৰিচালক আৰু অভিনেতা সমালোচনাৰ সন্মুখীন হৈছিল। কিন্তু সময় যোৱাৰ লগে লগে সকলোবোৰ স্বাভাৱিক হৈ আহিছে। চিকিৎসকে সুশান্তৰ মৃত্যু হত্যা নহয়, আত্মহত্যা বুলি কোৱাৰ পাছত লাহে লাহে স্বাভাৱিক হৈছে বলিউড জগতৰ ভিতৰৰ পৰিস্থিতি। আৰু এতিয়া ৰিয়া চক্ৰৱর্তী বিগবছত প্ৰৱেশ কৰিলে চলিত বছৰত বিগবছৰ TRPয়ে যে আকাশ চুব, সেয়া নিশ্চিত। বিগবছৰ মঞ্চত ৰিয়া চক্ৰৱর্তীয়ে হয়তো বোমা ফুটাব পাৰে, সেয়াই ধাৰণা কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?
বিনোদন

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

August 27, 2026
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত আচলতে কি হৈছিল?
বিনোদন

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত আচলতে কি হৈছিল?

August 26, 2026 - Updated on August 27, 2026
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’
বিনোদন

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

August 25, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
Next Post
অপেক্ষা মাথো-কি হ’ব বাঘৰ প্ৰতিক্ৰিয়া!

অপেক্ষা মাথো-কি হ'ব বাঘৰ প্ৰতিক্ৰিয়া!

’২০ৰ শেষত বা ’২১ৰ আৰম্ভণিত প্ৰস্তুত হৈ উঠিব ক’ৰোনা ভেকচিনঃ WHO

’২০ৰ শেষত বা ’২১ৰ আৰম্ভণিত প্ৰস্তুত হৈ উঠিব ক’ৰোনা ভেকচিনঃ WHO

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.