• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কামৰ পিছত টকা দিয়া নাছিল৷ কলগাৰ্লে উঠাই লৈ গ’ল বিহাৰৰ SPৰ অফিচিয়েল মোবাইল, তাৰ পাছত…

কামৰ পিছত টকা দিয়া নাছিল৷ কলগাৰ্লে উঠাই লৈ গ’ল বিহাৰৰ SPৰ অফিচিয়েল মোবাইল, তাৰ পাছত…

3 years ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

3 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

4 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

5 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

5 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

7 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

8 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

9 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

9 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

10 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

10 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কামৰ পিছত টকা দিয়া নাছিল৷ কলগাৰ্লে উঠাই লৈ গ’ল বিহাৰৰ SPৰ অফিচিয়েল মোবাইল, তাৰ পাছত…

editor by editor
September 4, 2022
in অপৰাধ
0
কামৰ পিছত টকা দিয়া নাছিল৷ কলগাৰ্লে উঠাই লৈ গ’ল বিহাৰৰ SPৰ অফিচিয়েল মোবাইল, তাৰ পাছত…
0
SHARES
9.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিহাৰৰ এখন জিলাৰ আৰক্ষী অধীক্ষৰ অফিচিয়েল মোবাইল হেৰোৱাৰ পাছতে  বিভাগটোত হাহাকাৰ লাগে৷ আচলতে মোবাইলটো হেৰোৱা নাছিল চুৰিহে হৈছিল৷ তাৰ পাছতে আৰক্ষীয়ে তদন্ত কৰি এগৰাকী কলগাৰ্ল যোগান ধৰা মহিলাৰ পৰা মোবাইলটো উদ্ধাৰ কৰে৷ তাৰ পাছতে মহিলাগৰাকীক আটক কৰি জেৰা চলোৱাত স্তম্ভিত হৈ পৰে আৰক্ষী৷ কিয়নো আৰক্ষীৰ জেৰাত মহিলাগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁ মধেপুৰাৰ ডিএছপিক এগৰাকী ছোৱালী যোগান ধৰিছিল। ইয়াৰ বাহিৰেও মহিলাগৰাকীয়ে কয় যে যুৱতীগৰাকীক বহুবাৰ DSPৰ ওচৰলৈ পঠিয়াইছিল। প্ৰথমবাৰৰ বাবে তেওঁ টকা দিছিল যদিও পিছত টকা নিদিলে। ইয়াৰ পিছত যুৱতীগৰাকীয়ে মোবাইলটো লৈ আহিছিল৷ দৰাচলতে যুৱতীগৰাকীয়ে যিটো মোবাইল লৈ পলায়ন কৰিছিল সেয়া আছিল মধেপুৰাৰ আৰক্ষী অধীক্ষকৰ মোবাইল। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, শেহতীয়াকৈ মধেপুৰাৰ আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰে ছুটীত গৈছিল আৰু আৰক্ষী মুখ্য কাৰ্যালয়ৰ নিৰ্দেশ অনুসৰি আৰক্ষী অধীক্ষকৰ দায়িত্ব মুখ্য কাৰ্যালয়ৰ DSP অমৰকান্ত চৌবেক অৰ্পণ কৰে। ইয়াৰ সমান্তৰালকৈ মধেপুৰাৰ আৰক্ষী অধীক্ষকে অফিচিয়েল ম’বাইলটোও DSPৰ হাতত তুলি দিছিল আৰু ইয়াৰ মাজতে ডি এছ পিয়ে কল গাৰ্ল গৰাকীক নিজৰ বাসগৃহলৈ মাতিছিল। টকা নোপোৱাত যুৱতীগৰাকীয়ে গাৰুৰ তলত ৰখা SPৰ মোবাইলটো লৈ গুচি গ’ল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bihar spbihar sp mobile
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?
অপৰাধ

স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

December 16, 2025
শোকস্তব্ধ অসমবাসীৰ প্ৰত্যাশিত ন্যায়ৰ বাতৰি লৈ আদালত অভিমুখে SIT দল! ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটতেই আছে জুবিন গাৰ্গৰ মৃত্যুৰ সবিশেষ কাৰণ
অপৰাধ

শোকস্তব্ধ অসমবাসীৰ প্ৰত্যাশিত ন্যায়ৰ বাতৰি লৈ আদালত অভিমুখে SIT দল! ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটতেই আছে জুবিন গাৰ্গৰ মৃত্যুৰ সবিশেষ কাৰণ

December 12, 2025
পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য
অপৰাধ

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

November 10, 2025
অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি
অপৰাধ

অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি

October 30, 2025
Next Post
ব্ৰাহ্মণ ৰীতি-নীতিৰে সম্পন্ন হ’ল ভাৰত আৰু বাংলাদেশৰ দুই সমকামী নাৰীৰ বিবাহ

ব্ৰাহ্মণ ৰীতি-নীতিৰে সম্পন্ন হ’ল ভাৰত আৰু বাংলাদেশৰ দুই সমকামী নাৰীৰ বিবাহ

কি মাহত মানুহে বেছিকৈ বিবাহ বৰ্হিভূত সম্পৰ্কত জড়িত হৈ পৰে? সমীক্ষাই কি কয়?

কি মাহত মানুহে বেছিকৈ বিবাহ বৰ্হিভূত সম্পৰ্কত জড়িত হৈ পৰে? সমীক্ষাই কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.