• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুত্ৰৰ বিয়াত নাচিব লাগিব! ২০গৰাকী ৰাছিয়ান তৰুণীক লৈ আহিল পিতৃয়ে, চাওক ভাইৰেল ভিডিঅ’

পুত্ৰৰ বিয়াত নাচিব লাগিব! ২০গৰাকী ৰাছিয়ান তৰুণীক লৈ আহিল পিতৃয়ে, চাওক ভাইৰেল ভিডিঅ’

2 years ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

26 minutes ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

1 hour ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

2 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

2 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

3 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

3 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

5 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

5 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

7 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

8 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুত্ৰৰ বিয়াত নাচিব লাগিব! ২০গৰাকী ৰাছিয়ান তৰুণীক লৈ আহিল পিতৃয়ে, চাওক ভাইৰেল ভিডিঅ’

পুত্ৰৰ বিয়াত নাচিব লাগিব! ২০গৰাকী ৰাছিয়ান তৰুণীক লৈ আহিল পিতৃয়ে, চাওক ভাইৰেল ভিডিঅ’

editor by editor
December 25, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পুত্ৰৰ বিয়াত নাচিব লাগিব! ২০গৰাকী ৰাছিয়ান তৰুণীক লৈ আহিল পিতৃয়ে, চাওক ভাইৰেল ভিডিঅ’
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ প্ৰতিগৰাকী ব্যক্তিৰেই বিবাহ এক ডাঙৰ সপোন৷ পুত্ৰৰ বিয়া বুলি ক’লে মাক বাপেকৰ স্ফুৰ্তিৰ সীমা নাথাকে৷ নাচ, গান, ৰঙীন পোছাক আৰু বৰযাত্ৰী মিলি এক বিশেষ উদযাপনৰ নামেই বিবাহ৷ সেই বিবাহক আৰু ৰঙীন কৰাৰ পৰিকল্পনাৰে দৰাৰ পিতৃৰে লোৱা এক সিদ্ধান্তই এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে৷

https://www.instagram.com/reel/DD1vwLmPncE/?utm_source=ig_web_copy_link

ঘটনাটো উত্তৰপ্ৰদেশৰ৷ পুত্ৰৰ বিবাহ উপলক্ষ্যে সন্ধিয়াটো ৰঙীন কৰিবলৈ পিতৃয়ে ডান্স কৰিবলৈ মাতিলে ২০ গৰাকী ৰাছিয়ান যুৱতীক৷ কইনা ঘৰৰ বিবাহৰ মণ্ডপত প্ৰৱেশৰ পূৰ্বে নাচি নাচি দৰাক আদৰিছে ৰাছিয়ান ডান্সাৰে৷ বৰযাত্ৰীৰ সৈতে নাচি নাচি আগুৱাইছে ৰাছিয়ান ডান্সাৰ৷ দৰাৰ বন্ধু বান্ধৱৰ নৃত্যতকৈ সকলোৰে আকৰ্ষণ হৈ উঠে ৰাছিয়ান সুন্দৰীৰ নৃত্যহে৷ ৰাছিয়ান ২০ সুন্দৰীয়ে ভাৰতীয় পোছাক পিন্ধিয়েই এই বিবাহত অংশ লৈছিল৷

ইতিমধ্যে নৃত্যৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ কোনো কোনোৱে নৃত্যৰ প্ৰশংসা কৰিছে যদিও প্ৰায়সংখ্যকেই এই কাৰ্যক সমালোচনা কৰিছে৷ কোনোৱে ইয়াক অৰ্থৰ অপচয় বুলিও কৈছে৷ অৱশ্যে এই কাৰ্যৰ বাবে দৰাৰ পিতৃক বেছিভাগেই প্ৰশংসা কৰাহে পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
Next Post
বিয়া কৰোৱাত অনীহা? দক্ষিণ কোৰিয়া চৰকাৰৰ এই সিদ্ধান্তত অবাক সমগ্ৰ বিশ্ব

বিয়া কৰোৱাত অনীহা? দক্ষিণ কোৰিয়া চৰকাৰৰ এই সিদ্ধান্তত অবাক সমগ্ৰ বিশ্ব

কাজাখস্তানত ভাঙি পৰিল যাত্ৰীবাহী বিমান, বহু যাত্ৰীৰ মৃত্যুৰ আশংকা

কাজাখস্তানত ভাঙি পৰিল যাত্ৰীবাহী বিমান, বহু যাত্ৰীৰ মৃত্যুৰ আশংকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.