লেখা

পেহেলগ্ৰামৰ প্ৰতিশোধ ল’বলৈ ছাৰ্জিকেল ষ্ট্ৰাইক কৰিব নেকি ভাৰতে? সংঘাত আৰম্ভ হওঁতেই জানি থওক কিমান শক্তিশালী ভাৰতীয় সেনা, পাকিস্তানতকৈ কিমান বেছি অত্যাধুনিক অস্ত্ৰভাণ্ডাৰ আছে ভাৰতৰ হাতত?

আকৌ সন্ত্ৰাসে ৰক্তাক্ত কৰিছে কাশ্মীৰ৷ পহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছে ২৬গৰাকীকৈ নিৰীহ পৰ্যটক৷ নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰো আশংকা...

Read more

মঙ্গলবাৰে এই কাম কৰক, সুখী হ’ব বজৰংবলী, তেওঁৰ কৃপাত দূৰ হ’ব জীৱনৰ সকলো সমস্যা

বজৰংবলী হৈছে শ্ৰীৰামচন্দ্ৰৰ শ্ৰেষ্ঠ ভক্ত৷ তেওঁ পুৰাণত বৰ্ণিত সপ্ত চিৰঞ্জীৱীৰ ভিতৰত অন্যতম৷ ৰামৰ আশীৰ্বাদত অমৰত্ব লাভ কৰিছিল বজৰংবলীয়ে৷ কলিযুগত তেওঁকেই...

Read more

জীৱনৰ গতি সলনি কৰিব বুধৰ ঘৰ সলনিয়ে! লাকী ৰাশিৰ তালিকাত কোন কোন আছে?

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো গ্ৰহৰেই নিজৰ নিজৰ অৱস্থান অনুসৰি বহু ৰাশিৰ জাতক জাতিকাই জীৱনত নানান প্ৰভাৱ পৰে৷ বুধ হৈছে বাণী,...

Read more

কাৰাগাৰত মুকলি হ’ল ‘সংগম কক্ষ’, এইবাৰ কাৰাগাৰৰ ভিতৰতে দৈহিক সুখ লাভ কৰিব বন্দীয়ে

এতিয়াৰে পৰা কাৰাগাৰৰ ভিতৰতেই স্ত্ৰীৰ সৈতে স্বামীয়ে শাৰীৰিক মিলনৰ সুবিধা পাব৷ কাৰাগাৰৰ সমূহ বন্দীয়েই এই সুযোগ লাভ কৰিব৷ শুকুৰবাৰে তেনে...

Read more

৭ দিনৰ পাছত নিজৰ নক্ষত্ৰত শনি, সোণৰ দৰে উজ্বলিব ৪ৰাশিৰ ভাগ্য, বাঢ়িব যশ-খ্যাতি, উপচি পৰিব ধন

বৈদিক জ্যোতিষশাস্ত্ৰত শনিদেৱৰ মাহাত্ম্য অপৰিসীম৷ অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰহ শনি ন্যায় আৰু কৰ্মফলৰ দেৱতা৷ আগন্তুক ২৮ এপ্ৰিলত শনিয়ে উত্তৰভাদ্ৰপদ নক্ষত্ৰত গোচৰ...

Read more

জানি থওক আগতীয়াকৈয়ে! ১মেৰ পৰা ATM লেনদেনৰ চাৰ্জ বৃদ্ধি কৰিলে দেশৰ এই বেচৰকাৰী বেংকে

ATM লেনদেনৰ চাৰ্জ বৃদ্ধি কৰিলে কোটাক মাহিন্দ্ৰা বেংকে৷ বেংকৰ নিজস্ব এটিএম আৰু অন্য বেংকৰ এটিএম দুই ক্ষেত্ৰতেই এই বৰ্ধিত চাৰ্জ...

Read more

জগন্নাথ মন্দিৰৰ ছিৰিৰ তৃতীয় ধাপত বাস কৰে যমে, ভৰি দিলেই সৰ্বনাশ, কেনেকৈ চিনি পাব এই চিৰি?

বিষ্ণুৰ প্ৰধান চাৰি তীৰ্থক্ষেত্ৰৰ মাজত অন্যতম হৈছে পুৰীৰ জগন্নাথ মন্দিৰ৷ বাকী তিনিটা হৈছে উত্তৰাখণ্ডৰ বদ্ৰীনাথ, গুজৰাটৰ দ্বাৰকা আৰু তামিলনাডুৰ ৰামেশ্বৰম৷...

Read more

বসুমতী যোগৰ প্ৰভাৱ, আগন্তুক সপ্তাহত সৌভাগ্য উজ্বলিব এই ৫ৰাশিৰ জাতকৰ

আগন্তুক সোমবাৰ ২১ এপ্ৰিলৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহৰ আৰম্ভণিতেই গঠিত হ’ব শুভ বসুমতী যোগ৷ নতুন সপ্তাহত...

Read more

পুৰুষৰ জন্মনিয়ন্ত্ৰক ঔষধত ৯৯ শতাংশ সফলতা! বজাৰত কেতিয়াৰে পৰা উপলব্ধ হ’ব এই ঔষধ, ইয়াৰ ফলত পুৰুষত্বৰ ক্ষতি হ’ব নেকি?

বিগত দিনত জন্মনিয়ন্ত্ৰক ঔষধ বা কনট্ৰাছেপ্টিভ পিল কেৱল মহিলাৰ বাবেই আছিল আৰু মহিলায়েই এই ঔষধ সেৱন কৰিছিল৷ সেই নিয়মৰ এইবাৰ...

Read more

মুখ্যমন্ত্ৰীৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ! এই ভ্ৰমণত কাৰ্বি আংলঙবাসীৰ বাবে কি কি ভালখবৰ?

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণৰ সফল সামৰণি৷ এই ভ্ৰমণৰ অন্ততঃ মুখ্যমন্ত্ৰীয়ে লিখিছে- কাৰ্বি আংলং অঞ্চল আৰু...

Read more
Page 223 of 386 1 222 223 224 386

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]