• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাড়ৰ ৰোগ বাঢ়িছে ভাৰতীয়ৰ, আয়ডিন ভিটামিন ডিৰ অভাৱ প্ৰায়সকলৰেই সমস্যা হৈ উঠিছে, কিয় বাঢ়িছে এই সমস্যা?

হাড়ৰ ৰোগ বাঢ়িছে ভাৰতীয়ৰ, আয়ডিন ভিটামিন ডিৰ অভাৱ প্ৰায়সকলৰেই সমস্যা হৈ উঠিছে, কিয় বাঢ়িছে এই সমস্যা?

8 months ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

4 minutes ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

1 hour ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

2 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

2 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

3 hours ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

4 hours ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

5 hours ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

5 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

7 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

7 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

8 hours ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাড়ৰ ৰোগ বাঢ়িছে ভাৰতীয়ৰ, আয়ডিন ভিটামিন ডিৰ অভাৱ প্ৰায়সকলৰেই সমস্যা হৈ উঠিছে, কিয় বাঢ়িছে এই সমস্যা?

হাড়ৰ ৰোগ বাঢ়িছে ভাৰতীয়ৰ, আয়ডিন ভিটামিন ডিৰ অভাৱ প্ৰায়সকলৰেই সমস্যা হৈ উঠিছে, কিয় বাঢ়িছে এই সমস্যা?

editor by editor
October 22, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
হাড়ৰ ৰোগ বাঢ়িছে ভাৰতীয়ৰ, আয়ডিন ভিটামিন ডিৰ অভাৱ প্ৰায়সকলৰেই সমস্যা হৈ উঠিছে, কিয় বাঢ়িছে এই সমস্যা?
0
SHARES
633
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেশী প্ৰদৰ্শনৰ মত্ততাত ডুবিছে যুৱ সমাজ৷ অথচ এক পৰিসংখ্যাই কৈছে ভাৰতীয়ৰ মাজত বাঢ়িছে হাড়ৰ ক্ষয়জনিত সমস্যা৷ অষ্টিওপোৰোছিচ বা অষ্টিওপেনিয়াৰ দৰে ৰোগ ভিটামিন ডি আৰু আয়ডিনৰ ব্যাপক ঘাটিৰ বাবে ভাৰতীয়ৰ মাজত দিনে দিনে বাঢ়িছে৷ এই তথ্য প্ৰকাশ কৰিছে এক সমীক্ষাই৷ অধিকাংশ ক্ষেত্ৰত এই ৰোগসমূহ প্ৰাথমিক পৰ্যায়ত ধৰা নপৰে৷ আগেভাগে সচেতন নহলে বয়স বঢ়াৰ লগে লগে নানান ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ সম্প্ৰতি এক সমীক্ষাত জনা গৈছে যে ৫০ বছৰতকৈ বেছি বয়সীয়া প্ৰায় ২৩ কোটি ভাৰতীয় অষ্টিওপোৰোছিচত ভূগিছে৷ দেশব্যাপী এই সমীক্ষাত উঠি আহিছে চমক দিয়াৰ দৰে তথ্য৷ প্ৰতি দুজন প্ৰাপ্তবয়স্ক ভাৰতীয়ৰ মাজত এজনৰ হাড়ৰ ঘনত্ব স্বাভাৱিকতকৈ কম৷ বিশেষকৈ যিসকল মহিলাৰ মেনোপজ হৈছে তেওঁলোকৰ ক্ষেত্ৰত ৩৩ গুণ বাঢ়ি গৈছে হাড়ৰ ক্ষয়ৰ আশংকা৷

কাৰণ কি?

১. পাঁচজন ভাৰতীয়ৰ মাজত প্ৰতি এজনৰ আছে ভিটামিন ডিৰ ঘাটি৷ এই ভিটামিনৰ অভাৱত শৰীৰত কেলছিয়াম শোষণ ব্যাহত হয়৷ ক্ৰমশ হাড়ৰ ঘনত্ব কমি আহে৷ হাড় নৰম আৰু ভংগুৰ হৈ উঠে৷

২. থায়ৰয়েড হৰমন( T3, T4) সংশ্লেষৰ বাবে আয়ডিন অপৰিহাৰ্য৷ ই হাড়ৰ বৃদ্ধি আৰু গঠন নিয়ন্ত্ৰণ কৰে৷ আয়ডিনৰ ঘাটি পৰোক্ষভাৱে হাড়ৰ ভংগুৰতা বাঢ়ে৷ দেশত ২০ কোটিৰো বেছি মানুহে আয়ডিনৰ ঘাটিত ভূগিছে৷ এই সমস্যা মোকাবিলাৰ বাবে আয়ডিনযুক্ত লৱণ অপৰিহাৰ্য৷

প্ৰতিকাৰৰ উপায়

পূৰ্বে সতৰ্ক নহলে বয়স বঢ়াৰ লগে লগে হাড় দুৰ্বল হৈ পৰে৷ হাড়ৰ স্বাস্থ্য অক্ষুন্ন ৰাখিবলৈ কেলছিয়াম সমৃদ্ধ খাদ্য যেনে গাখীৰ, দৈ, পনীৰ, তিল আৰু শাক পাচলি অপৰিহাৰ্য৷ পৰ্যাপ্ত ভিটামিন ডি পাবলৈ প্ৰতিদিনে পুৱা অন্তত ১৫-২০ মিনিট সূৰ্যৰ পোহৰত খৰা উচিত৷ ফৰ্টিফায়েড খাদ্য খোৱা জৰুৰী৷ ইয়াৰোপৰি প্ৰতিদিনে নিয়ম মানি ব্যায়াম কৰাও প্ৰয়োজন৷ দ্ৰুত খোজ কঢ়া, স্কোৱাট কিংবা পাতল ৱেটলিফ্টিং নিয়মিত কৰিব লাগে৷ সঠিক পুষ্টি, নিয়মিত শৰীৰচৰ্চাৰ মাধ্যমেৰে এই সংকট প্ৰতিৰোধ কৰা সম্ভৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা
বাণিজ্য

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

June 20, 2026
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট
বিনোদন

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

June 20, 2026
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!
বিশ্ব

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

June 20, 2026
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক
বিজ্ঞান

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

June 20, 2026
Next Post
১০০ বছৰৰ পাছত শনিৰ ওপৰত বৃহস্পতিৰ নজৰ, ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ, বাঢ়িব সম্পত্তি

১০০ বছৰৰ পাছত শনিৰ ওপৰত বৃহস্পতিৰ নজৰ, ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ, বাঢ়িব সম্পত্তি

নৱেম্বৰত মালব্য ৰাজযোগ, ২মাহৰ ভিতৰতেই নতুন চাকৰি পাব পাৰে এই ৩ৰাশিৰ জাতকে

নৱেম্বৰত মালব্য ৰাজযোগ, ২মাহৰ ভিতৰতেই নতুন চাকৰি পাব পাৰে এই ৩ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.