বিবিধ

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

প্ৰায়ে মহিলাসকলৰ প্ৰস্ৰাৱ সংক্ৰমণ(UTI) হয়। স্বাস্থ্য বিশেষজ্ঞৰ মতে ই প্ৰস্ৰাৱ নলীৰ সংক্ৰমণ, যিটো আক্ৰান্ত হ’লে সঘনাই প্ৰস্ৰাৱ কৰা, প্ৰস্ৰাৱ কৰাৰ...

Read more

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

আমাৰ শৰীৰৰ বাবে কেলচিয়াম অতি প্ৰয়োজনীয়। ই দাঁতৰ পৰা হাড়লৈকে সকলোকে মজবুত কৰি ৰাখে। কিন্তু কেতিয়াবা কিছুমান বিশেষ ৰোগৰ বাবে...

Read more

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr History: ঈদ-উল-ফিটৰ ইছলাম ধৰ্মালম্বী লোকৰ এক পবিত্ৰ উৎসৱ। আজি ভাৰতত এই উৎসৱ পালন কৰা হৈছে। শুকুৰবাৰে দেশত চন্দ্ৰ দৰ্শন...

Read more

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

ৰণডংকা বাজিছে অসম বিধানসভাৰ নিৰ্বাচনৰ। জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনফালে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধ প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছৰ...

Read more

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

সংগ্ৰামৰ আন এক নাম জীৱন...সপোন তেওঁলোকৰো আছে, ইচ্ছা তেওঁলোকৰো আছে পৃথিৱীখন এবাৰ চোৱাৰ। কিন্তু নিয়তিয়ে সেয়া বিচৰা নাছিল। আপুনি হয়তো...

Read more

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Prediction: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সমগ্ৰ বিশ্বতে বিখ্যাত। বহু বছৰ আগতে তেওঁ অসংখ্য ভৱিষ্যদ্বাণী কৰিছিল, যিবোৰ এতিয়া সঁচা হৈছে।...

Read more

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ৰমজান মাহ সম্পূৰ্ণ হোৱাৰ লগে লগে সকলোৱে আনন্দ মনেৰে ঈদ পালন কৰে। ঈদ-উল-ফিটৰ মুছলমানসকলৰ বাবে সুখ আৰু আশীৰ্বাদৰ দিন। এই...

Read more

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

ঈদ-উল-ফিটৰ মুছলমানসকলৰ এক পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ উৎসৱ। পবিত্ৰ ৰমজান মাহৰ অন্তিম দিনটোত চন্দ্ৰ দৰ্শনৰ পিছত ইয়াক পালন কৰা হয়। এই...

Read more

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

ৰাছিয়াৰ পৰা অহা চোৰাংচোৱা তথ্যই ভাৰতত চলি থকা এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক উন্মোচন কৰি দিছে৷  নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে (এন আই...

Read more
Page 3 of 670 1 2 3 4 670

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]