• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্গাপূজাৰ পূৰ্বেই একাউণ্টত সোমাব ধন! ডাঙৰ খবৰ দিছে চৰকাৰে

দুৰ্গাপূজাৰ পূৰ্বেই একাউণ্টত সোমাব ধন! ডাঙৰ খবৰ দিছে চৰকাৰে

2 years ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

41 minutes ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

1 hour ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

2 hours ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

2 hours ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

15 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

16 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

16 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

17 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

18 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

18 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

19 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই একাউণ্টত সোমাব ধন! ডাঙৰ খবৰ দিছে চৰকাৰে

দুৰ্গাপূজাৰ পূৰ্বেই একাউণ্টত সোমাব ধন! ডাঙৰ খবৰ দিছে চৰকাৰে

editor by editor
September 24, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
দুৰ্গাপূজাৰ পূৰ্বেই একাউণ্টত সোমাব ধন! ডাঙৰ খবৰ দিছে চৰকাৰে
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উৎসৱলৈ আৰু কেইটামান দিনহে বাকী৷ পূজাৰ আমেজ এতিয়া প্ৰায়সংখ্যকৰেই গাত লাগিছে৷ ইয়াৰ মাজতেই আহিছে সুখবৰ৷ শীঘ্ৰেই বৃহৎ ঘোষণা কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে৷ ছেপ্টেম্বৰৰ শেষ বা অক্টোবৰৰ আৰম্ভণিতেই চৰকাৰী কৰ্মচাৰীৰ বাবে বৃহৎ ঘোষণা কৰিব পাৰে চৰকাৰে৷ কি এই ঘোষণা?

মহাৰ্ঘ্য ভাট্টা বা ডিএ বৃদ্ধিৰ ঘোষণা

দুৰ্গাপূজাৰ পূৰ্বেই ডি এ বৃদ্ধিৰ ঘোষণা কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে৷ ইয়াৰোপৰি দৰমহা বৃদ্ধি পাব পাৰে চৰকাৰী কৰ্মীয়ে৷ সূত্ৰৰ খবৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৩ৰ পৰা ৪ শতাংশ ডিএ বৃদ্ধিৰ ঘোষণা কৰিব পাৰে৷ বিগত ১ জুলাইৰ পৰা এই ডি এ কাৰ্যকৰী হ’ব৷ অৰ্থাৎ বৰ্ধিত বেতনৰ ওপৰিও এৰিয়াৰো লাভ কৰিব কৰ্মীয়ে৷

ইয়াৰ পূৰ্বে চলিত বছৰৰ মাৰ্চ মাহত শেষবাৰ ডিএ বৃদ্ধিৰ ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷ ৪শতাংশ ডি এ বৃদ্ধিৰ ঘোষণা কৰাৰ ওপৰিও ডি এৰ হাৰ বেছিক দৰমহাৰ ৫০শতাংশ হৈছিলগৈ৷ ডি এ ৫০শতাংশ হোৱাৰ সৈতে বেছিক দৰমহা যোগ নহয়৷ বৰং এইছ আৰএ সহ বাকী ভাট্টা বা এলায়েন্সৰ সৈতেহে যোগ হ’ব৷ অষ্টম পে কমিছন গঠন নোহোৱা পৰ্যন্ত এই নিয়মতেই ডি এ বৃদ্ধি হ’ব বুলি অনুমান কৰিছে বিশেষজ্ঞসকলে৷

কেতিয়া তৈয়াৰ হ’ব অষ্টম পে কমিছন?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীয়ে একাধিকবাৰ অষ্টম পে কমিছন গঠনৰ দাবী জনালেও বৰ্তমান কেন্দ্ৰৰ নতুন পে কমিছন গঠনৰ কোনো পৰিকল্পনা নাই বুলিয়েই সূত্ৰই প্ৰকাশ কৰিছে৷ সাধাৰণতে ৫০শতাংশতকৈ বেছি হ’ব পাৰে এই মহাৰ্ঘ্য ভাট্টা৷ অৱশ্যে চতুৰ্থ পে কমিছনত ১৭০শতাংশ পৰ্যন্ত হৈছিলগৈ ডিএ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ
জীৱনশৈলী

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

May 24, 2026
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত
বাণিজ্য

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

May 24, 2026
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

May 24, 2026
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance
বাণিজ্য

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

May 24, 2026
Next Post
ইন্দিৰা একাদশী কেতিয়া? পিতৃপক্ষৰ একাদশীত মুক্তি নাপায় নেকি নৰকবাসী আত্মাই?

ইন্দিৰা একাদশী কেতিয়া? পিতৃপক্ষৰ একাদশীত মুক্তি নাপায় নেকি নৰকবাসী আত্মাই?

হঠাৎ বাঢ়িছে বা কমিছে ৰক্তচাপ? কি কৰিলে স্বস্তি পাব?

হঠাৎ বাঢ়িছে বা কমিছে ৰক্তচাপ? কি কৰিলে স্বস্তি পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.