• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, কেতিয়ালৈকে ৰাজ্যত অব্যাহত থাকিব ধাৰাষাৰ বৰষুণ?

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, কেতিয়ালৈকে ৰাজ্যত অব্যাহত থাকিব ধাৰাষাৰ বৰষুণ?

4 years ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

44 seconds ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

39 minutes ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

1 hour ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

1 hour ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

2 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

4 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

4 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

12 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

12 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

13 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

13 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, কেতিয়ালৈকে ৰাজ্যত অব্যাহত থাকিব ধাৰাষাৰ বৰষুণ?

editor by editor
June 16, 2022
in অসম
0
বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, কেতিয়ালৈকে ৰাজ্যত অব্যাহত থাকিব ধাৰাষাৰ বৰষুণ?
0
SHARES
691
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত কে’বাটাও দিন পশ্চিমবংগৰ পৰা আৰম্ভ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ধাৰাষাৰ বৃষ্টিপাত হৈ আছে৷

ধাৰষাৰ বৃষ্টিপাতৰ ফলতে অসমৰ ৰাজধানী চহৰ গুৱাহাটীত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ লগতে বিভিন্ন অঞ্চলত ভূমিস্খলনো অব্যাহত আছে৷ বিশেষকৈ গুৱাহাটীৰ পাহাৰসমূহত অব্যাহত আছে ভূমিস্খলন৷

ইফালে ৰাজ্য প্ৰায়বোৰ জিলাতে বৰষুণ প্ৰকোপ ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বৰাক আৰু বহ্মপু্ত্ৰ উপত্যকা সংযোগী পথত ভূমিস্খলন হোৱাৰ ফলত যোগাযোগ বিচ্ছিন্ন প্ৰায় অৱস্থাৰ সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে৷

লগতে পঢ়ক ২৪ বছৰীয়া স্বামীৰ সন্তানৰ মাতৃ হোৱাৰ ইচ্ছা ৬১ বছৰীয়া পত্নীৰ! হ’ব নে সম্ভৱ?

এনে অৱস্থাত কেতিয়াকৈ নেৰানেপেৰা বৰষুণ বন্ধ হ’ব তাকে লৈ ৰাজ্যবাসীৰ মাজত উৎকণ্ঠাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইমানেই নহয় বৰষুণৰ প্ৰকোপ ক্ৰমাৎ বৃ্দ্ধি পোৱাৰ ফলত ৰাজ্যবাসীৰ চিন্তিত হোৱাও দেখা গৈছে৷

এনে জটিল সময়তে বৃহস্পতিবাৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে যে ৰাজ্যত অহা ২০ জুনলৈকে প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে৷ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে অসম-মেঘালয়কে ধৰি উত্তৰ পূৱৰ সকলো ৰাজ্যতে মুষলধাৰ বৰষুণে আৰু অধিক জটিল পৰিস্থিতি সৃষ্টি কৰাৰ সম্ভাৱনা আছে৷

লগতে পঢ়ক কোভিড১৯ত নহয়, অচিন মহামাৰীত বিধ্বস্ত কিম জঙৰ দেশ উত্তৰ কোৰিয়া!

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই বিষয়ে সতৰ্কতা জাৰি কৰি ১৮ জুনলৈ অসমত ৰেড্ এলাৰ্ট জাৰি কৰিছে। ইয়াৰোপৰি ১৯ আৰু ২০ জুনত অৰেঞ্জ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্রৰ।

আনহাতে, বৃহস্পতিবাৰে কোকৰাঝাৰ, বঙাইগাঁও, দৰং, ওদালগুৰি, বাক্সা, বৰপেটা, চিৰাং, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ’, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা, মৰিগাঁও, শোণিতপুৰ জিলাৰ কিছু অংশত বজ্ৰপাতৰ সৈতে লঘুৰ পৰা মধ্যমীয়া বৰষুণ অব্যাহত থকাৰ অতি সম্ভাৱনা প্ৰকাশ কৰিছে।

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম
অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

October 17, 2026
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?
অসম

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

October 17, 2026
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত
অসম

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

October 16, 2026
Next Post
গ্ৰেপ্তাৰ হ’ব নেকি ছাই পল্লৱী? আইনী সংকটত দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী!

গ্ৰেপ্তাৰ হ’ব নেকি ছাই পল্লৱী? আইনী সংকটত দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী!

আজি মন্ত্ৰী পীযূষ হাজৰিকাৰ জন্মদিন : কি ক’লে অভিনেত্ৰী পত্নী আইমী বৰুৱাই?

আজি মন্ত্ৰী পীযূষ হাজৰিকাৰ জন্মদিন : কি ক’লে অভিনেত্ৰী পত্নী আইমী বৰুৱাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.