• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰিলেছনশ্বিপ ক্ৰাইছিচঃ ২০২৪ চনত কোন কোন তাৰকা দম্পতিয়ে ল’লে বিচ্ছেদ?

ৰিলেছনশ্বিপ ক্ৰাইছিচঃ ২০২৪ চনত কোন কোন তাৰকা দম্পতিয়ে ল’লে বিচ্ছেদ?

2 years ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

25 minutes ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

1 hour ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

2 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

2 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

3 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

3 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

5 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

5 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

7 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

8 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰিলেছনশ্বিপ ক্ৰাইছিচঃ ২০২৪ চনত কোন কোন তাৰকা দম্পতিয়ে ল’লে বিচ্ছেদ?

ৰিলেছনশ্বিপ ক্ৰাইছিচঃ ২০২৪ চনত কোন কোন তাৰকা দম্পতিয়ে ল’লে বিচ্ছেদ?

editor by editor
December 24, 2024
in জীৱনশৈলী, লেখা
0
ৰিলেছনশ্বিপ ক্ৰাইছিচঃ ২০২৪ চনত কোন কোন তাৰকা দম্পতিয়ে ল’লে বিচ্ছেদ?
0
SHARES
318
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বছৰজুৰি যেনেকৈ নতুন নতুন সম্পৰ্কই যুঁটি বান্ধিছিল তেনেকৈ ২৪ চনত ঘটিছিল কেইবাগৰাকী তাৰকাৰো বিচ্ছেদ৷ অনুৰাগীক আচৰিত কৰি তোলা কিছু বিচ্ছেদ ঘটিছে ২০২৪ বৰ্ষত৷ উভটি চোৱা যাওক ২০২৪ চনৰ ৰিলেছনশ্বিপ ক্ৰাইছিচৰ গল্পসমূহ৷

এ আৰ ৰহমান আৰু ছায়ৰা বানুৰ বিচ্ছেদ

১৯৯৫ চনত এ আৰ ৰহমান আৰু ছায়ৰা বানুৰ বিবাহ হৈছিল৷ ঘৰৰ পছন্দমতেই দুয়োৱে বিয়া কৰাইছিল৷ দীৰ্ঘ ২৯ বছৰীয়া সংসাৰৰ অন্ত পৰিল ২০২৪ বৰ্ষত৷ তেওঁলোক আছে তিনিটাকৈ সন্তানো৷ খাতিজা, ৰহমান আৰু আমিন এই তিনি সন্তানো প্ৰায় বুজি উঠা বয়সৰেই৷ ২৯ বছৰীয়া সংসাৰৰ অন্ত পেলাই নৱেম্বৰৰ ২০ তাৰিখে ছায়ৰা বানুৰ সৈতে বিচ্ছেদ ঘোষণা কৰিছে এ আৰ ৰহমানে৷ আৰু ঠিক এই খবৰ ভাইৰেল হোৱাৰ পাছতেই ভাইৰেল হৈছিল আন এক খবৰ৷ এ আৰ ৰহমানে তেওঁৰ সহশিল্পী মোহিনী দে’ৰ প্ৰেমত পৰিছে৷

হাৰ্দিক আৰু নাতাশা

সম্পৰ্কৰ বয়স ৪বছৰ৷ আছে এটি সন্তানো৷ কিন্তু হঠাতেই দুয়োৱে কৰিলে বিচ্ছেদৰ ঘোষণা৷ চলিত বছৰৰ জুলাই মাহত হঠাৎ হাৰ্দিক আৰু নাতাশাই বিবাহবিচ্ছেদৰ কথা ঘোষণা কৰে৷ দুজনেই সামাজিক মাধ্যমত লিখিলে, ‘চাৰি বছৰ একেলগে থকাৰ পাছত নাতাশা আৰু মই বিচ্ছেদৰ সিদ্ধান্ত লৈছো৷ সম্পৰ্কটোক জীয়াই ৰখাৰ বাবে আমি প্ৰয়াস কৰিছিলো কিন্তু আমি দুজনেই নোৱাৰিলো৷ সেয়ে উভয়ৰে ভাল হওক ভাৱিয়েই বিচ্ছেদৰ সিদ্ধান্ত লৈছো৷ দুয়োৰে বাবেই এই সিদ্ধান্ত লোৱাটো কঠিন হৈছে যদিও পাৰস্পৰিক সন্মান আৰু এজনে আনজনৰ সংগও উপভোগ কৰিছো৷ একেলগে ভাল কিছু মুহূৰ্ত কটাইছো৷ এটা পৰিয়াল হৈ উঠিছিলো৷’ দুয়োৰে বিচ্ছেদৰ পাছতেই হাৰ্দিকেও নতুন প্ৰেম বিচাৰি পোৱা বুলি ছচিয়েল মিডিয়াত কিছু চৰ্চা চলা পৰিলক্ষিত হৈছে৷

ছানিয়া-ছোৱেইব

২০২৪ বৰ্ষৰ আৰম্ভণিতেই ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকেও বিচ্ছেদ গ্ৰহণ কৰিছে৷ বহুদিন ধৰি টলা গুজৱত ছিলমোহৰ মাৰিছে দুয়োৱে৷ সম্পৰ্ক কেতিয়াবাই শেষ হৈছিল৷ কিন্তু অফিচিয়েল বিচ্ছেদ হোৱা নাছিল৷ শেষত বিচ্ছেদৰ খবৰ দুয়োৱো ঘোষণা কৰাৰ লগে লগেই তৃতীয় বিবাহ কৰাই ছোৱেইব মালিকে৷ ছানিয়াৰ পিতৃয়ে জনাইছিল যে শৰিয়ত আইন অনুসৰি ছোৱেইবক খুলা দিছে ভাৰতৰ টেনিছ তাৰকা ছানিয়াই৷ খুলাৰ অৰ্থ হৈছে মুছলিম পত্নীয়ে এককভাৱে স্বামীৰ সৈতে বিচ্ছেদ ঘোষণা কৰা৷ ইফালে ছোৱেইবৰ ভনীয়েকেও জনাইছে যে এই বিচ্ছেদৰ বাবে ছোৱেইবেই দায়ী৷ কাৰণ ছানীয়াৰ সৈতে পত্নীৰ সম্পৰ্কত থাকোতেই একাধিক বিবাহ বহিৰ্ভূত সম্পৰ্কত সোমাই পৰিছিল তেওঁ৷ ছানিয়া ছোৱেইবৰ বিয়াও কোনো এক সপোনৰ বিবাহ নাছিল৷ অষ্ট্ৰেলিয়াত খেলিবলৈ গৈ ছোৱেইব ছানিয়াৰ মাজত প্ৰথম সম্পৰ্কৰ পোখা মেলিছিল৷ ভাৰত পাকিস্তানৰ মাজত ৰাজনৈতিক সম্পৰ্ক তেতিয়াও বৰ উন্নত নাছিল৷ সকলো নেওচি প্ৰেমক সৰ্বস্ব ভাৱি ২০১০ চনত ছানিয়াৰ সৈতে বিয়া কৰাই ছোৱেইবে৷ কিন্তু এই সম্পৰ্কও ভাৰত-পাকিস্তানৰ ৰাজনৈতিক সম্পৰ্কৰ দৰেই তিক্ত হ’ল৷

অভিষেক-ঐশ্বৰ্য

বলীউড দিবা ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনৰ বিচ্ছেদ হ’ব বুলিও ২০২৪ বৰ্ষত এক গুজব ভাইৰেল হৈছে৷ আনকি ঐশ্বৰ্য অভিষেকৰ পৰিয়ালৰ সৈতে নাথাকি কন্যাৰ সৈতে পৃথকে থাকে বুলিও এক সূত্ৰই প্ৰকাশ কৰিছিল৷ অৱশ্যে এতিয়ালৈকে ঐশ্বৰ্য অভিষেক দুয়োৱেই বিচ্ছেদৰ কথা ৰাজহুৱা কৰা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
Next Post
১ জানুৱাৰীতেই ঘৰলৈ আনক এইকেইপদ সামগ্ৰী, সমগ্ৰ বছৰ ভৰি উঠিব অৰ্থৰে

১ জানুৱাৰীতেই ঘৰলৈ আনক এইকেইপদ সামগ্ৰী, সমগ্ৰ বছৰ ভৰি উঠিব অৰ্থৰে

বিনিয়োগ মাত্ৰ ৫ হাজাৰ, ৰিটাৰ্ণ পাব ৩লাখ ৫০ হাজাৰতকৈয়ো অধিক ধন

বিনিয়োগ মাত্ৰ ৫ হাজাৰ, ৰিটাৰ্ণ পাব ৩লাখ ৫০ হাজাৰতকৈয়ো অধিক ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.