• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মাই হার্ট উইল গ’ অন…’, টাইটানিক ছবিত গীত পৰিবেশন কৰা জনপ্ৰিয় কণ্ঠশিল্পীয়ে আৰু সুৰ দিব নোৱাৰিব কোনো গীতত!

‘মাই হার্ট উইল গ’ অন…’, টাইটানিক ছবিত গীত পৰিবেশন কৰা জনপ্ৰিয় কণ্ঠশিল্পীয়ে আৰু সুৰ দিব নোৱাৰিব কোনো গীতত!

3 years ago
কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

24 minutes ago
iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

53 minutes ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

1 hour ago
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

2 hours ago
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

3 hours ago
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

4 hours ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

6 hours ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

7 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

10 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

20 hours ago
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

21 hours ago
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘মাই হার্ট উইল গ’ অন…’, টাইটানিক ছবিত গীত পৰিবেশন কৰা জনপ্ৰিয় কণ্ঠশিল্পীয়ে আৰু সুৰ দিব নোৱাৰিব কোনো গীতত!

editor by editor
December 9, 2022
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
‘মাই হার্ট উইল গ’ অন…’, টাইটানিক ছবিত গীত পৰিবেশন কৰা জনপ্ৰিয় কণ্ঠশিল্পীয়ে আৰু সুৰ দিব নোৱাৰিব কোনো গীতত!
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টাইটানিকত কণ্ট নিগৰোৱা জনপ্ৰিয় কণ্ঠশিল্পী ছেলিন ডিয়ন অসুস্থ। বিৰল স্নায়ুৰোগত আক্ৰান্ত হৈছে প্ৰখ্যাত কণ্ঠশিল্পী ছেলিন। নিজেই সামাজিক মাধ্যমযোগে এই কথা জনাইছে কণ্ঠশিল্পীগৰাকীয়ে। বহুকেইখন লাইব কনছাৰ্ট বাতিল কৰাৰ কথাও সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে কণ্ঠশিল্পীগৰাকীয়ে।

‘মাই হার্ট উইল গো অন…’, ‘টাইটানিক’ ছবিত এই গীত পৰিবেশন কৰিয়েই জনপ্ৰিয় হৈ পৰা ছেলিন আক্ৰান্ত হৈছে স্নায়ুৰোগত। বৰ্তমানলৈ প্ৰায় ২৫০ টাতকৈও অধিক আন্তৰ্জাতিক পুৰস্কাৰ লাভ কৰিছে ছেলিনে। উল্লেখ্য যে এই বঁটাৰ মাজতেই তেওঁ লাভ কৰিছে পাঁচবাৰকৈ বিশ্ববিখ্যাত গ্ৰেমী বঁটাও। সামাজিক মাধ্যমত ৰোগক লৈ কৰা পষ্টত কণ্ঠশিল্পীগৰাকীয়ে লিখিছে, ‘ষ্টিফ পাৰ্ছন ছিনড্ৰোম’, নামৰ এক স্নায়ুৰোগত তেওঁ আক্ৰান্ত হৈছে।

উল্লেখ্য যে বহুদিন ধৰি এই ৰোগত আক্ৰান্ত হৈ আছে ছেলিন। বহুদিন ধৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আছিল ছেলিনে। কিন্তু অনুৰাগীৰ পৰা গোপনে ৰাখিছিল সকলো কথা। কিন্তু হঠাতেই কনছাৰ্ট বাতিল কৰিব লগা হোৱাৰ বাবে সকলো কথা প্ৰকাশ কৰিবলৈ বাধ্য হৈ পৰে ছেলিন।

৫৪ বছৰীয়া তাৰকাগৰাকীয়ে জনোৱা অনুসৰি এই ৰোগ স্নায়ুজনিত। এইটো অট ইমিউন ডিজিছ। যিয়ে স্নায়ুক প্ৰভাৱিত কৰে। ফলত পেশীৰ বিষ হ’বলৈ আৰম্ভ কৰিছিল। বিষৰ বাবেই ছেলিনে চলাফুৰাত সমস্যা পাইছে। এই ৰোগৰ নিৰ্দিষ্ট কোনো ঔষধ নাই। সেয়ে চিকিৎসকে দিয়া উপায় গ্ৰহণ কৰি কিছু সুস্থ হৈ থকাই একমাত্ৰ বিকল্প বুলি জনাইছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

December 17, 2025
iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট
জীৱনশৈলী

iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

December 17, 2025
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস
জীৱনশৈলী

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

December 17, 2025
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ
জীৱনশৈলী

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

December 17, 2025
Next Post
পাঁচখনকৈ তৰোৱাৰ অনায়াসেই গিলি দিছিল! পেটৰ বিভিন্ন অংশ টুকুৰা-টুকুৰ হৈ পৰা নেলছনে যুঁজিছে মৃত্যুৰে, কিয় গিলিছিল তৰোৱাল? সবিশেষ…

পাঁচখনকৈ তৰোৱাৰ অনায়াসেই গিলি দিছিল! পেটৰ বিভিন্ন অংশ টুকুৰা-টুকুৰ হৈ পৰা নেলছনে যুঁজিছে মৃত্যুৰে, কিয় গিলিছিল তৰোৱাল? সবিশেষ...

মহিলাৰ বুুক আৰু যৌনাংগক লক্ষ্য কৰি গুলীচালনা! ইৰানৰ হিজাব বিৰোধী প্ৰতিবাদত অমানৱীয় ঘটনা…

মহিলাৰ বুুক আৰু যৌনাংগক লক্ষ্য কৰি গুলীচালনা! ইৰানৰ হিজাব বিৰোধী প্ৰতিবাদত অমানৱীয় ঘটনা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.