• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি মন্ত্ৰী পীযূষ হাজৰিকাৰ জন্মদিন : কি ক’লে অভিনেত্ৰী পত্নী আইমী বৰুৱাই?

আজি মন্ত্ৰী পীযূষ হাজৰিকাৰ জন্মদিন : কি ক’লে অভিনেত্ৰী পত্নী আইমী বৰুৱাই?

4 years ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

30 minutes ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

1 hour ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

2 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

3 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

4 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

5 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

18 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

18 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

19 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

20 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

20 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজি মন্ত্ৰী পীযূষ হাজৰিকাৰ জন্মদিন : কি ক’লে অভিনেত্ৰী পত্নী আইমী বৰুৱাই?

editor by editor
June 17, 2022
in অসম, বিবিধ
0
আজি মন্ত্ৰী পীযূষ হাজৰিকাৰ জন্মদিন : কি ক’লে অভিনেত্ৰী পত্নী আইমী বৰুৱাই?
0
SHARES
36.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযূষ হাজৰিকাৰ জন্মদিন৷

মন্ত্ৰীগৰাকীৰ ওপজা দিন উপলক্ষ্যে বিভিন্নজনে শুভেচ্ছা জনোৱাৰ সমান্তৰালভাৱে অভিনেত্ৰী পত্নী আইমী বৰুৱাও এক সুন্দৰ পোষ্টেৰে স্বামীক শুভেচ্ছা জনাইছে৷

উল্লেখ্য যে বান নিয়ন্ত্ৰণৰ বিভাগৰো দায়িত্ব থকা মন্ত্ৰী পীযূষ হাজৰিকাই ৰাজ্যত অব্যাহত থকা বান পৰিস্থিতি পৰ্যবেক্ষণত ৰাতি দিনে ব্যস্ত থকা বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰি আহিছে৷

 

 

লগতে পঢ়ক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, কেতিয়ালৈকে ৰাজ্যত অব্যাহত থাকিব ধাৰাষাৰ বৰষুণ?

ৰাজ্যত বানে বিধ্বংসী ৰূপ লোৱাৰ সময়তে মন্ত্ৰীগৰাকীৰ জন্মদিন আহিলেও কৰ্তব্যৰ স্বাৰ্থত মন্ত্ৰীগৰাকীয়ে জন্মদিন উদযাপনৰ বাবে সময় উলিয়াব পৰা নাই৷

তেনে সময়ত মন্ত্ৰীগৰাকীৰ পত্নী তথা অভিনেত্ৰীগৰাকীয়ে দুখন ফ’টো শ্বেয়াৰ কৰি লিখিছে, ‘‘চৌপাশে চিৰদিন পোহৰ আৰু ফুলবোৰ ফুলি থাকক..৷’’

 

লগতে পঢ়ক ATMত ৫০০ উলিওৱাবলৈ গৈ পালে ২৫০০ টকা, তাৰপিছত ধন উলিওৱাৰ লাগিল প্ৰতিযোগিতা!

ইয়াৰ পিছতে আৰু লিখিছে, ‘‘মানুহৰ বাবে যি উদ্যম, সাহসেৰে তুমি কাম কৰা তাক লৈ মই গৌৰৱান্বিত। সকলোৰে ভালৰ বাবে যি শুভ ইচ্ছাৰে তুমি সদায় আগবাঢ়া তাৰ প্ৰতি মোৰ বুকুত আছে এখিনি আছুতীয়া শ্ৰদ্ধা। ভালে থাকা, স্নেহ আৰু আদৰেৰে মই সদায় তোমাৰ কাষত… জন্মদিনৰ অলেখ শুভেচ্ছা যাচিলো।’’

আইমী বৰুৱাৰ এই শুভেচ্ছামূলক পোষ্টৰ তলত কমেন্ট কৰি বিভিন্নজনে মন্ত্ৰী পীযূষ হাজৰিকাক ওপজা দিনৰ শুভকামনা জনাইছে৷

 

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aimee Boruahasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assampiyush hazarika
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!
প্ৰযুক্তি

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

October 19, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

October 19, 2026
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?
জীৱনশৈলী

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

October 19, 2026
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?
বাণিজ্য

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

October 19, 2026
Next Post
টাটা গ্ৰুপৰ শ্বেয়াৰত বাম্পাৰ লাভৰ সুযোগ! লাভ উঠাবলৈ শীঘ্ৰেই ক্ৰয় কৰক এই শ্বেয়াৰ

টাটা গ্ৰুপৰ শ্বেয়াৰত বাম্পাৰ লাভৰ সুযোগ! লাভ উঠাবলৈ শীঘ্ৰেই ক্ৰয় কৰক এই শ্বেয়াৰ

মুক্তিৰ পূৰ্বেই ৰণবীৰ-আলিয়াৰ ‘ব্ৰহ্মাস্ত্ৰ’ক বৰ্জনৰ হুংকাৰ! কিয় এই বৰ্জনৰ আহ্বান?

মুক্তিৰ পূৰ্বেই ৰণবীৰ-আলিয়াৰ ‘ব্ৰহ্মাস্ত্ৰ’ক বৰ্জনৰ হুংকাৰ! কিয় এই বৰ্জনৰ আহ্বান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.