• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঈদৰ বাবে ছাৰপ্ৰাইজ দিবলৈ সুৰাটত থকা পিতৃগৃহলৈ আহিছিল আকিল আৰু পত্নী কন্যা, পুনৰ লণ্ডনলৈ উভতি যোৱা নহ’ল আকিল আৰু তেওঁৰ পৰিয়ালৰ

10 months ago
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

9 minutes ago
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

36 minutes ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

12 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

13 hours ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

14 hours ago
বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

15 hours ago
প্ৰতিকী ছবি

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

16 hours ago
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঈদৰ বাবে ছাৰপ্ৰাইজ দিবলৈ সুৰাটত থকা পিতৃগৃহলৈ আহিছিল আকিল আৰু পত্নী কন্যা, পুনৰ লণ্ডনলৈ উভতি যোৱা নহ’ল আকিল আৰু তেওঁৰ পৰিয়ালৰ

ঈদৰ বাবে ছাৰপ্ৰাইজ দিবলৈ সুৰাটত থকা পিতৃগৃহলৈ আহিছিল আকিল আৰু পত্নী কন্যা, পুনৰ লণ্ডনলৈ উভতি যোৱা নহ’ল আকিল আৰু তেওঁৰ পৰিয়ালৰ

editor by editor
June 13, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ঈদৰ বাবে ছাৰপ্ৰাইজ দিবলৈ সুৰাটত থকা পিতৃগৃহলৈ আহিছিল আকিল আৰু পত্নী কন্যা, পুনৰ লণ্ডনলৈ উভতি যোৱা নহ’ল আকিল আৰু তেওঁৰ পৰিয়ালৰ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত মাহৰ আৰম্ভণিতেই গুজৰাটৰ সুৰাটৰ আব্দুল্লা নানাবাৱাৰ পৰিয়ালত সুখৰ জোৱাৰ উঠিছিল৷ কাৰণ ঈদ পালন কৰিবলৈ লণ্ডৰ পৰা আব্দুলা, তেওঁৰ পুত্ৰ আৰু পুত্ৰবধু লগতে নাতিনী আহিছিল পিতৃগৃহলৈ৷ ঈদ উপলক্ষে পৰিয়ালৰ লোকক ছাৰপ্ৰাইজ দিবলৈকে ভাৰতলৈ আহিছিল ভাৰতীয় বংশোদ্ভুত আকিল আৰু তেওঁৰ পৰিয়াল৷ বৃহস্পতিবাৰে পুৱা আকিল আৰু তেওঁৰ পত্নীয়ে লণ্ডনলৈ উভতি যোৱাৰ বাবে আহমেদাবাদত উপস্থিত হয়৷ দুপৰীয়া সেই অভিশপ্ত বিমানতেই আছিল আকিল আৰু তেওঁৰ পৰিয়ালৰ ওভতনি যাত্ৰাৰ টিকট৷ আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ ক্ষন্তেক পাছতেই সকলো শেষ৷ আকিল আৰু তেওঁৰ পত্নী কন্যা এই পৃথিৱীত নাথাকিল৷ আব্দুল্লাৰ ঘৰলৈ এই খবৰ যোৱা মাত্ৰকেই সকলো ভাঙি পৰিছে শোকত৷

নানাবাৱাৰ পৰিয়ালৰ এগৰাকী আত্মীয় ৰছিদ মনচুৰিয়ে ইণ্ডিয়ান এক্সপ্ৰেছক কয়, ‘আমি সংবাদমাধ্যমৰ জৰিয়তেহে এই ভয়াৱহ ঘটনাৰ খবৰ লাভ কৰো৷ আব্দুল্লা আৰু তেওঁৰ পত্নী সন্তান আৰু কেইবাজনো সদস্যৰ সৈতে আহমেদাবাদৰ উদ্দেশ্যে ৰাওনা হৈছে৷ আমি নাজানো আকিল আৰু তেওঁৰ পত্নীৰ সৈতে কি হৈছে৷’ পাৰিবাৰিক সূত্ৰই জনাইছে যে আকিলে এই বছৰৰ ৬ জুনত বকৰিদ উদযাপনৰ বাবে সুৰাটলৈ অহাৰ পৰিকল্পনা সম্পৰ্কে কাকোৱেই জনোৱা নাছিল৷ ঈদৰ দিনাই তেওঁ হঠাৎ পিতৃগৃহত হাজিৰ হৈছিল৷ সকলো অবাক লৈ গৈছিল৷ আব্দুল্লা আৰু পৰিয়ালৰ অইন সদস্যসকলো খুবেই সুখী হৈছিল আকিলৰ আগমনত৷ সূত্ৰই জনাইছে যে আব্দুল্লাহে বিগত ১৫ বছৰ ধৰি সুৰাটৰ হৰিপুৰা এলেকাত ধৰা পিতৃগৃহত বসবাস কৰিছিল৷ আকিলসহ চাৰি সন্তান অৱশ্যে লণ্ডনতেই থাকে৷ চাৰিজনৰেই ব্ৰিটিছ নাগৰিকত্ব আছিল৷

দুৰ্ঘটনাগ্ৰস্থ বিমানখনত থকা আৰু এটা পৰিয়াল আছিল মধ্য গুজৰাটৰ আনন্দ জিলাৰ হালানি পৰিয়াল৷ BJPৰ চিনিয়ৰ নেতা বদৰুদ্দিন হালানি, আৰু তেওঁৰ পত্নী ইয়াছমিন আৰু শ্যেলিকা হালানি মালেকবেন ৰাজাবালিও বিমানখনত আছিল৷ বদৰুদ্দিনেও তেওঁৰ কন্যাক লগ কৰিবলৈ লণ্ডনলৈ যাত্ৰা কৰিছিল৷ পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰই এই কথা জনাইছে৷ প্ৰতিবছৰে তেওঁ লণ্ডনলৈ যায় আৰু কেইমাহমান কন্যাৰ ঘৰত কটাই আকৌ ভাৰতলৈ উভতি আহে৷ কিন্তু এইবাৰ তেওঁ লণ্ডনলৈ গৈ কন্যাক লগ কৰা পূৰ্বেই এই পৃথিৱীক বিদায় জনালে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?
জীৱনশৈলী

March 27, 2026
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য
জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

March 27, 2026
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?
জীৱনশৈলী

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

March 26, 2026
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?
জীৱনশৈলী

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

March 26, 2026
Next Post
কেৱল ৰাজাই নহয়, হত্যাৰ পৰিকল্পনা আছিল অইন এগৰাকী নাৰীকো! মুখামুখি জেৰাত আৰক্ষীৰ সন্মুখত কি কি কৈছে ৰাজে? আৰক্ষীয়ে দিছে কেইবাটাও তথ্য

পত্নীৰ অস্থি বিসৰ্জন দিবলৈ ভাৰতলৈ আহিছিল, ব্ৰিটেইনত দুই কণমানি কন্যাৰ কাষলৈ আৰু কাহানিও উভতি নাযায় অৰ্জুন, অভিশপ্ত বিমানত উঠিয়েই নেদেখা সিপাৰলৈ গুচি গ’ল অৰ্জুন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন