• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

3 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

3 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

4 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

4 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

5 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

5 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

6 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

7 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

7 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

8 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

9 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

9 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

দুদিনত ১০০ কোটিৰো অধিক উপাৰ্জনেৰে চমক সৃষ্টি ৰণবীৰ আৰু ৰশ্মিকা অভিনীত 'এনিমেল'ৰ

editor by editor
December 3, 2023
in চিনেমা, বিনোদন, ভাৰত
0
বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

অসম লাইভ২৪ঃ দুদিনত ১০০ কোটিৰো অধিক উপাৰ্জনেৰে চমক সৃষ্টি ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মাণ্ডান্না অভিনীত ‘এনিমেল’ ছবিয়ে।মুক্তিৰ প্ৰথম দিনাই উপাৰ্জনৰ ক্ষেত্ৰত বৰ্ষটোৰ শ্ৰেষ্ঠ বাণিজ্যিক ছবি পাঠানৰ ৰেকৰ্ড ভংগ কৰিছে এনিমেলে। শুক্ৰবাৰে মুক্তি লাভ কৰা ‘এনিমেল’ ছবিয়ে তৃতীয় দিনাও ছবিগৃহত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে। মুক্তিৰ পূৰ্বে ব্যাপক চৰ্চা লাভ কৰা এই ছবিখনে বক্স অফিচত লাভ কৰিছে ব্যাপক সফলতা। প্ৰথম দিনাই প্ৰায় ৬১ কোটি টকা উপাৰ্জন কৰি চমক সৃষ্টি কৰা ছবিখনে ৰণবীৰ কাপুৰৰ কেৰিয়াৰৰ সকলোতকৈ সফল ছবি হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। মুছবিখনৰ আগতীয়া টিকট বুকিঙে দিছিল ইয়াৰ বাণিজ্যিক সফলতাৰ ইংগিত। বিশ্বৰ পৰিসংখ্যাৰ ফালৰ পৰা চাবলৈ গ’লে দেখা যাব যে এই ছবিখনে প্ৰথম দিনাই ১০০ কোটি টকা অতিক্ৰম কৰিলে। শনিবাৰে দ্বিতীয় দিনাও সফলতাৰ দৌৰ অব্যাহত ৰাখিলে ‘এনিমেল’। মাত্ৰ ২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ছবিখনে দ্বিতীয় দিনা কেৱল ভাৰতীয় বজাৰত ৬৫.৮৫ কোটি টকা উপাৰ্জন কৰে। ছবিখনে প্ৰথম দুদিনত ১২৯.৬৫ কোটি টকা উপাৰ্জন কৰে। সেই দিশৰ পৰা শ্বাহৰুখ খানৰ ‘জৱান’ৰ ৰেকৰ্ড ভংগ কৰিছে ৰণবীৰৰ ‘এনিমেল’ ছবিয়ে। বিগত দুটা দিনত বিশ্বজুৰি ২৩০ কোটি টকা উপাৰ্জন কৰিলে ‘এনিমেল’। ছবিখন তামিল, তেলেগু, কানাড়া আৰু মালয়ালম ভাষাতো মুক্তি লাভ কৰিছে। মুঠতে এনিমেল ছবিয়ে ৰণবীৰ কাপুৰৰ বেয়া দিন ভাললৈ পৰিৱৰ্তন কৰিব পাৰিব বুলি আশাবাদী অভিনেতাগৰাকীৰ অনুৰাগীসকল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: #asomlive24animalAXOMLIVE24DIGITALBollywood MovieRanbir kapoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
Next Post
পৰাজয় স্বীকাৰ কৰি ৰাহুল গান্ধীৰ আৱেগিক টুইট-‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’

পৰাজয় স্বীকাৰ কৰি ৰাহুল গান্ধীৰ আৱেগিক টুইট-‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’

মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ'ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.