• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুক্তিৰ পূৰ্বেই ৰণবীৰ-আলিয়াৰ ‘ব্ৰহ্মাস্ত্ৰ’ক বৰ্জনৰ হুংকাৰ! কিয় এই বৰ্জনৰ আহ্বান?

মুক্তিৰ পূৰ্বেই ৰণবীৰ-আলিয়াৰ ‘ব্ৰহ্মাস্ত্ৰ’ক বৰ্জনৰ হুংকাৰ! কিয় এই বৰ্জনৰ আহ্বান?

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

3 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

4 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

5 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

5 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

6 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

7 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

8 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

8 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

8 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

9 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

9 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মুক্তিৰ পূৰ্বেই ৰণবীৰ-আলিয়াৰ ‘ব্ৰহ্মাস্ত্ৰ’ক বৰ্জনৰ হুংকাৰ! কিয় এই বৰ্জনৰ আহ্বান?

editor by editor
June 17, 2022
in চিনেমা
0
মুক্তিৰ পূৰ্বেই ৰণবীৰ-আলিয়াৰ ‘ব্ৰহ্মাস্ত্ৰ’ক বৰ্জনৰ হুংকাৰ! কিয় এই বৰ্জনৰ আহ্বান?
0
SHARES
5.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘ব্ৰহ্মাস্ত্ৰ খণ্ড ১: শিৱা’ৰ দৰ্শনীয় ট্ৰেইলাৰ বুধবাৰে পুৱা ৰণবীৰ কাপুৰ, আলিয়া ভট্ট, অমিতাভ বচ্চন, মৌনী ৰয় আৰু নাগাৰ্জুনৰ উপস্থিতিত উন্মোচন কৰা হয়। যদিও ভাৰতীয় চলচ্চিত্ৰত কেতিয়াও নেদেখা ভিএফএক্স এই ছবিত ব্যৱহাৰ কৰা হৈছে, বহুলোকে Worthless Nepo kidsক সমৰ্থন নকৰো বুলি ছবিখন বৰ্জনৰ আহ্বান জনাইছে। ইফালে ‘বয়কট ব্ৰহ্মাস্ত্ৰ’ ধ্বনিৰ মাজতে পৰিচালক আয়ন মুখাৰ্জীয়ে দৰ্শকসকলক ব্ৰহ্মাস্ত্ৰৰ জৰিয়তে এক নতুন চলচ্চিত্ৰৰ সোৱাদ দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

“সকলোকে নমস্কাৰ, কালি আমাৰ ব্ৰহ্মাস্ত্ৰৰ ট্ৰেইলাৰৰ মুকলি কৰা হৈছে৷ ট্ৰেইলাৰে লাভ কৰা মৰম, উৎসাহ আৰু সহযোগিতাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ। আপেনালাকৰ মৰমেই হৈছে মোৰ বাবে সকলো। বৰ্তমান আমাৰ ছবিখন মুক্তিৰ অন্তিম ক্ষণত আৰু এই সময়ছোৱাত মই বহুত উৎসাহিত অনুভৱ কৰিছো।’’ আয়ন মুখাৰ্জীয়ে এক বিবৃতিত এইদৰে কয়৷

লগতে পঢ়ক আজি মন্ত্ৰী পীযূষ হাজৰিকাৰ জন্মদিন : কি ক’লে অভিনেত্ৰী পত্নী আইমী বৰুৱাই?

পৰিচালক মুখাৰ্জীয়ে আৰু কয়, ‘‘ব্ৰহ্মাস্ত্ৰৰ সৈতে আপোনালোকক এক নতুন আশ্চৰ্যকৰ চলচ্চিত্ৰ অভিজ্ঞতা দিবলৈ আমি আমাৰ ফালৰ পৰা সেই সকলো শক্তি দিছো আৰু আমাৰ চলচ্চিত্ৰখনক লৈ আপুনিও গৌৰৱ অনুভৱ কৰিব বুলি মই আশা কৰো! ৯ ছেপ্টেম্বৰত আমি আপোনালোকৰ ওচৰলৈ আহি আছো— প্ৰেম, পোহৰ আৰু কৃতজ্ঞতাৰ সৈতে৷’’

ব্ৰহ্মাস্ত্ৰৰ ট্ৰেইলাৰ, যি এক কল্পনামূলক মহাকাব্য, অনুৰাগীসকলৰ বাবে এক ভিজুৱেল ট্ৰিট আছিল। তিনি মিনিটতকৈও অধিক সময়ৰ ক্লিপটো গধুৰ চিত্তাকৰ্ষক ভিএফএক্স শ্বটেৰে ভৰপূৰ যিয়ে ছবিখনৰ বিশাল স্কেলৰ ইংগিত দিয়ে। ট্ৰেইলাৰটোত বিগ বি-ৰ কণ্ঠস্বৰে প্ৰাচীন কালৰ পৰা ‘অস্ত্ৰ’ত শক্তি সংৰক্ষণ কৰা পাঁচটা উপাদানৰ বিষয়ে আৰম্ভ কৰা হৈছে।

লগতে পঢ়ক গ্ৰেপ্তাৰ হ’ব নেকি ছাই পল্লৱী? আইনী সংকটত দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী!

তেলেগু মেগাষ্টাৰ চিৰঞ্জীৱীয়ে ব্ৰহ্মাস্ত্ৰৰৰ তেলেগু ট্ৰেইলাৰৰ বাবে কণ্ঠদান কৰিছে। ‘RRR’ৰ পৰিচালক এছ এছ ৰাজামৌলীয়ে চাৰিওটা দক্ষিণ ভাৰতীয় ভাষা – তামিল, তেলেগু, কানাড়া আৰু মালায়ালমত ছবিখন উপস্থাপন কৰিব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodbrahmastra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো
চিনেমা

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

March 25, 2026
ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…
বিনোদন

ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

March 25, 2026
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!
বিনোদন

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

March 23, 2026
Next Post
মৃত্যুৰ পিছতে গ্লোবেল সন্মান লাভ সিদ্ধু মুছেৱালাৰ, কি সন্মান লাভ কৰিলে প্ৰয়াত শিল্পীগৰাকীয়ে?

মৃত্যুৰ পিছতে গ্লোবেল সন্মান লাভ সিদ্ধু মুছেৱালাৰ, কি সন্মান লাভ কৰিলে প্ৰয়াত শিল্পীগৰাকীয়ে?

পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ আবেদন তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইৰ

পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ আবেদন তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.