• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰত ছডিয়ামৰ মাত্ৰা কমিছে, কেনেকৈ বুজিব? ছডিয়াম কমিলে বাঢ়ে নেকি হাৰ্ট এটেকৰ আশংকা?

শৰীৰত ছডিয়ামৰ মাত্ৰা কমিছে, কেনেকৈ বুজিব? ছডিয়াম কমিলে বাঢ়ে নেকি হাৰ্ট এটেকৰ আশংকা?

4 months ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

6 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

7 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

8 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

9 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

9 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

10 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

10 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

10 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

11 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

12 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

13 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

শৰীৰত ছডিয়ামৰ মাত্ৰা কমিছে, কেনেকৈ বুজিব? ছডিয়াম কমিলে বাঢ়ে নেকি হাৰ্ট এটেকৰ আশংকা?

শৰীৰত ছডিয়ামৰ মাত্ৰা কমিছে, কেনেকৈ বুজিব? ছডিয়াম কমিলে বাঢ়ে নেকি হাৰ্ট এটেকৰ আশংকা?

editor by editor
May 11, 2026
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
শৰীৰত ছডিয়ামৰ মাত্ৰা কমিছে, কেনেকৈ বুজিব? ছডিয়াম কমিলে বাঢ়ে নেকি হাৰ্ট এটেকৰ আশংকা?
0
SHARES
376
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ভিটামিনৰ ওপৰিও আমাৰ শৰীৰে সঠিকভাৱে কাম কৰাৰ বাবে খনিজ পদাৰ্থও অপৰিহাৰ্য৷ সেইসমূহৰ মাজত ছডিয়ামৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বুলিলেও অত্যুক্তি নহয়৷ সাধাৰণতে যি নিমখ খোৱা হয় তাৰপৰাই শৰীৰত ছডিয়ামৰ ঘাটি পূৰণ হয়৷ শৰীৰত পানীৰ ভাৰসাম্য বজায় ৰখা, স্নায়ুৱে সংকেত পঠিওৱা আৰু পেশীৰ সঠিক কাৰ্যকাৰিতাৰ দৰে গুৰুত্বপূৰ্ণ কামসমূহ ছডিয়ামে পালন কৰে৷
কিন্তু যেতিয়া এই ছডিয়ামৰ মাত্ৰা কমি যায়, তেতিয়াই সমস্যা আৰম্ভ হয়৷ চিকিৎসা বিজ্ঞানৰ ভাষাত শৰীৰৰ এই অৱস্থাক হাইপোনেট্ৰেমিয়া বুলি কোৱা হয়৷ যদিও ইয়াক এক সৰু সমস্যা বুলি বহুতে ধৰে কিন্তু সঠিক সময়ত চিনাক্ত নকৰিলে ই বিপজ্জনক হৈ উঠিব পাৰে৷
ছডিয়াম কমি যোৱাৰ বহু কাৰণ আছে৷ বিশেষকৈ গ্ৰীষ্মকালত অতিৰিক্ত ঘামৰ কাৰণে শৰীৰৰ পৰা ছডিয়াম বাহিৰ হয়৷ ইয়াৰোপৰি বমি, ডায়েৰিয়া, পানী কমকৈ খোৱা, কিছু নিৰ্দিষ্ট ঔষধ খোৱাৰ কাৰণেই ছডিয়ামৰ মাত্ৰা কমি যাব পাৰে৷ বহুতে সুস্থ থকাৰ উদ্দেশ্যে বেছি পানী পান কৰে, কিন্তু কিছু ক্ষেত্ৰত সেয়াও ক্ষতিকৰ হ’ব পাৰে৷
শৰীৰত ছডিয়ামৰ মাত্ৰা কমি গ’লে কিছু লক্ষণ প্ৰকাশ পায়৷ মূৰৰ বিষ, দুৰ্বলতা, মূৰ ঘূৰোৱা, বমিৰ দৰে লক্ষণে দেখা দিব পাৰে৷ অৱস্থা গুৰুতৰ হ’লে বিভ্ৰান্তি, পেশীত টান, অজ্ঞান হৈ যোৱা আদি লক্ষণে দেখা দিব পাৰেষ কাৰোবাৰ কাৰোবাৰ হৃদস্পন্দনো অনিয়মিত হ’ব পাৰে৷
বিশেষজ্ঞই কৈছে, ছডিয়ামৰ অভাৱ চিধাকৈ হাৰ্ট এটেকৰ কাৰণ নহ’লেও ই হৃদস্পন্দনৰ ছন্দক প্রভাৱিত কৰিব পাৰে আৰু অন্যান্য সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ এই সমস্যা এৰাই চলিবলৈ সুষম খাদ্যগ্ৰহণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ শৰীৰত পানী আৰু ইলেক্ট্ৰলাইটৰ ভাৰসাম্য বজায় ৰখা উচিত৷
গ্ৰীষ্মকালত বেছি ঘাম ওলালে অআৰএছ, ডাবৰ পানী আৰু নেমুৰ ৰসৰ দৰে পানীয় পান কৰাটো ভাল৷ অৱশ্যে পানীও পৰিমিত পৰিমাণে পান কৰা উচিত৷ প্ৰয়োজনতকৈ বেছি পানী পান কৰিলে ছডিয়ামৰ মাত্ৰা অত্যধিক বাঢ়ি যোৱাৰ আশংকা আছে৷
ছডিয়ামৰ অভাৱ কিন্তু কোনো সৰু বিষয় নহয়৷ যদি আপুনি এই ধৰণৰ লক্ষণ অনুভৱ কৰে তেতিয়া অবিলম্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল৷ সঠিক খাদ্যভাষ আৰু জীৱনধাৰা অনুসৰণ কৰি এই সমস্যাটো সহজেই প্ৰতিৰোধ কৰিব পাৰি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

August 25, 2026
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ
ভাৰত

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

August 25, 2026
Next Post
বিদেশী মুদ্ৰাৰ সৈতে ৰন্ধনত ব্যৱহৃত তেলৰ কি সম্পৰ্ক? কিয় তেল কমাই খাবলৈ কৈছে প্রধানমন্ত্ৰী মোদীয়ে

বিদেশী মুদ্ৰাৰ সৈতে ৰন্ধনত ব্যৱহৃত তেলৰ কি সম্পৰ্ক? কিয় তেল কমাই খাবলৈ কৈছে প্রধানমন্ত্ৰী মোদীয়ে

গাঁৱে-ভূঁঞে ঘৰে ঘৰেই পোৱা যায় এইবিধ খাদ্য! ডায়বেটিছৰ পৰা কৰ্কটক দূৰৈত ৰখালৈকে, জানি থওক উপকাৰিতা

গাঁৱে-ভূঁঞে ঘৰে ঘৰেই পোৱা যায় এইবিধ খাদ্য! ডায়বেটিছৰ পৰা কৰ্কটক দূৰৈত ৰখালৈকে, জানি থওক উপকাৰিতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.