• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত চৰকাৰী কৰ্মচাৰীৰ অপেক্ষাৰ পৰিব অন্ত! দৰমহা বৃদ্ধিৰ ঘোষণা কেতিয়া কৰিব চৰকাৰে?

অৱশেষত চৰকাৰী কৰ্মচাৰীৰ অপেক্ষাৰ পৰিব অন্ত! দৰমহা বৃদ্ধিৰ ঘোষণা কেতিয়া কৰিব চৰকাৰে?

4 years ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

22 minutes ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

48 minutes ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

2 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

2 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

3 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

3 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

4 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

4 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

4 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

5 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

6 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অৱশেষত চৰকাৰী কৰ্মচাৰীৰ অপেক্ষাৰ পৰিব অন্ত! দৰমহা বৃদ্ধিৰ ঘোষণা কেতিয়া কৰিব চৰকাৰে?

editor by editor
July 12, 2022
in বিবিধ, ভাৰত
0
অৱশেষত চৰকাৰী কৰ্মচাৰীৰ অপেক্ষাৰ পৰিব অন্ত! দৰমহা বৃদ্ধিৰ ঘোষণা কেতিয়া কৰিব চৰকাৰে?
0
SHARES
904
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত চৰকাৰী কৰ্মচাৰীৰ অপেক্ষাৰ দীঘলীয়া অপেক্ষা অন্ত পৰাৰ পথত৷ একাংশ ৰাষ্ট্ৰীয় সংবাদ পত্ৰত প্ৰকাশিত খবৰ মতে এতিয়া চৰকাৰে শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ন্যূনকত দৰমহা ৪০ হাজাৰ বৃদ্ধি কৰিব।

প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে AICPIৰ তথ্যৰ পৰা স্পষ্ট হৈ পৰিছে যে কৰ্মচাৰীসকলৰ ডিএও বৃদ্ধি হ’ব। এতিয়ালৈকে এআইচিপিআইৰ তথ্য অনুসৰি ৬%লৈ ডিএ বৃদ্ধিৰ পথ প্ৰায় মুকলি হৈছে। ৩ আগষ্টত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় কেবিনেট বৈঠকৰ অন্তত চৰকাৰে ডি এ বৃদ্ধিৰ কথা ঘোষণা কৰিব পাৰে।

ফেব্ৰুৱাৰী মাহৰ পৰা এআইচিপিআই সূচকাংকৰ তথ্য ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। মে’ মাহৰ পৰিসংখ্যা প্ৰকাশ হোৱাৰ পিছতেই জুলাই মাহত ডি এ বৃদ্ধি কমেও ৬ শতাংশ হ’ব বুলি ধাৰণা কৰা হৈছে।

লগতে পঢ়ক ৫ কোটিৰে অস্ত্ৰোপচাৰ কৰি কিম কাৰ্দাছিয়ান হ’বলৈ গৈ এতিয়া নিজৰে ৰূপ দেখি ক্ৰন্দৰত এইগৰাকী মডেল

প্ৰকৃততে এপ্ৰিল মাহৰ পিছত মে’ মাহৰ এআইচিপিআই সূচকাংকই বৃহৎ মাত্ৰাত বৃদ্ধি পায়। এইবাৰ ১.৩ পইণ্ট বৃদ্ধি পাই ১২৯ পইণ্টলৈ বৃদ্ধি পাইছে। এতিয়া জুন মাহত এই সংখ্যা বৃদ্ধি নহ’লেও ডিএ ৬% বৃদ্ধি হোৱাৰ বিষয়ে কোনো সন্দেহ নাই বুলিয়েই কোৱা হৈছে। অৰ্থাৎ সামগ্ৰিকভাৱে যদি জুন মাহত AICPI সূচকাংক হ্ৰাস নহয়, তেন্তে ই ৬% বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত।

কিমান বৃদ্ধি হ’ব দৰমহা?

আমাৰ এফিলিয়েট ৱেবছাইট জি বিজনেছৰ মতে অহা ৩ আগষ্টত কেবিনেট বৈঠক আছে আৰু ডিয়াৰনেছ ভাট্টা বৃদ্ধিৰ কথা ঘোষণা কৰিব পাৰে। যদি চৰকাৰে DA ৬% বৃদ্ধি কৰে তেন্তে কেন্দ্ৰীয় কৰ্মচাৰীৰ DA ৩৪%ৰ পৰা ৪০%লৈ বৃদ্ধি পাব। সৰ্বোচ্চ আৰু ন্যূনতম বেচিক দৰমহা কিমান বৃদ্ধি হ’ব চাওঁ আহক।

লগতে পঢ়ক ছাত্ৰীক বিনামূলীয়া টিউচন, মাতৃৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক! নিলম্বন হ’ল কোন শিক্ষক?

সৰ্বোচ্চ বেচিক দৰমহাৰ ভিত্তিত গণনা

১. কৰ্মচাৰীৰ বেচিক দৰমহা ৫৬,৯০০ টকা৷

২. নতুন ডিয়াৰনেছ ভাট্টা (৪০%) ২২,৭৬০ টকা/মাহ

৩. বৰ্তমানলৈকে ডিয়াৰনেছ ভাট্টা (৩৪%) ১৯,৩৪৬ টকা/মাহ

৪. ২২,৭৬০-১৯,৩৪৬ টকা কিমান বৃদ্ধি হ’ল ডিয়াৰনেছ ভাট্টা = ৩,৪১৪ টকা/মাহ

৫. বাৰ্ষিক দৰমহা বৃদ্ধি ৩,৪১৪ x১২ = ৪০,৯৬৮ টকা

লগতে পঢ়ক নিউম’নিয়া কি? ইয়াৰ প্ৰকাৰ আৰু লক্ষণসমূহ কি কি?

ন্যূনতম বেচিক দৰমহাৰ ভিত্তিত গণনা

১. কৰ্মচাৰীৰ বেচিক দৰমহা ১৮,০০০ টকা

২. নতুন ডিয়াৰনেছ ভাট্টা (৪০%) ৭,২০০ টকা/মাহ

৩. এতিয়ালৈকে ডিয়াৰনেছ ভাট্টা (৩৪%) ৬১২০ টকা/মাহ

৪. ডিয়াৰনেছ ভাট্টা বৃদ্ধি হ’ল ৭২০০-৬১২০ = ১০৮০ টকা/মাহ

৫. বাৰ্ষিক দৰমহা বৃদ্ধি ১০৮০ x১২ = ১২,৯৬০ টকা

উল্লেখ্য যে ৩১ জুলাইৰ ভিতৰত ডি এ বৃদ্ধিৰ কথা ঘোষণা কৰিব পাৰিব বুলিও কোৱা হৈছে। অৰ্থাৎ আগষ্ট মাহৰ দৰমহাত এই বাম্পাৰ বৃদ্ধিৰ আশা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 7th Pay Commissionasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcentral govt employees
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?
বিবিধ

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

March 17, 2026
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম
বাণিজ্য

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

March 17, 2026
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত
জীৱনশৈলী

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

March 17, 2026
Next Post
ৰূপৱতী হ’বলৈ ৫ দিনীয়া নৱজাকক বিক্ৰী মাতৃৰ! সেই ধনেৰে কচমেটিক চাৰ্জাৰী…

ৰূপৱতী হ’বলৈ ৫ দিনীয়া নৱজাকক বিক্ৰী মাতৃৰ! সেই ধনেৰে কচমেটিক চাৰ্জাৰী...

কিশোৰক কিয় চৰিয়ালে পাকিস্তানী যুৱতী সাংবাদিকে? ভাইৰেল ভিডিঅ’…

কিশোৰক কিয় চৰিয়ালে পাকিস্তানী যুৱতী সাংবাদিকে? ভাইৰেল ভিডিঅ’…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.