বাজেট অধিৱেশনৰ প্ৰথমটো দিনতে উত্থাপিত গো-সুৰক্ষা বিধেয়ক ২০২১ক লৈ অসন্তুষ্ট ৰাজ্যৰ একাংশ বিধায়ক। বহুতো rss নেতাই ব্যৱহাৰিক ভিত্তিৰে চলাই নিছে গো মাংসৰ বেপাৰ। এই গুৰুতৰ অভিযোগ বিধায়ক আমিনুল ইছলামৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ