• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একতা, প্ৰিয়ংকা, মোনা, ৰাখী… ভৱিষ্যতৰ কথা ভাৱিয়েই ডিম্বানু সংৰক্ষণ কৰা অভিনেত্ৰীসকল কোন কোন? সবিশেষ…

একতা, প্ৰিয়ংকা, মোনা, ৰাখী… ভৱিষ্যতৰ কথা ভাৱিয়েই ডিম্বানু সংৰক্ষণ কৰা অভিনেত্ৰীসকল কোন কোন? সবিশেষ…

3 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

2 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

3 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

3 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

4 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

5 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

5 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

6 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

6 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

7 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

7 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

8 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

একতা, প্ৰিয়ংকা, মোনা, ৰাখী… ভৱিষ্যতৰ কথা ভাৱিয়েই ডিম্বানু সংৰক্ষণ কৰা অভিনেত্ৰীসকল কোন কোন? সবিশেষ…

editor by editor
April 5, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
একতা, প্ৰিয়ংকা, মোনা, ৰাখী… ভৱিষ্যতৰ কথা ভাৱিয়েই ডিম্বানু সংৰক্ষণ কৰা অভিনেত্ৰীসকল কোন কোন? সবিশেষ…
0
SHARES
553
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বয়সৰ সৈতে এগৰাকী নাৰীয়ে গৰ্ভধাৰণ কৰিব পাৰিবনে সেই বিষয়টো নিৰ্ভৰ কৰে৷ বহু বয়সলৈ বিয়াত নবহা যুৱতীয়ে একাংশই এতিয়া ডিম্বানুৰ সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰিছে৷ একাংশ বলীউড অভিনেত্ৰীয়েও লৈছে এই পদক্ষেপ৷ এই তালিকাত পোনতে আছে প্ৰিয়ংকা চোপ্ৰা, একতা কাপুৰকে ধৰি বহুকেইগৰাকীয়েই৷

কিছুদিন পূৰ্বেই প্ৰিয়ংকাই জনাইছিল যে তেওঁ প্ৰায় ৩০ বছৰ বয়সৰ পৰাই ডিম্বানুৰ সংৰক্ষণ কৰি আহিছিল৷ প্ৰিয়ংকা তেতিয়া নিকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা নাছিল৷ তথাপিও মনৰ একোণত মাতৃত্বৰ অনুভৱ কঢ়িওৱাৰ হেঁপাহ আছিল৷ সেয়ে প্ৰিয়ংকাই ভৱিষ্যতে মাতৃ হোৱাৰ ইচ্ছাৰেই ডিম্বানুৰ সংৰক্ষণ কৰিছিল৷ কিন্তু কেৱল প্ৰিয়ংকাই নহয় এই পন্থা লৈছে কেইবাগৰাকীও বলীউড তাৰকাই৷

তালিকাত আছে একতা কাপুৰো৷ ২০১৯ চনত চেৰোগেছিৰ মাধ্যমেৰে মাতৃ হৈছে একতা৷ হিন্দী টেলিভিছন জগতৰ ৰাণী একতাই ৩৬ বছৰ বয়সৰ পৰাই ডিম্বানু সংৰক্ষণ কৰিছিল৷ তেওঁ ভাৱিছিল যে তেওঁৰ বিবাহ কেতিয়াও নহ’বই সেয়ে একক মাতৃত্বৰ বাবেই ডিম্বানুৰ সংৰক্ষণ কৰিছিল একতাই৷ ডিম্বানু সংৰক্ষণ কৰিছিল কাজলৰ ভগ্নী তানিশাইয়ো৷ অভিনেত্ৰী তথা বিগবছৰ প্ৰাক্তন প্ৰতিযোগী তানিশাই ৩৩ বছৰত নিজৰ ডিম্বানু সংৰক্ষণ কৰিছিল৷ প্ৰায় ৩৯ বছৰলৈ ডিম্বানুৰ সংৰক্ষণ কৰিছিল তানিশাই৷ অভিনেত্ৰী ডায়েনা হেডেনেও ডিম্বানুৰ সংৰক্ষণ কৰিছে৷ দুবাৰকৈ অন্তঃসত্বাও হৈছে প্ৰাক্তন বিশ্বসুন্দৰী ডায়েনাই৷ ২০১৬ চনত সঞ্চিত ডিম্বানুৰ পৰাই মাতৃ হৈছিল ডায়েনা৷ দ্বিতীয়বাৰ ডায়েনা অন্তঃসত্বা হৈছে ২০১৮ চনত৷ দ্বিতীয়বাৰ তেওঁ যমজ সন্তানৰ মাতৃ হয়৷

অভিনেত্ৰী ৰাখী ছাৱন্তেও ডিম্বানুৰ সংৰক্ষণ কৰি থৈছে৷ ৰাখীৰ প্ৰেম আৰু বিবাহক লৈ একাধিক বিতৰ্ক থাকিলেও বৰ্তমানলৈ ৰাখীয়ে সন্তান জন্ম দিয়া নাই৷ ৰিয়েলিটি শ্ব বিগবছ ১৪ ত ৰাখীয়ে এবাৰ কৈছিল যে তেওঁ মাতৃ হ’ব বিচাৰে৷ যিসকলৰ সৈতে ৰাখীয়ে বৰ্তমানলৈ সম্পৰ্ক ৰাখিছে সেইসকল পিতৃ হোৱাৰ যোগ্য নহয়৷ সঠিক মানুহ পালেই তেওঁ বিয়া কৰাই মাতৃ হ’বলৈ প্ৰস্তুত বুলিও জনাইছিল ৰাখীয়ে৷

ইয়াৰোপৰি ডিম্বানু সংৰক্ষণ কৰা অভিনেত্ৰীৰ ভিতৰত এগৰাকী হৈছে লাল সিং চাড্ডা আৰু থ্ৰী ইডিয়েটত অভিনয় কৰা মোনা সিংহও৷ ৩৪ বছৰ বয়সত মোনাই ডিম্বানুৰ সংৰক্ষণ কৰিছে৷ ২০১৯ চনত বিবাহপাশত আৱদ্ধ হৈছে মোনা৷ অৱশ্যে বৰ্তমানলৈ মোনাই কোনো সন্তান জন্ম দিয়া নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!
জীৱনশৈলী

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

April 9, 2026
Next Post
প্ৰথম বিশ্বৰ দেশৰ, প্ৰথমগৰাকী যৌন কেলেংকাৰী কৰা ব্যক্তি ডোনাল্ড ট্ৰাম্প, বিশ্বই সমালোচনা কৰা ট্ৰাম্পে কৰিলে আত্মসমৰ্পণ…

প্ৰথম বিশ্বৰ দেশৰ, প্ৰথমগৰাকী যৌন কেলেংকাৰী কৰা ব্যক্তি ডোনাল্ড ট্ৰাম্প, বিশ্বই সমালোচনা কৰা ট্ৰাম্পে কৰিলে আত্মসমৰ্পণ...

মোগলৰ পৰাক্ৰমৰ কাহিনী নথকা ইতিহাস পঢ়ি নতুন প্ৰজন্মই জানিবনে লাচিতৰ বীৰত্বৰ কাহিনী? সবিশেষ…

মোগলৰ পৰাক্ৰমৰ কাহিনী নথকা ইতিহাস পঢ়ি নতুন প্ৰজন্মই জানিবনে লাচিতৰ বীৰত্বৰ কাহিনী? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.