• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱেম্বৰত পঞ্চায়ত নিৰ্বাচন, ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নৱেম্বৰত পঞ্চায়ত নিৰ্বাচন, ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

2 years ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

26 minutes ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

1 hour ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

2 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

3 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

3 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

4 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

4 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

6 hours ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

6 hours ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

18 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

19 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

নৱেম্বৰত পঞ্চায়ত নিৰ্বাচন, ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

editor by editor
June 6, 2024
in অপৰাধ, অসম, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
নৱেম্বৰত পঞ্চায়ত নিৰ্বাচন, ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
0
SHARES
200
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নৱেম্বৰত পঞ্চায়ত নিৰ্বাচন, ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

লোক সভা নিৰ্বাচনৰ পাছত আজি ৬ জুন তাৰিখে অনুষ্ঠিত হৈছে প্ৰথমখন ৰাজ্যিক কেবিনেট বৈঠক। লোকসেৱা ভৱনত সমাপ্ত ৰাজ্যিক কেবিনেটৰ বৈঠক
বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ।

বৈঠকৰ অন্তত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ। সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা।

প্ৰথমতে-
নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে সম্পন্ন হ’ব পঞ্চায়ত পুনঃগঠন। এখন পঞ্চায়ত অন্তৰ্গত হ’ব এটা বিধানসভা সমষ্টি । ৩০ আগষ্টৰ ভিতৰত সম্পূৰ্ণ হ’ব পঞ্চায়ত পুনঃগঠন। ৰাজ্যিক কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ।

দ্বিতীয়তে-
লগতে ৰেচন কাৰ্ড সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নতুনকৈ দিয়া হব ৰেচন কাৰ্ড। ১৫ লাখ পৰিয়ালে লাভ কৰিব নতুন ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰতিটো পৰিয়ালে লাভ কৰিব ৫ টাকৈ সুবিধা।

ৰেচন কাৰ্ড দেখালেই লাভ কৰিব বিনামূলীয়া চাউল আৰু চিকিৎসা। অতিৰিক্ত ৫ লাখ টকাকৈ চিকিৎসা সেৱাৰ নামত আৰ্থিক সাহায্য লাভ কৰিব ৰেচন কাৰ্ড হিতাধিকাৰীয়ে।

তৃতিয়তে-
অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰা প্ৰতিগৰাকী মহিলাই পাব ধন। অৰুণোদয় লাভ নকৰা লোকৰ সংখ্যা যাতে বহু হ্ৰাস পাই তাৰ বাবে চৰকাৰে গ্ৰহণ কৰিব বিশেষ ব্যৱস্থা। ইতিমধ্যে কেবিনেট উপ কমিটি গঠন কৰি এমাহৰ ভিতৰত প্ৰতিটো পৰিয়াল সন্দৰ্ভত তথ্য লাভ কৰি অৰুণোদয় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

চতুৰ্থতে-
চৰাইদেউক বিশ্ব ঐতিহ্য কৰাৰ বাবে প্ৰস্তুতি। প্ৰথম বছৰতে যাতে চৰাইদেউৱে এই স্বীকৃতি লাভ কৰে তাৰ বাবে ইউনেস্ক’ সদস্যৰ সৈতে মিলিত হোৱাৰ বাবে সাজু হৈছে।

পঞ্চম-
নিজুত মইনাৰ আঁচনি- এইবাৰ মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পাছ কৰা ছাত্ৰী সকলে উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰিলে ক্ৰমে ১০ হাজাৰ টকা আৰু ১২৫০০ টকা লাভ কৰিব। এই আঁচনি খনৰ বাবেও আজি চৰকাৰে টকা মুকলিৰ অনুমতি প্ৰদান কৰে। অৱশ্যে টকা খিনি ২ মাহৰ ভিতৰতে দিব নে মাহে ১০০০ কে দিব সেই বিষয়ে সিদ্ধান্তৰ বাবে ৰণোজ পেগুৰ নেতৃত্বত বিশেষ কমিটি গঠন কৰি দিছে। অহা ৭ দিনৰ ভিতৰত ইয়াৰ সিদ্ধান্ত পোৱা যাব। ১৫ আগষ্ট তাৰিখে ইয়াৰ শুভাৰম্ভ কৰা হব।

ষষ্ঠ
মাইক্ৰফাইনেন্সৰ লোণৰ ক্ষেত্ৰতো বিশেষ সিদ্ধান্ত। ৫০ হাজাৰ পৰ্যন্ত টকা লোৱা লোণৰ বাবে বেংকক ঘুৰাই দি এন অ চি ডি আগষ্টৰ ভিতৰত সম্পূৰ্ণ হব।

সপ্তম-
প্ৰচাৰ ভাৰতীত ১০ কোটি টকা ৰাজ্য চৰকাৰে দিব, প্ৰচাৰ ভাৰতীৰ ফালৰ পৰা থাকিব ১০ কোটি, লগেত প্ৰয়োজন অনুসাৰে অতিৰিক্ত খৰচো কৰিব প্ৰসাৰ ভাৰতীয়ে। লাচিত বৰফুকনৰ ওপৰত ৫২ টা এপিচোডত তথ্য চিত্ৰ নিৰ্মাণ কৰি সৰ্বভাৰতীয় পৰ্যায়ত প্ৰচাৰ কৰিব।

অষ্টম-
আত্মনিৰ্ভৰ আঁচনিৰ বাবে ২ লাখ টকাৰ লোণৰ আবেদন মঞ্জুৰি। ছেপ্টেম্বৰৰ ভিতৰত ৩০ হাজাৰ যুৱকে লাভ কৰিব ১ লাখ টকাকৈ। প্ৰথম কিস্তি হিচাপে লাভ কৰিব এই ধন। দ্বিতীয় কিস্তিত লাভ কৰিব পুনৰ ১ লাখ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cabinetcabinet meetingguwahatihbs
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা
অসম

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

August 22, 2026
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে
জীৱনশৈলী

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

August 22, 2026
Next Post
হঠাতে ৰাজহুৱা স্থানত কংগনা ৰানাৱতক চৰ শোধালে জোৱানে

হঠাতে ৰাজহুৱা স্থানত কংগনা ৰানাৱতক চৰ শোধালে জোৱানে

গোপনে কৰক এই ৩ বিধ দান, ভাগ্য সুপ্ৰসন্ন হ’ব আপোনাৰ, পাছে  নকৰিব এই কাম, অন্যথা লাভৰ সলনি হ’ব ক্ষতি

গোপনে কৰক এই ৩ বিধ দান, ভাগ্য সুপ্ৰসন্ন হ'ব আপোনাৰ, পাছে  নকৰিব এই কাম, অন্যথা লাভৰ সলনি হ'ব ক্ষতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.