• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক ১১ মাহ ধৰি বিৰাট সুখ, গ্ৰহৰ কৃপাত ভাগ্য সলনি এই ৫ৰাশিৰ জাতকৰ

আগন্তুক ১১ মাহ ধৰি বিৰাট সুখ, গ্ৰহৰ কৃপাত ভাগ্য সলনি এই ৫ৰাশিৰ জাতকৰ

3 months ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

7 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

8 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

8 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

9 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

9 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

9 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

10 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

10 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

11 hours ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

11 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

12 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক ১১ মাহ ধৰি বিৰাট সুখ, গ্ৰহৰ কৃপাত ভাগ্য সলনি এই ৫ৰাশিৰ জাতকৰ

আগন্তুক ১১ মাহ ধৰি বিৰাট সুখ, গ্ৰহৰ কৃপাত ভাগ্য সলনি এই ৫ৰাশিৰ জাতকৰ

editor by editor
January 10, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আগন্তুক ১১ মাহ ধৰি বিৰাট সুখ, গ্ৰহৰ কৃপাত ভাগ্য সলনি এই ৫ৰাশিৰ জাতকৰ
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি সঠিক সময়ত সঠিক গ্ৰহই সঠিক স্থানত থাকিলে আমাৰ সিদ্ধান্ত গ্ৰহণত ইতিবাচক প্ৰভাৱ পেলায়৷ ফলত সাফল্যৰ পথ সুগম হয়, কেৰিয়াৰৰ পৰা আৰ্থিক ক্ষেত্ৰত অগ্ৰগতিয়ে দেখা দিয়ে৷ জ্যোতিষ গণনাই কৈছে ২০২৬ চনত বিভিন্ন গ্ৰহৰ অৱস্থানৰ কাৰণে লাভ পাব পাৰে পাঁচ ৰাশিৰ জাতকে৷ নতুন বাহন ঘৰ কিনিব পাৰে৷ জীৱনত আৰাম আৰু বিলাসিতা বাঢ়িব৷ বৃহস্পতি, শনি, ৰাহু আৰু কেতুৰ অৱস্থানৰ কাৰণেই এই সুখ আহিব৷ বিনিয়োগৰ পৰা লাভৱান হব৷ আগন্তুক ১১ মাহ ধৰি সুফল অৰ্জন কৰিব কোন কোন ৰাশিৰ জাতকে?

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকে ২০২৬ চনৰ মাজভাগত ঘৰ ক্ৰয়ৰ সুযোগ আহিব পাৰে৷ যিসকলে বহু দিন ধৰি ঘৰ বা ফ্লেট কিনাৰ কথা ভাৱিছে তেওঁলোকৰ বাবে এই সময় শুভ৷ এই সময়ত বৃহস্পতিয়ে কৰ্কট ৰাশিত গোচৰ কৰিব৷ বৃহস্পতিৰ উচ্চ ৰাশি কৰ্কট৷ যাৰ সুফল পাব এই ৰাশিৰ জাতকে৷ জুলাই-ডিচেম্বৰ ২০২৬ৰ মাজত নতুন ঘৰ বা ফ্লেট কিনিব পাৰে৷ পৈতৃক সম্পত্তি লাভৰ সম্ভাৱনা আছে৷ দীৰ্ঘদিন ধৰি থকা কোনো সম্পত্তিৰ চুক্তি সম্পন্ন হব পাৰে৷ পৰিয়ালৰ সৈতে সুখ-শান্তি বৃদ্ধি পাব৷

সিংহ ৰাশি

এই বছৰ বাহন ক্ৰয়ৰ প্ৰৱল সম্ভাৱনা আছে সিংহ ৰাশিৰ জাতকৰ৷ বছৰৰ বেছিভাগ সময়ত কেতু সিংহ ৰাশিতেই থাকিব৷ যিয়ে দীৰ্ঘদিনৰ ইচ্ছা পূৰণত সহায় কৰিব পাৰে৷ নতুন বাহন কিনিব পাৰে৷ আপোনাৰ জীৱনত আৰাম আৰু সুখ বৃদ্ধি পাব৷ চাকৰি বা ব্যৱসায় উন্নতিৰ দিশত পৰিচালিত কৰিব পাৰিব৷ এই বছৰ সিংগ ৰাশিৰ শুভ সময় ফেব্ৰুৱাৰী-আগষ্ট ২০২৬৷

মিথুন ৰাশি

জীৱনত বিভিন্ন ক্ষেত্ৰত উন্নতিৰ সুযোগ আহিব৷ বছৰৰ প্ৰথম মাহত বৃহস্পতি মিথুন ৰাশিত অৱস্থান কৰিব৷ যিয়ে এই ৰাশিৰ জাতকৰ কমিউনিকেছন স্কিল উন্নত কৰিব৷ ভ্ৰমণৰ সুযোগ আহিব৷ নানান ক্ষেত্ৰত বিভিন্ন সুবিধা আনি দিব৷ বাহন ক্ৰয়ৰ প্লেন থাকিলে বছৰৰ প্ৰথম তিনি মাহ আপোনাৰ বাবে শুভ৷ ঘৰ ক্ৰয়ৰ বাবে হোম লোন বিচাৰিলে সহজেই লাভ কৰিব৷ এই বছৰ মিথুন ৰাশিৰ জাতকৰ বাবে শুভ মাহ হৈছে জানুৱাৰীৰ পৰা জুন৷

মকৰ ৰাশি

বছৰৰ শেষত নতুন সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা আছে৷ ৰাহু ২০২৬ চনৰ ডিচেম্বৰত মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ যিয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আৰু উল্লেখযোগ্য সাফল্য অৰ্জনৰ সম্ভাৱনা তৈয়াৰ কৰিব পাৰে৷ বছৰৰ শেষত ঘৰ বা মাটি ক্ৰয় কৰিব পাৰে৷ পুৰণি সম্পত্তি বিক্ৰি কৰিলেও ভাল লাভ পাব৷ নতুন বিনিয়োগৰ সুযোগ তৈয়াৰ হব৷ মকৰ ৰাশিৰ জাতকৰ বাবে শুভ সময় হৈছে অক্টোবৰৰ পৰা ডিচেম্বৰ৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ বাবে নতুন সম্পত্তিত বিনিয়োগ বা বাহন ক্ৰয়ৰ সুযোগ আহিব৷ শনিয়ে সমগ্ৰ বছৰ মীন ৰাশিতেই থাকিব৷ যিয়ে দীৰ্ঘম্যাদি আৰু স্থায়ী বিনিয়োগৰ বাবে ভাল হব৷ মাটি বা ঘৰ ক্ৰয় কৰিব৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ সাৱধান, শনিৰ চাৰে সাতিৰ প্রভাৱো আছে আপোনাৰ ওপৰত৷ বিভ্ৰান্তি বা লোভৰ বশবৰ্তী হৈ কোনো কাম নকৰিব৷ এনে কৰিলে ক্ষতিৰ সম্ভাৱনা আছে৷ এই বছৰ আপোনাৰ বাবে শুভ সময় মাৰ্চৰ পৰা নৱেম্বৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়
জীৱনশৈলী

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

March 30, 2026
Next Post
এই যুঁজখন হত্যাকাৰী নৰপিশাচ কেইটাৰ বিপক্ষে সমগ্ৰ অসমৰ যুঁজ, আকৌ সামাজিক মাধ্যমত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

এই যুঁজখন হত্যাকাৰী নৰপিশাচ কেইটাৰ বিপক্ষে সমগ্ৰ অসমৰ যুঁজ, আকৌ সামাজিক মাধ্যমত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

শুক্ৰাদিত্য ৰাজযোগে আনিব সুখৰ সময়, নতুন সপ্তাহত ৰাজভাগ্য লাভ ৫ৰাশিৰ

শুক্ৰাদিত্য ৰাজযোগে আনিব সুখৰ সময়, নতুন সপ্তাহত ৰাজভাগ্য লাভ ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.