লেখা

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

বিশ্ব স্বাস্থ্য সংস্থাই ইব’লা ভাইৰাছক বিশ্ব স্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে। অৰ্থাৎ ই বিশ্বৰ বাবে ভাবুকি কঢ়িয়াই আনিব পাৰে।...

Read more

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

সোমবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। এই শেহতীয়া বৃদ্ধি কম নহয়; ই আপোনাৰ পকেটত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে।...

Read more

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব'লা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে। ভাৰততো এই ভাইৰাছৰ বিপজ্জনক সংক্ৰমণ হোৱাৰ খবৰ পোৱা গৈছে। আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শৰ দ্বাৰা ই বিয়পিব...

Read more

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জ্যোতিষত গ্ৰহৰ গতিৰ লগতে ইয়াৰ নক্ষত্ৰ পৰিবৰ্তনকো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। গ্ৰহবোৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাশি আৰু নক্ষত্ৰমণ্ডল...

Read more

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

ৰাজস্থান ৰয়েলছৰ যুৱ অ’পেনাৰ বৈভৱ সূৰ্যবংশীয়ে আন এক বিশ্ব অভিলেখেৰে আলোড়নৰ সৃষ্টি কৰিছে। ১৫ বছৰীয়া এই বিস্ফোৰক বেটছমেনে মুম্বাই ইণ্ডিয়ানছৰ...

Read more

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

পাকিস্তানৰ কুৱেটাত ৰে'লপথৰ সমীপত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত ২৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৭২ জন লোক...

Read more

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

বিবাহ কেৱল দুজন মানুহৰ মিলনেই নহয়, ই দুটা পৰিয়ালৰ বাবে এক নতুন আৰম্ভণি। ছোৱালীবোৰে প্ৰায়ে ভাবে শাহুৱেকৰ মন কেনেকৈ জয়...

Read more

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

ভাৰতীয় বেগীবলাৰ যশপ্ৰীত বুমৰাহক নিজৰ ছবিৰ প্ৰচাৰৰ সময়ত ‘ফুটবলাৰ’ বুলি অভিহিত কৰি বিপদত পৰিল দাক্ষিণাত্যৰ বিখ্যাত চলচ্চিত্ৰ অভিনেতা ৰাম চৰণ।...

Read more

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ২৪ মে’ দেওবাৰ। হিন্দী পঞ্জিকা অনুসৰি আজি চন্দ্ৰ সিংহ ৰাশিত গতি কৰিব। বুধ বৃষ ৰাশিত স্থান লাভ কৰিলে বহু...

Read more
Page 139 of 443 1 138 139 140 443

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]