• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ জানুৱাৰীতেই ঘৰলৈ আনক এইকেইপদ সামগ্ৰী, সমগ্ৰ বছৰ ভৰি উঠিব অৰ্থৰে

১ জানুৱাৰীতেই ঘৰলৈ আনক এইকেইপদ সামগ্ৰী, সমগ্ৰ বছৰ ভৰি উঠিব অৰ্থৰে

2 years ago
স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

16 minutes ago
এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

1 hour ago
চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

2 hours ago
ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

2 hours ago
চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

3 hours ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

7 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

8 hours ago
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

9 hours ago
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

9 hours ago
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

10 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

11 hours ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১ জানুৱাৰীতেই ঘৰলৈ আনক এইকেইপদ সামগ্ৰী, সমগ্ৰ বছৰ ভৰি উঠিব অৰ্থৰে

১ জানুৱাৰীতেই ঘৰলৈ আনক এইকেইপদ সামগ্ৰী, সমগ্ৰ বছৰ ভৰি উঠিব অৰ্থৰে

editor by editor
December 24, 2024
in জীৱনশৈলী
0
১ জানুৱাৰীতেই ঘৰলৈ আনক এইকেইপদ সামগ্ৰী, সমগ্ৰ বছৰ ভৰি উঠিব অৰ্থৰে
0
SHARES
425
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰ আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন৷ এই বছৰ নতুন বছৰ আৰম্ভ হ’ব বুধবাৰে৷ এই বিশেষ দিনটো বাস্তু শাস্ত্ৰত শুভ বুলি বিবেচিত কিছু সামগ্ৰী ঘৰলৈ আনিলে আসন্ন বছৰটো আপোনাৰ বাবে সুখ আৰু সমৃদ্ধিৰ হ’ব৷

সুখ সমৃদ্ধিৰ আশীৰ্বাদ পোৱা যাব

হিন্দু ধৰ্মত বুধবাৰক ভগৱান গণেশৰ দিন হিচাপে ধৰা হয়৷ এই দিনটোত আপুনি গণেশৰ মূৰ্তি ঘৰলৈ আনিব পাৰে৷ এনে কৰিলে বাপ্পাই আপোনাৰ পৰিয়ালক সুখ সমৃদ্ধিৰ আশীৰ্বাদ দিব৷

ঘৰত পজিটিভিটি বাঢ়িব

বাস্তু শাস্ত্ৰ অনুসৰি ঘৰত ময়ূৰৰ পালক ৰখাটো খুবেই শুভ বুলি ধৰা হয়৷ আপুনি নতুন বছৰৰ এই বিশেষ দিনটোত ঘৰত ময়ূৰৰ পাখি আনিব পাৰে৷ বাস্তুমতে ময়ূৰৰ পাখী ঘৰৰ মন্দিৰত বা পূৰ্ব দিশ বা ঈশান কোণত ৰাখিব পাৰে৷

এই সামগ্ৰীসমূহ আনিব পাৰে

বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত দক্ষিণাবৰ্ত শংখ ৰখা অত্যন্ত শুভ৷ আপুনি নতুন বছৰত দক্ষিণাবৰ্ত শংখ ঘৰলৈ আনি মন্দিৰত স্থাপন কৰিব পাৰে৷ ই নতুন বছৰত সুখ সমৃদ্ধি অনাত সহায় কৰিব৷

মূৰ্তি আনক

হিন্দু ধৰ্মত কামধেনু গৰুৰ মূৰ্তিক খুবেই শুভ বুলি ধৰা হয়৷ সেয়ে নতুন বছৰৰ প্ৰথম দিনাই আপুনি কামধেনু গৰুৰ মূৰ্তি ঘৰলৈ আনক৷ ইয়াৰোপৰি হাতীৰ মূৰ্তিও ঘৰত ৰখাটো শুভ বুলি কোৱা হয়৷ শুভ ফলৰ বাবে আপুনি বগা হাতীৰ মুৰ্তি ঘৰলৈ আনিব পাৰে৷

নিগেটিভ এনাৰ্জি থাকিব দূৰৈত

বাস্তু শাস্ত্ৰত কোৱা হয় ঘৰত ঘোৰাৰ নাল ৰাখিলে নিগেটিভ এনাৰ্জি দূৰৈত থাকে৷ এই নাল ঘৰত ৰাখিলে গুড লাক আহে৷ বাস্তুমতে ঘৰৰ মূল দুৱাৰত এয়া লগোৱাটো শুভ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!
জীৱনশৈলী

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

October 28, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

October 28, 2026
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!
জীৱনশৈলী

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

October 27, 2026
Next Post
বিনিয়োগ মাত্ৰ ৫ হাজাৰ, ৰিটাৰ্ণ পাব ৩লাখ ৫০ হাজাৰতকৈয়ো অধিক ধন

বিনিয়োগ মাত্ৰ ৫ হাজাৰ, ৰিটাৰ্ণ পাব ৩লাখ ৫০ হাজাৰতকৈয়ো অধিক ধন

২দিন পাছতেই বৃহস্পতিৰ ঘৰলৈ আহিব শনি, নতুন বছৰৰ আৰম্ভণিতে সৌভাগ্য উদয় হ’ব ৩ৰাশিৰ জাতকৰ

২দিন পাছতেই বৃহস্পতিৰ ঘৰলৈ আহিব শনি, নতুন বছৰৰ আৰম্ভণিতে সৌভাগ্য উদয় হ’ব ৩ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.