এটা এটা ৰাশিত প্ৰায় এবছৰ অৱস্থান কৰে বৃহস্পতিয়ে৷ বৰ্তমান গুৰুগ্ৰহ বৃহস্পতিয়ে বৃষ ৰাশিত অৱস্থান কৰিছে৷ আগন্তুক ১৪ মেত বৃষ ৰাশি এৰি মিথুন ৰাশিত প্ৰৱেশ কৰিব বৃহস্পতিয়ে৷ ১২ বছৰৰ পাছত বৃহস্পতি মিথুন ৰাশিলৈ আহিব৷ জ্যোতিষ গণনা অনুসৰি গুৰুগ্ৰহৰ অৱস্থান সলনিৰ ফলত লাভৱান হব পাঁচ ৰাশিত জাতক৷ জানি থওক এই তালিকাত কোন কোন আছে?
বৃষ ৰাশি
১৪ মেৰ পৰা ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ সমাজৰ উচ্চস্তৰৰ মানুহৰ সংগ পাব৷ ডাঙৰ কোম্পানীত চাকৰি পাব পাৰে৷ ব্যক্তিগত জীৱন ভালকৈ কটাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ