• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰেপ্তাৰ হ’ব নেকি ছাই পল্লৱী? আইনী সংকটত দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী!

গ্ৰেপ্তাৰ হ’ব নেকি ছাই পল্লৱী? আইনী সংকটত দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী!

4 years ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

12 minutes ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

47 minutes ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

1 hour ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

2 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

3 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

4 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

5 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

5 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

6 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

6 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

7 hours ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

গ্ৰেপ্তাৰ হ’ব নেকি ছাই পল্লৱী? আইনী সংকটত দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী!

editor by editor
June 17, 2022
in চিনেমা, ভাৰত
0
গ্ৰেপ্তাৰ হ’ব নেকি ছাই পল্লৱী? আইনী সংকটত দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী!
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজৰ ছবি Virata Parvam প্ৰচাৰ কৰিবলৈ গৈ কাশ্মীৰী পণ্ডিতৰ হত্যাকণ্ডৰ বিষয়ে মন্তব্য দি আইনী সংকটত পৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ছাই পল্লৱী৷

এক সাক্ষাৎকাৰত দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে কাশ্মীৰী পণ্ডিতৰ হত্যা আৰু ম’ব লিঞ্চিঙৰ মাজত একো পাৰ্থক্য নাই বুলি মন্তব্য কৰিছিল৷ ইয়াৰ পিছতে দক্ষিণৰ অভিনেত্ৰীগৰাকীক একাংশই সমৰ্থন কৰিলেও বিভিন্ন পক্ষই তীব্ৰ সমালোচনা কৰাও দেখা গৈছে৷

ইয়াৰ মাজতে কাশ্মীৰী পণ্ডিতৰ বিষয়ে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত আৰক্ষীৰ ওচৰ চাপিছে একাংশই৷ হায়দৰাবাদৰ চুলতানবজাৰ আৰক্ষীৰ থানাত দক্ষিণৰ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে বজৰং দলে এজাহৰ দাখিল কৰিছে৷

লগতে পঢ়ক ATMত ৫০০ উলিওৱাবলৈ গৈ পালে ২৫০০ টকা, তাৰপিছত ধন উলিওৱাৰ লাগিল প্ৰতিযোগিতা!

উক্ত এজাহাৰ লাভ কৰাৰ পিছতে সাক্ষাৎকাৰৰ ভিডিঅ’ ফুটেজ পৰীক্ষা কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে নিজৰ নতুন ছবিখনৰ প্ৰচাৰৰ বাবে এটা ইউটিউব চেনেলত সাক্ষাৎকাৰ দিয়াৰ সময়ত বিতৰ্কিত ছবি দ্য কাশ্মীৰ ফাইলছৰ সম্পৰ্কত সোধা এক প্ৰশ্নৰ উত্তৰত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে৷

ইউটিউব চেনেলটোক দিয়া এক সাক্ষাৎকাৰত ছাই পল্লৱীয়ে কয় যে, ‘‘বলীউডৰ ছবি দ্য কাশ্মীৰ ফাইলছত দেখুওৱা হৈছে যে কাশ্মীৰী পণ্ডিতসকলক কেনেদৰে অত্যাচাৰ কৰি হত্যা কৰা হৈছিল। একে সময়তে কিছুদিন পূৰ্বে গৰু কঢ়িয়াই নিয়া এজন মুছলমান লোকক নৃশংসভাৱে প্ৰহাৰ কৰি জয় শ্ৰী ৰাম শ্লোগান দিবলৈ কোৱা হৈছিল। এই দুয়োটা ভুল আৰু এয়া ধৰ্মৰ নামত হিংসা। এই দুটা কাণ্ডৰ মাজত পাৰ্থক্য কি?’’

লগতে পঢ়ক ATMত ৫০০ উলিওৱাবলৈ গৈ পালে ২৫০০ টকা, তাৰপিছত ধন উলিওৱাৰ লাগিল প্ৰতিযোগিতা!

এইদৰে কৈ ছাই পল্লৱীয়ে ‘মই নিৰপেক্ষ হৈ থাকো’ থাকো বুলি ধৰ্মীয় উদাৰতা প্ৰদৰ্শন কৰিছে৷ অভিনেত্ৰীগৰাকীয়ে আৰু কয়, ‘‘মই নিৰপেক্ষ পৰিৱেশত ডাঙৰ হৈছো। লেফ্ট উইং আৰু ৰাইট উইংৰ বিষয়ে বহুত শুনিছো, কিন্তু কোন সঠিক আৰু কোন ভুল ক’ব নোৱাৰো।’’

অভিনেত্ৰীগৰাকীয়ে আৰু কয়, ‘‘আপুনি ভুক্তভোগীসকলক সুৰক্ষা দিব লাগিব। যদি আপুনি এজন ভাল মানুহ, তেন্তে তেওঁৰ কথা সঠিক বুলি নাভাবে। মই নিৰপেক্ষ আৰু সদায় মানুহক সহায় কৰিবলৈ চেষ্টা কৰো। মোৰ বিশ্বাস যে কেৱল দুজন সমকক্ষ মানুহৰ মাজতহে কাজিয়া হ’ব পাৰে, কিন্তু দুজন বেলেগ বেলেগ মানুহৰ মাজত হ’ব নোৱাৰে।’’

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamSai PallaviTollywoodVirata Parvam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ
বিনোদন

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

July 6, 2026
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়
বিনোদন

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

July 6, 2026
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!
বিনোদন

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

July 5, 2026
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম
ভাৰত

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

July 4, 2026
Next Post
আজি মন্ত্ৰী পীযূষ হাজৰিকাৰ জন্মদিন : কি ক’লে অভিনেত্ৰী পত্নী আইমী বৰুৱাই?

আজি মন্ত্ৰী পীযূষ হাজৰিকাৰ জন্মদিন : কি ক’লে অভিনেত্ৰী পত্নী আইমী বৰুৱাই?

টাটা গ্ৰুপৰ শ্বেয়াৰত বাম্পাৰ লাভৰ সুযোগ! লাভ উঠাবলৈ শীঘ্ৰেই ক্ৰয় কৰক এই শ্বেয়াৰ

টাটা গ্ৰুপৰ শ্বেয়াৰত বাম্পাৰ লাভৰ সুযোগ! লাভ উঠাবলৈ শীঘ্ৰেই ক্ৰয় কৰক এই শ্বেয়াৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.