• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

3 years ago
দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

3 hours ago
ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

3 hours ago
উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

4 hours ago
৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

5 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

ভাগ্যই দেখুৱাব যাদু! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

5 hours ago
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

13 hours ago
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

13 hours ago
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

13 hours ago
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

14 hours ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

15 hours ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

15 hours ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

editor by editor
December 4, 2023
in উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…
0
SHARES
83
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

অসমলাইভ২৪ঃ মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগননা প্ৰক্ৰিয়াত বিধ্বস্ত শাসকীয় দল MNF. খোদ মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰাম থাংগা পৰাজয় বৰণ কৰিলে এইবেলি নিৰ্বাচনত। জ’ৰামথাংগাৰ দল MNFক বিধ্বস্ত কৰি আগবাঢ়ি আছে ZPM.। মিজোৰামত লালডোহোমাই চৰকাৰ গঠন কৰাৰ কথা প্ৰায় স্পষ্ট হৈ পৰিছে। ইতিমধ্য ৰাজ্যখনৰ কেবিনেট মন্ত্ৰী লালৰুআটকিমাক হমাৰে পৰাস্ত কৰাৰ বিপৰীতে টুইচাঙত বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰী টাউনলুয়াক পৰাস্ত কৰে ডব্লিউ ছুৱানাৱমাই। আঠখন আসনত জয় নিশ্চিত কৰাৰ উপৰিও আন ২০ খন আসনত আগবাঢ়ি আছে ZPM। ইয়াৰ পিছতে এম এন এফে ১১খন আসন, বিজেপিয়ে দুখন আসন, আৰু কংগ্ৰেছৰ এখন আসনত আগবাঢ়ি আছে। ১৯৮৭ চনত মিজোৰামে পূৰ্ণ ৰাজ্য লাভ কৰাৰ পিছৰে পৰা মিজোৰামৰ ৰাজনৈতিক পৰিৱেশত কংগ্ৰেছ আৰু মিজো নেচনেল ফ্ৰণ্টৰ আধিপত্য বিস্তাৰ কৰি আহিছে। ২০০৮ আৰু ২০১৩ চনত মিজোৰামত কংগ্ৰেছে জয়লাভ কৰি শাসন চলাইছিল। পিছে ২০১৮ চনত MNF পুনৰ ক্ষমতালৈ আহে। পৰৱৰ্তী সময়ত মিজোৰামত ZPMক MNFৰ মূল প্ৰত্যাহ্বানকাৰী হিচাপে দেখা গৈছে। প্ৰথম অৱস্থাত ২০১৭ চনত আঞ্চলিক দল হিচাপে আত্মপ্ৰকাশ কৰা ZPMয়ে ২০১৯ চনত ৰাজনৈতিক দল হিচাপে স্বীকৃতি লাভ কৰে। আনহাতে মণিপুৰ কাণ্ডৰ পিছতে মিজোৰাম দখলৰ বাবে উঠি পৰি লগা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আশাতো পৰিল চেঁচাপানী। বৰ্তমান সময়লৈকে এখন আসনো দখল কৰিব নোৱাৰা কংগ্ৰেছ দলে ছত্তিশগড়, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ লগতে মিজোৰামত উন্নত ফলাফল দেখুৱাবলৈ সক্ষম ন’হল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Mizo National FrontMizoram Election Resultrahul gandhiZoram People’s Movement
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!
ভাৰত

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

October 25, 2026
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ
অসম

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

October 25, 2026
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ
বিনোদন

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

October 25, 2026
দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ
ভাৰত

দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ

October 25, 2026
Next Post
এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ'ব লাগিব সন্তান

কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.