• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমিৰ খানৰ নতুন প্ৰেমিকাৰ ফটো ভাইৰেল, এটি ৬ বছৰীয়া সন্তানৰ মাতৃ প্ৰেমিকা গৌৰী

আমিৰ খানৰ নতুন প্ৰেমিকাৰ ফটো ভাইৰেল, এটি ৬ বছৰীয়া সন্তানৰ মাতৃ প্ৰেমিকা গৌৰী

1 year ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

3 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

3 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

4 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

4 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

5 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

5 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

6 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

6 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

7 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

8 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

9 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

আমিৰ খানৰ নতুন প্ৰেমিকাৰ ফটো ভাইৰেল, এটি ৬ বছৰীয়া সন্তানৰ মাতৃ প্ৰেমিকা গৌৰী

editor by editor
March 14, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আমিৰ খানৰ নতুন প্ৰেমিকাৰ ফটো ভাইৰেল, এটি ৬ বছৰীয়া সন্তানৰ মাতৃ প্ৰেমিকা গৌৰী
0
SHARES
722
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমিৰ খানৰ নতুন প্ৰেমিকাৰ ফটো ভাইৰেল, এটি ৬ বছৰীয়া সন্তানৰ মাতৃ প্ৰেমিকা গৌৰী

বলীউডৰ মিষ্টাৰ পাৰফেক্টনিষ্ট অভিনেতা আমিৰ খান পুনৰবাৰ শিৰোনামত। এইবাৰ কোনো ছবিৰ বাবে নহয়, তৃতীয় প্ৰেমিকাৰ বাবেই বাতৰিৰ শিৰোনাম দখল কৰিছে আমিৰে। যোৱা এবছৰ ধৰি গোপনে ডেটিং কৰি থকা নতুন প্ৰেয়সীৰ ফটো পোহৰলৈ আহিছে।

আমিৰ খানৰ তৃতীয় প্ৰেমিকাৰ নাম গৌৰী। যদিও ইজনে সিজনক ডেটিং কৰা ১টা বছৰ হে হৈছে, কিন্তু দুয়োজনে বিগত ২৫ বছৰে ধৰি ইজনে সিজনক চিনি পায়।

আমিৰে যোৱা এবছৰ ধৰি গৌৰীৰ লগত ডেটিং কৰি আছে। গৌৰী মূলতঃ বেংগালুৰুৰ। বৰ্তমান আমিৰ খানৰ প্ৰডাকচন হাউচত কাম কৰি আছে। দুয়োকে একেলগে বহু ঠাইত দেখা গৈছে। গৌৰীৰ এটি ৬ বছৰীয়া পুত্ৰ সন্তানো আছে।

১৩ মাৰ্চ বৃহস্পতিবাৰে বলীউডৰ অভিনেতা আমিৰ খানে নিজৰ প্ৰডাকচন হাউছ আমিৰ খান প্ৰডাকচনৰ কৰ্মচাৰী গৌৰীৰ সৈতে ডেটিং কৰাটো নিশ্চিত কৰে।

মুম্বাইত আমিৰে নিজৰ ৬০ সংখ্যক জন্মদিন উদযাপনৰ সময়ত সংবাদ মাধ্যমৰ সৈতে কথাৰ ভাগ-বতৰা কৰে। তাতেই নতুন প্ৰেমিকাৰ বিষয়েও সদৰি কৰে। ছুপাৰষ্টাৰগৰাকীয়ে কয় যে তেওঁ এবছৰ ধৰি ডেটিং কৰি আছে যদিও ২৫ বছৰতকৈও অধিক সময় ধৰি চিনাকি গৌৰীৰ সৈতে।

উল্লেখ্য যে, অভিনেতাগৰাকীয়ে প্ৰথমে ৰীনা দত্ত আৰু পিছত কিৰণ ৰাওক বিয়া কৰাইছিল। তেওঁৰ প্ৰথম বিবাহৰ পৰা দুটা সন্তান ইৰা আৰু জুনেইদ আৰু দ্বিতীয় বিবাহৰ পৰা এটি ১২ বছৰীয়া পুত্ৰ আজাদ। এতিয়া আমিৰ খানে তেওঁৰ ৬০ বছৰীয়া জন্মদিনত তেওঁৰ নতুন প্ৰেমৰ সৈতে বিশ্ববাসীক চিনাকি কৰাই দিয়ে।

আমিৰ খানে গৌৰীৰ বিষয়ে সংবাদ মাধ্যমৰ আগত কয় যে, মোৰ প্ৰেমিকা কেটৰিনা কাইফতকৈও ধুনীয়া। তেওঁৰ লগত থাকিলে নিজকে ঘৰত থকাৰ দৰে অনুভৱ কৰো। জুনেইদ আৰু ইৰাও তেওঁক লগ পাই সুখী।

আনহাতে তৃতীয় বিবাহৰ কথা সোধাত আমিৰে কয়, ৬০ বছৰ বয়সত বিয়াৰ কথা ভাবিম নে নাই নাজানো, কিন্তু আমি ইজনে সিজনৰ প্ৰতি বহুত দায়বদ্ধ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amir khanAmir New Girlfriendbollywood actor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
Next Post
দিল্লী কেপিটেলছৰ নতুন অধিনায়ক ঘোষণা, এই খেলুৱৈয়ে পালে কমাণ্ড

দিল্লী কেপিটেলছৰ নতুন অধিনায়ক ঘোষণা, এই খেলুৱৈয়ে পালে কমাণ্ড

হোলীৰ পাছতে শক্তিশালী বুঢ়াদিত্য ৰাজযোগ, ৩টা ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

হোলীৰ পাছতে শক্তিশালী বুঢ়াদিত্য ৰাজযোগ, ৩টা ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.