• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনলাইনত ৱাকি টকিৰ  বিক্ৰি বন্ধ কৰিলে কেন্দ্ৰই, কি কৈছে কেন্দ্ৰীয় ক্ৰেতা বিষয়ক মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে?

11 months ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

13 minutes ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

30 minutes ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

59 minutes ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

2 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

4 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

5 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

6 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

7 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

23 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অনলাইনত ৱাকি টকিৰ বিক্ৰি বন্ধ কৰিলে কেন্দ্ৰই, কি কৈছে কেন্দ্ৰীয় ক্ৰেতা বিষয়ক মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে?

অনলাইনত ৱাকি টকিৰ বিক্ৰি বন্ধ কৰিলে কেন্দ্ৰই, কি কৈছে কেন্দ্ৰীয় ক্ৰেতা বিষয়ক মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে?

editor by editor
May 10, 2025
in জীৱনশৈলী, বিবিধ
0
অনলাইনত ৱাকি টকিৰ  বিক্ৰি বন্ধ কৰিলে কেন্দ্ৰই, কি কৈছে কেন্দ্ৰীয় ক্ৰেতা বিষয়ক মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে?
0
SHARES
167
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত-পাক সংঘৰ্ষৰ পৰিস্থিতিত আইনী বৈধতা আৰু লাইচেঞ্চ নথকা ৱাকি টকি অনলাইনত লিষ্টিং আৰু বিক্ৰি বন্ধৰ উদ্যোগ গ্ৰহণ কৰিছে কেন্দ্ৰীয় ক্ৰেতা সুৰক্ষা কৰ্তৃপক্ষই৷ শুকুৰবাৰে এই কথা জনাইছে কেন্দ্ৰীয় ক্ৰেতা বিষয়ক মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে৷

যি সমস্ত ৱাকি টকিৰ কাৰ্যকাৰিতাৰ তৰংগদৈৰ্ঘ্য, লাইচেঞ্চ প্ৰয়োজন হয় নে নহয় আৰু ইকুইপমেণ্ট টাইপ এপ্ৰুভেল সম্পৰ্ক স্পষ্ট তথ্য নাই, সেইসমূহ মূলত টাৰ্গেট কৰিছে কেন্দ্ৰীয় ক্ৰেতা সুৰক্ষা কৰ্তৃপক্ষই৷ মন্ত্ৰীয়ে কয়, ‘জৰুৰী তথ্যৰ অনুপস্থিতি ক্ৰেতা সুৰক্ষা আইন ২০১৯, ভাৰতীয় টেলিগ্ৰাফ আইন ১৮৮৫, দ্যা ৱাৰলেছ টেলিগ্ৰাফি এক্ট ১৯৩৩ আৰু ২০১৮ চনৰ ল’ পাৱাৰ ৰেডিঅ’ ডিভাইছেছৰ ক্ষেত্ৰত লাইচেঞ্চ নলগাটোৱে একাধিক আইন ভংগ কৰা বুজায়৷’

নিয়মৰ আওতাত নপৰা এনে যন্ত্ৰসমূহে কেৱল আইন ভংগ কৰাই নহয়, জাতীয় নিৰাপত্তাও বিঘ্নিত কৰিব পাৰে বুলি সংশয় প্ৰকাশ কৰিছে কেন্দ্ৰীয় ক্ৰেতা সুৰক্ষা কৰ্তৃপক্ষই৷ ই কমাৰ্ছ প্লেটফৰ্মৰ বিশ্বাসযোগ্যতা বঢ়াবলৈ ক্ৰেতাসকলৰ সুৰক্ষা আইনৰ ১৮(২) (১) ধাৰাত এক নিৰ্দেশিকা কেন্দ্ৰই প্ৰকাশ কৰিব বুলি জনাইছে প্ৰহ্লাদ যোশীয়ে৷ দেশৰ সমস্ত ই কমাৰ্ছ সংস্থাসমূহ অনৈতিক ব্যৱসায়িক কাৰ্যকলাপ বন্ধ আৰু জৰিমনা এৰাবলৈ কঠোৰভাৱে পৰিবৰ্তিত নিৰ্দেশিকা মানি চলাৰ নিৰ্দেশ দিয়া হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ
জীৱনশৈলী

April 12, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 12, 2026
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!
জীৱনশৈলী

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

April 12, 2026
Next Post
১২ বছৰৰ পাছত মিথুন ৰাশিলৈ আহিব বৃহস্পতি, ১৪ মে’ৰ পৰা জীৱন সলনি হ’ব এই ৫ৰাশিৰ

‘যুদ্ধবিৰতিত ৰাজি হৈছে ভাৰত আৰু পাকিস্তান!’ দুই পক্ষৰ বাস্তৱজ্ঞানক স্বাগত জনাই কি কৈছে ডোনাল্ড ট্ৰাম্পে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন