• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিনিয়োগ মাত্ৰ ৫ হাজাৰ, ৰিটাৰ্ণ পাব ৩লাখ ৫০ হাজাৰতকৈয়ো অধিক ধন

বিনিয়োগ মাত্ৰ ৫ হাজাৰ, ৰিটাৰ্ণ পাব ৩লাখ ৫০ হাজাৰতকৈয়ো অধিক ধন

2 years ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

25 minutes ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

1 hour ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

2 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

2 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

3 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

3 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

5 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

5 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

7 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

8 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিনিয়োগ মাত্ৰ ৫ হাজাৰ, ৰিটাৰ্ণ পাব ৩লাখ ৫০ হাজাৰতকৈয়ো অধিক ধন

বিনিয়োগ মাত্ৰ ৫ হাজাৰ, ৰিটাৰ্ণ পাব ৩লাখ ৫০ হাজাৰতকৈয়ো অধিক ধন

editor by editor
December 24, 2024
in জীৱনশৈলী, বাণিজ্য
0
বিনিয়োগ মাত্ৰ ৫ হাজাৰ, ৰিটাৰ্ণ পাব ৩লাখ ৫০ হাজাৰতকৈয়ো অধিক ধন
0
SHARES
279
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বেছি লাভ কৰাৰ বাবে বহু সময়ত দেখা যায় বেছিভাৱ মানুহেই নিজৰ ধন এনে ঠাইত বিনিয়োগ কৰে য’ৰ পৰা লাভৰ পৰিবৰ্তে লোকচান হোৱাহে দেখা যায়৷ যদি আপুনি বিনিয়োগৰ পৰিকল্পনা কৰিছে তেন্তে পষ্ট অফিচৰ বিভিন্ন স্কিম লৈ তাত বিনিয়োগ কৰিব পাৰে৷

ইয়াত কম টকা বিনিয়োগ কৰিও ভাল ফল পোৱা যায়৷ পষ্ট অফিচৰ RD স্কিম হৈছে তেনে এক প্ৰকল্প৷ ইয়াত বিনিয়োগ কৰিলেই পোৱা যাব নিশ্চিত ৰিটাৰ্ণ যিয়ে আপোনাৰ সন্তুষ্ট কৰিব৷ এই আৰ ডি স্কিমত বিনিয়োগ কৰিলে পাব ভাল সুদৰ হাৰ৷ পষ্ট অফিচৰ ৰেকাৰিং স্কিমৰ সময়সীমা ১ৰ পৰা ৫ বছৰ৷ আপুনি ইয়াত সুদৰ হাৰ পাব ৬.৭শতাংশকৈ৷

এই সুদ ভাৰতৰ যিকোনো পোষ্ট অফিচৰ পৰা পোৱা যাব৷ এই ৰেকাৰিং ডিপজিটত যদি মাহে ৫ হাজাৰ টকাকৈ জমা কৰে তেন্তে ৫ বছৰৰ মাজত আপুনি দুৰ্দান্ত এক ৰিটাৰ্ণ পাব পাৰে৷ ৫ বছৰত আপোনাৰ মুঠ জমাৰ পৰিমাণ হ’ব ৩লাখ টকা৷ ইয়াৰ পৰা ৬.৭শতাংশ হাৰত সুদ মিলাই আপোনাৰ হাতলৈ আহিব ৩লাখ ৫৬ হাজাৰ ৮৩০ টকা৷ আপুনি সুদ হিচাপে পাব মুঠ ৫৬ হাজাৰ ৮৩০ টকা৷

প্ৰতিজন ভাৰতীয় নাগৰিকেই ইয়াত নিজৰ একাউণ্ট খুলিব পাৰে৷ আনকি নিজৰ ঘৰৰ সন্তানৰ কথাও মূৰত ৰাখি এই একাউণ্ট খুলিব পাৰে৷ তাতেই আপুনি প্ৰতিমাহে ১০০ টকাকৈ দিব পাৰে৷ য’ত আপুনি যিমান ইচ্ছা সিমান ধন দিব পাৰে৷ এই স্কিমত ধন বিনিয়োগ কৰিবলৈ হ’লে আপোনাক লাগিব আধাৰ কাৰ্ড, পান কাৰ্ড, পাছপৰ্ট ছাইজ ফটো, মোবাইল নম্বৰ আৰু বেংকৰ পাছবুক৷ পষ্ট অফিচৰ ৰেকাৰিং স্কিমত ধন বিনিয়োগ কৰিলে খুব কম সময়ৰ মাজত আপুনি ভাল ৰিটাৰ্ণ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়
বাণিজ্য

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

October 5, 2026
Next Post
২দিন পাছতেই বৃহস্পতিৰ ঘৰলৈ আহিব শনি, নতুন বছৰৰ আৰম্ভণিতে সৌভাগ্য উদয় হ’ব ৩ৰাশিৰ জাতকৰ

২দিন পাছতেই বৃহস্পতিৰ ঘৰলৈ আহিব শনি, নতুন বছৰৰ আৰম্ভণিতে সৌভাগ্য উদয় হ’ব ৩ৰাশিৰ জাতকৰ

পুত্ৰৰ বিয়াত নাচিব লাগিব! ২০গৰাকী ৰাছিয়ান তৰুণীক লৈ আহিল পিতৃয়ে, চাওক ভাইৰেল ভিডিঅ’

পুত্ৰৰ বিয়াত নাচিব লাগিব! ২০গৰাকী ৰাছিয়ান তৰুণীক লৈ আহিল পিতৃয়ে, চাওক ভাইৰেল ভিডিঅ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.