• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ATMত ৫০০ উলিওৱাবলৈ গৈ পালে ২৫০০ টকা, তাৰপিছত ধন উলিওৱাৰ লাগিল প্ৰতিযোগিতা!

ATMত ৫০০ উলিওৱাবলৈ গৈ পালে ২৫০০ টকা, তাৰপিছত ধন উলিওৱাৰ লাগিল প্ৰতিযোগিতা!

3 years ago
মাহত ৭০০০ হাজাৰ টকা বিনিয়োগত হাতলৈ আহিব প্ৰায় ৫৮ লাখ, এই চৰকাৰী প্ৰকল্পত টকা ৰাখিলে আপোনাৰ লাভেই লাভ

মাহত ৭০০০ হাজাৰ টকা বিনিয়োগত হাতলৈ আহিব প্ৰায় ৫৮ লাখ, এই চৰকাৰী প্ৰকল্পত টকা ৰাখিলে আপোনাৰ লাভেই লাভ

7 hours ago
মাত্ৰ ৫০০০ ৰ SIP কৰিলে ৰিটাৰ্ণ পাব ২০লাখ, ক’ত, কেনেকৈ বিনিয়োগ কৰিব?

মাত্ৰ ৫০০০ ৰ SIP কৰিলে ৰিটাৰ্ণ পাব ২০লাখ, ক’ত, কেনেকৈ বিনিয়োগ কৰিব?

7 hours ago
কাইলৈৰ ৰাশিফলঃ শুক্ৰবাৰো লক্ষ্মীবাৰ, সম্পদৰ দেৱীয়ে কৃপা কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাক

কাইলৈৰ ৰাশিফলঃ শুক্ৰবাৰো লক্ষ্মীবাৰ, সম্পদৰ দেৱীয়ে কৃপা কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাক

8 hours ago
মুহূৰ্ততেই ভাঙি চুৰমাৰ বিলাসী ফেৰাৰি বাহন, আঘাতপ্ৰাপ্ত পিতৃ-পুত্ৰকে ধৰি দুই ছাফাইকৰ্মী, ক’ত, কেনেকৈ এই ঘটনা?

মুহূৰ্ততেই ভাঙি চুৰমাৰ বিলাসী ফেৰাৰি বাহন, আঘাতপ্ৰাপ্ত পিতৃ-পুত্ৰকে ধৰি দুই ছাফাইকৰ্মী, ক’ত, কেনেকৈ এই ঘটনা?

9 hours ago
মন শান্ত হয়, ঘৰৰ পৰিবেশ শুদ্ধ থাকে! প্ৰতি সন্ধিয়া চাকি জ্বলাওঁতে এচামুচ ঘীউ দিলে কি কি সুফল পোৱা যাব?

মন শান্ত হয়, ঘৰৰ পৰিবেশ শুদ্ধ থাকে! প্ৰতি সন্ধিয়া চাকি জ্বলাওঁতে এচামুচ ঘীউ দিলে কি কি সুফল পোৱা যাব?

9 hours ago
আৰু ২৪ ঘণ্টাৰ পাছতেই খুলিব ভাগ্য, সূৰ্যৰ গোচৰ ৪ৰাশিৰ উপচি পৰিব টকা

আৰু ২৪ ঘণ্টাৰ পাছতেই খুলিব ভাগ্য, সূৰ্যৰ গোচৰ ৪ৰাশিৰ উপচি পৰিব টকা

10 hours ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

10 hours ago
২০২৬ চনৰ পৰা ২০২৭ চন পৰ্যন্ত এই ৰাশিক বিপদত পেলাব শনিয়ে, বিনিয়োগৰ পৰা ধন নষ্ট হোৱাৰো সম্ভাৱনা

২০২৬ চনৰ পৰা ২০২৭ চন পৰ্যন্ত এই ৰাশিক বিপদত পেলাব শনিয়ে, বিনিয়োগৰ পৰা ধন নষ্ট হোৱাৰো সম্ভাৱনা

11 hours ago
ভাৰতৰেই নহয় এছিয়াৰ ভিতৰত প্ৰথমগৰাকী অনন্ত আম্বানী, বনতাৰাৰ বাবে গ্লোবেল হিউমেনিটেৰিয়ান এৱাৰ্ড লাভ অনন্ত আম্বানীৰ

ভাৰতৰেই নহয় এছিয়াৰ ভিতৰত প্ৰথমগৰাকী অনন্ত আম্বানী, বনতাৰাৰ বাবে গ্লোবেল হিউমেনিটেৰিয়ান এৱাৰ্ড লাভ অনন্ত আম্বানীৰ

12 hours ago
আয় বাঢ়িব, বিপুল সম্পদ লাভ, ২০২৬ চনত কি আছে বৃষ ৰাশিৰ জীৱনত? জানক টেৰো গণনাত কি আছে?

আয় বাঢ়িব, বিপুল সম্পদ লাভ, ২০২৬ চনত কি আছে বৃষ ৰাশিৰ জীৱনত? জানক টেৰো গণনাত কি আছে?

12 hours ago
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

1 day ago
নিশাৰ আকাশত সপ্তৰ্ষি মণ্ডল দেখিছেনে? এই ৭ ঋষি কোন কোন? জানি থওক ৭ ঋষিৰ কাহিনী

নিশাৰ আকাশত সপ্তৰ্ষি মণ্ডল দেখিছেনে? এই ৭ ঋষি কোন কোন? জানি থওক ৭ ঋষিৰ কাহিনী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, December 12, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ATMত ৫০০ উলিওৱাবলৈ গৈ পালে ২৫০০ টকা, তাৰপিছত ধন উলিওৱাৰ লাগিল প্ৰতিযোগিতা!

editor by editor
June 16, 2022
in বিবিধ, ভাৰত
0
ATMত ৫০০ উলিওৱাবলৈ গৈ পালে ২৫০০ টকা, তাৰপিছত ধন উলিওৱাৰ লাগিল প্ৰতিযোগিতা!
0
SHARES
5.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাত্ৰ এবাৰ কল্পনা কৰকচোন, আপোনাক ১০০ টকা লাগে আৰু আপুনি টকা উলিয়াবলৈ গৈ এটিএম মেচিনত উপস্থিত হ’ল। মেচিনত তথ্য ইনপুট কৰাৰ পিছত আপুনি পাঁচগুণ অৰ্থাৎ ৫০০ পালে। তেতিয়া বাৰু কেনে লাগিব? নিশ্চয় আপুনি আনন্দতে নাচি উঠিব!

ঠিক এনে এক ঘটনাই ঘটিল এটা এটিএমত৷ মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাৰ এটা এটিএমটো এজন ব্যক্তিৰ লগত এনে ঘটনাই ঘটিল। আৰু এই ঘটনাৰ খবৰ বিয়পি পৰাৰ পিছতে এটিএমৰ পৰা টকা উলিওৱা মানুহ প্ৰতিযোগিতা আৰম্ভ হয়।

ঘটনাৰ বিৱৰণীৰ মতে নাগপুৰ জিলাত এজন লোকে এটিএমৰ পৰা ৫০০ টকা উলিয়াবলৈ চেষ্টা কৰে৷ তেওঁ ৫০০ টকা উলিওৱাবলৈ মেচিনত সকলো ইনপুট কৰাৰ পিছতে মেচিনটোৰ পৰা উলাই আহিল পাঁচখনকৈ খমখমীয়া ৫০০ টকীয়া নোট৷ অৰ্থাৎ ২৫০০ টকা৷  তাৰ পিছতে লোকজনে আৰু এবাৰ ৫০০ টকা উলিওৱাবলৈ চেষ্টা কৰি সেইবাৰো ২৫০০ টকা লাভ কৰে৷

লগতে পঢ়ক কোভিড১৯ত নহয়, অচিন মহামাৰীত বিধ্বস্ত কিম জঙৰ দেশ উত্তৰ কোৰিয়া!

এই কথা বিয়পি পৰাৰ লগে লগে মানুহৰ মাজত এটিএমৰ পৰা ধন উলিওৱাৰ প্ৰতিযোগিতা আৰম্ভ হয়।

এই ঘটনাটো নাগপুৰ চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত খাপাৰখেড়া চহৰৰ এটা ব্যক্তিগত বেংকৰ এটিএমত বুধবাৰে সংঘটিত হয়। ক্ষণিকতে সৰু চহৰখনত খবৰটো বনজুইৰ দৰে বিয়পি পৰাত নগদ ধন উলিওৱাৰ বাবে এটিএমটোৰ বাহিৰত সমবেত হয় এক বিশাল জনসমাগম। পিছত সেই সমাগম স্থানীয় আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয়৷

লগতে পঢ়ক ব্যক্তিত্ব পৰীক্ষা: আপোনাৰ নাকৰ আকৃতিয়ে ব্যক্তিত্বৰ কি কি বৈশিষ্ট্য উন্মোচন কৰে?

খাপৰখেড়া থানাৰ এজন বিষয়াই জনোৱা মতে, বেংকৰ এজন গ্ৰাহকে স্থানীয় আৰক্ষীক খবৰ দিয়ে আৰু সেই স্থানত আৰক্ষীয়ে উপস্থিত হৈ এটিএমটো বন্ধ কৰি বেংকক ঘটনাটোৰ বিষয়ে অৱগত কৰে।

তেওঁ আৰু কয় যে এটা কাৰিকৰী বিঘিনিৰ বাবে এটিএমৰ পৰা অতিৰিক্ত নগদ ধন উলাইছিল। বিষয়াগৰাকীয়ে জনোৱা মতে, ভুলতে ১০০ টকা থকা এটিএমৰ ট্ৰেত ৫০০ টকাৰ নোট ৰখা হৈছিল। এই সন্দৰ্ভত এতিয়ালৈকে কোনো গোচৰ ৰুজু হোৱা নাই।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam liv 24ATMaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহত ৭০০০ হাজাৰ টকা বিনিয়োগত হাতলৈ আহিব প্ৰায় ৫৮ লাখ, এই চৰকাৰী প্ৰকল্পত টকা ৰাখিলে আপোনাৰ লাভেই লাভ
জীৱনশৈলী

মাহত ৭০০০ হাজাৰ টকা বিনিয়োগত হাতলৈ আহিব প্ৰায় ৫৮ লাখ, এই চৰকাৰী প্ৰকল্পত টকা ৰাখিলে আপোনাৰ লাভেই লাভ

December 11, 2025
আৰু ২৪ ঘণ্টাৰ পাছতেই খুলিব ভাগ্য, সূৰ্যৰ গোচৰ ৪ৰাশিৰ উপচি পৰিব টকা
জীৱনশৈলী

আৰু ২৪ ঘণ্টাৰ পাছতেই খুলিব ভাগ্য, সূৰ্যৰ গোচৰ ৪ৰাশিৰ উপচি পৰিব টকা

December 11, 2025
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

December 11, 2025
২০২৬ চনৰ পৰা ২০২৭ চন পৰ্যন্ত এই ৰাশিক বিপদত পেলাব শনিয়ে, বিনিয়োগৰ পৰা ধন নষ্ট হোৱাৰো সম্ভাৱনা
জীৱনশৈলী

২০২৬ চনৰ পৰা ২০২৭ চন পৰ্যন্ত এই ৰাশিক বিপদত পেলাব শনিয়ে, বিনিয়োগৰ পৰা ধন নষ্ট হোৱাৰো সম্ভাৱনা

December 11, 2025
Next Post
বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, কেতিয়ালৈকে ৰাজ্যত অব্যাহত থাকিব ধাৰাষাৰ বৰষুণ?

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, কেতিয়ালৈকে ৰাজ্যত অব্যাহত থাকিব ধাৰাষাৰ বৰষুণ?

গ্ৰেপ্তাৰ হ’ব নেকি ছাই পল্লৱী? আইনী সংকটত দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী!

গ্ৰেপ্তাৰ হ’ব নেকি ছাই পল্লৱী? আইনী সংকটত দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.